পৃষ্ঠা:New Testament in Assamese.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১ অধ্যা। ৪১ হব। ২৬ অৰু মানুহৰ ২৭ এই হেতুকে সি- মৰিল। ২ সিস্যবিলাকে তাকে দেখি বিস্মই মানি বুলিলে, অস, ডিমৰু গচ কিমান বেগতে জঁই পৰি গল! ২১ তাতে য়িচুএ সমিধান দি কলে, তোমোলকিত মই স্বৰুপকৈ কৈঠো, তোমোলাকে সৎসই নকৰি জদি বিশ্বাস কৰা, তেন্তে ডিমৰু গচকে এই ৰুপে কৰিব পাৰিব, অকল এয়ে নহই, কিন্তু এই পবৰ্তকে জদি বোলা, ইয়াৰ পৰা গুচি সাগৰত পৰগৈ, তাকো কৰা ২২ আৰু বিস্বাস কৰি প্ৰাৰ্থনাৰ জি জি খোজা, সকলোকে পাবা। ২৩ পাচে মন্দিৰত সোমাই তেঁও উপদেস দিয়া কালত প্ৰধান পোৰোহিত আৰু ব্ৰিধ লোকে তেঁওৰ ওচৰলৈ আহি সুধিলে, তুমি কি সক্তিয়েৰে নো এইবিলাক কৰম কৰিচা? আৰু এই সক্তি বা তোমাক কোনে দিলে? ২৪ তীতে য়িচুএ সিহঁতক উতৰ কৰি কলে, ময়ো তোমোলাকত এটা কথা সোৰ্ধে; আৰু তোমোলাকে জদি তাৰ উতৰ দিয়া, তেন্তে কি সক্তিয়েৰে এইবিলাক কৰম কৰিচেঁ, তকি ময়ো তোমোলকিত কম। ২৫ য়োহানৰ বুৰ দিওআ কৰ পৰা হল? স্বৰ্গৰ পৰ৷ নে মানুহৰ পৰা? তাতে সিবিলাক ইজ- নে সিজনে বিবেচনা কৰি বুলিলে, স্বৰ্গৰ পৰা হোঅ জদি বোলে, তেন্তে তেঁওত কিয় বিস্বাস নকৰিলা? তেঁও এনেকৈ আমাক বুলিব। পৰা হোআ জদি বোলে, তেন্তে মানুহবিলাকলৈ আমাৰ ভই অচে; কিয়- নো সকলোএ য়োহানক ভবিস্যত বক্তা বুলি মানে। বিলাকে য়িচুক উতৰ দি কলে, আমি এই কথা কব নেঅিৰে। তাতে তেঁও সিবিলাকক বুলিলে, তেন্তে কি সক্তিয়েৰে এইবিলাক কৰম কৰিঠে, তাক ময়ো তোমোলাকত নও। ২৮ কিন্তু তোমোলাকে কেনে বুজ।? এক মনুিহৰ দুই পুতেক অচিল; সি বৰ ওচৰলৈ গৈ কলে, হে বুপাই, তই অজি লতা পনিয়ালৰ খেতিত কাম কৰথৈ, জা। তাতে সি উতৰ কৰিলে, মই নে জাও; কিন্তু পাচে মনত খেদ পাই গল। আৰু সৰুটৰ ওচৰলৈকো বাপেকে গৈ একে কথাকে কলে। তাতে সি উতৰ দি বুলিলে, উঁও বোপাই; তথাপি পাচে ৩১ এই দুয়োৰে মাজত বাপেকৰ ইচা কোনটে পালন কৰিলে? সিবিলাকে বুলিলে, বটে। তেতিয়া য়িচূএ সিবিলকিত কলে, তোমোলকিত মই স্বৰুপকৈ কৈচেঁা, কৰ তোলা আৰু বেস্যালিবোৰেই তোমোলাকৰ অগিয়ে স্বৰগ ৰাজ্যত সোমাব। ৩২ কিয়নো য়োহানে ধৰম পথে তোমোলাকৰ ওচ- ৰলৈ আহিল, তথাপি তোমোলাকে তেঁওত বিস্বাস নকৰিলা, কিন্তু কৰ তোলা আৰু বেস্যালিবোৰে তেঁওত বিস্বাস কৰিলে; তোমোলাকে তাক দেখিয়ে পাচে বিশ্বাস কৰিবলৈ মনত খেদ নকৰিলা। অৰুি এক পটন্তৰ সুনা। এজন গিৰিহত অচিল, তেঁও লতাপনিয়াল ৰুই খেতি কৰি, তাৰ চাৰিও ফালে জেওৰা দি, মাজত পোসাল পাতি টঙ্গিয়ে সাজিলে; পাচে খেতিয়কবিলাকৰ হাতত সোধাই দি দুৰৈলৈ গল। ২১ ৩০ নগল।