পৃষ্ঠা:New Testament in Assamese.djvu/৪৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৬৪ প্ৰকাশিত ভবিষ্যত বাক,

বস্ত্ৰ পিন্ধা হৈ আছিল; তেওঁৰ নাম ঈশ্বৰৰ বাক্য বোলে। ১৪ আৰু স্বৰ্গত থকা সৈন্যবিলাকে বগ। নিৰ্মল মিহি বস্তু পিন্ধি বগা ঘেঁৰিৰ ওপৰত উঠ। হৈ তেওঁৰ পাছে পাছে গল। ১৫ তেওঁ দেশবিলাকৰ লোকক মাৰিবৰ নি- মিত্তে তেওঁৰ মুখৰ পৰা এখনি চোকা [দুধৰীয়া] তৰোৱলি ওলাই; অৰু লোহাৰ দণ্ডেৰে সিবিলকিক শাসন কৰে; আৰু সৰ্বশক্তিমন্ত ঈশ্বৰৰ ডবলন্ত ক্ৰোধৰ সুৰাৰ পোশলি তেওঁ গচকি ছেপিছে। ১৬ আৰু ৰজাৰো ৰজা, প্ৰভুৰে। প্ৰভু, এনে এক নাম তেওঁৰ বস্তু অৰুি কৰণত লিখা আছে। ১৭ তাৰ পাছে সূৰ্যৰ মাজত থিয় হোৱা এক দূতক দেখিলোঁ; তেওঁ আকাশৰ মাজত উৰি যোৱা সকলো পক্ষীত বৰ মাতেৰে ৰিঙ্গিয়াই কলে, ১৮ আহা, তোমোলাকে জীবিলাকৰ মঙ্গহ, সেনাপতিৰ মঙ্গহ, ঘোৰা অৰু তাত উঠি থকাবিলাকৰ মঙ্গহ, স্বতন্ত্ৰ আৰু বন্দী, সৰু অৰু বৰ, সকলে লো- কৰ মঙ্গহ যেন খবি, এই নিমিত্তে ঈশ্বৰৰ মহা ভোজলৈ গোট খোৱাহি। ১১ পীছে সেই ঘোৰাত উঠি থকা জনা আৰু তেওঁৰ সৈন্যে সৈতে যুদ্ধ কৰি নিমিত্তে পহুটো, অৰু পৃথিবীৰ ৰজা বিলকি, অৰু সিহঁতৰ সৈন্য- বিলাকো গেট খোৱা দেখিলে। ২০ তাতে পহু আৰু তাৰে সৈতে যি মিছা ভবিষ্যত বক্তাই তাৰ আগত অশ্চিৰিত কৰ্ম কৰি পহুৰ চিন লোৱা- বিলাক আৰু তাৰ মূৰ্ত্তিক পূজা কৰাবোৰক ভুলাইছিল, সেই দুয়ো ধৰ। পৰিল, অৰু জীয়াই থকাকৈ জুই অৰুি গন্ধকেৰে জলি থকা সৰোবৰত পেলোৱা হল। অৰু অৱশেষ যি লোক আছিল, সেইবোৰক ঘোঁৰাত উঠি থকা জনাৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই মৰা হল; অৰু সকলো চৰাইবিলাক সিহঁতৰ মঙ্গহেৰে তৃপ্তি হল। ২০ অধ্যায়। তাৰ পাছে তলি নোহোৱা কুণ্ডৰ চাবী আৰু এগছ ৰৰ শিকলি হাতত লোৱা এক দূতক স্বৰ্গৰ পৰা নামিবৰ দেখিলোঁ। ২ পাছে তেওঁ সেই নাগ অৰ্থাৎ যি পুৰণি সাপক ভূতৰ ৰজা আৰু ছয়তন বোলে, তাক ধৰি এহেজাৰ বছৰলৈ বান্ধি তলি নোহোৱা কুণ্ডত পেলাই, কুণ্ডৰ মুখ বন্ধ কৰি ছবি মা- ৰিলে। ৩ তাতে এহেজাৰ বছৰ পূৰ নোহোৱালৈকে সি দেশবিলাকৰ লো- কক আৰু ভুলাব নোৱাৰে; কিন্তু তাৰ পাছে অলপ কাললৈ তাক মুক- লি কৰা হব। ৪ তেতিয়া ময় সিংহাসনবোৰ আৰু তাৰ ওপৰত বহি থকাবিলাকক দেখিলে।; সিবিলাকক সোধ কৰাৰ ভাৰ দিয়া হল; আৰু যীশুৰ সাক্ষী হোৱাত আৰু ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰাত যিবিলাকৰ মূৰ কটা হৈছিল, আৰু যিবিলাকে পঙ্গু বা তাৰ মূৰ্তিকে সেৱা নকৰিলে, আৰু কপালত বা