পৃষ্ঠা:New Testament in Assamese.djvu/৪৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯ অধ্যায়। ৪৬৩ ননা তোমাৰ মুদৈবিলাক পৃথিবীৰ মাজত প্ৰধান লোক ছিল, আৰু তোমাৰ মায়াৰে সকলো দেশী লোক মোহ কৰা হল। ২৪ আৰু তাইৰ মাজতে ভবিষ্যত বক্তা, পবিত্ৰ লোক, অৰু পৃথিবীত বধ কৰা সকলোবি- লাকৰ তেজ পোৱা গল। ১৯ অধ্যায়। . 8 ইয়াৰ পাছে স্বৰ্গৰ পৰা অনেক লোকে কৰা এনে মহা ধ্বনি শুনিলে, হলিলুৱা; পৰিত্ৰাণ, মহিমা, আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ; ২ তেওঁৰ সকলে। দণ্ড স্বৰূপ আৰু পৰমাৰ্থিক; কিয়নো যি মহা বেশ্যই অপো- নাৰ ব্যভিচাৰ কৰ্মেৰে পৃথিবীৰ লোকক ভূষ্ট কৰিছিল, তেওঁ তাইক দণ্ড কৰি তাইৰ হাতে আপোনাৰ সেৱকবিলাকৰ তেজ উলিওৱাৰ প্ৰতিফল দিলে। ৩ অৰু সিবিলাকে অকিও কলে, হালিলুৱা; আৰু তাইৰ ধূ। সদাসৰ্বদায় উঠি আছে। পাছে সেই চৌবিছ বৃদ্ধ লোক আৰু চাৰি জন্তু উবুৰি হৈ পৰি সিংহাসনত বহি থকা ঈশ্বৰক সেৱা কৰি কলে, অমেন, হলিলুৱা। ৫ আৰু সিংহাসনৰ পৰা এক শবদ ওলাই ইয়াকে কলে, হে ঈশ্বৰৰ সেৱক সকল, আৰু তেওঁলৈ ভয় কাবিলকি, সৰু বৰ সকলোএ অ- মাৰ ঈশ্বৰক প্ৰশংসা কৰা। ৬ পাছে বহুত পানীৰ খলকৰ শবদ অৰু ঘোৰ মেঘৰ গৰ্জনৰ শবদৰ নিচিনা অনেক লোক সমূহৰ এই ধ্বনি শুনি- লো, হলিলুৱা; অমাৰ সৰ্বশক্তিমন্ত প্ৰভু পৰম ঈশ্বৰে ৰাজ শাসন কৰি- ৭ আহা, আমি ৰঙ্গ আৰু অনিন্দ কৰি তেওঁক সন্মান কৰোহঁক; কিয়নো মেৰ পোৱালিৰ বিবাহ পালেহি, আৰু তেওঁৰ ভাৰ্যই অপো- নকি সুযুগুত কৰিলে। ৮ তাতে ভাৰ্যই পিন্ধিবলৈ নিৰ্মল বগা মিহি বস্ত্ৰ দিয়া হল; সেই মিহি বস্ত্ৰ পবিত্ৰ লোকৰ পুণ্য। ১ পাছে তেওঁ মোত কলে, মেৰ পোৱালিৰ বিবাহৰ ভোজলৈ যিবিলাকক নিমন্ত্ৰণ কৰা হৈছে, সিবি- লাক ধন্য। আৰু তেওঁ কলে, এইবিলাক ঈশ্বৰৰ সত্য বাক্য। তেতিয়া তেওঁক সেৱা কৰিবলৈ ময় তেওঁৰ চৰণত পৰিলে; তাতে তেওঁ মোত কলে, সাবধান হোৱা, এনে কৰ্ম নকৰিবা; তোমাৰ লগৰ সেৱক, অৰু যীশুৰ প্ৰমাণ দিয়া তোমাৰ ভাইবিলাকৰ মাজৰ এজন ময়ো হৈছে; ঈশ্বৰকহে সেৱা ক; কিয়নো যীশুৰ প্ৰমাণ দিয়াই ভবিষ্যত বাক্যৰ আত্মা হয়। পাছে ময় চাই স্বৰ্গৰ দুৱাৰ মুকলি কৰা হলত এটা বগা ঘেঁৰা দেখি লে; তাৰ ওপৰত যি জনা উঠি আছিল, তেওঁৰ নাম বিশ্বাসী আৰু সত্য; তেওঁ পৰমাৰ্থিক ৰূপে সোধ আৰু যুদ্ধ কৰে। ১২ তেওঁৰ চকু জুইৰ শিখাৰ নি- চিনা, তেওঁৰ মূৰৰ ওপৰত অনেক কিৰীটী; আৰু তেওঁৰ যি নাম লিখ। আছে, তেওঁৰ বাহিৰে তাক কোনেও নেজানে। ১৩ আৰু তেজেৰে বোলেবি। so ১১