২১ অধ্যায়। ৪৬৫ by so হাতত তাৰ চিন লোৱা নাই, সিবিলাকৰ আত্মা দেখিলোঁ; সিবিলাকে এক হেজাৰ বছৰ জীয়াই থাকি খ্ৰীষ্টে সৈতে ৰাজ শাসন কৰিলে। সেই হেজাৰ বছৰ পূৰ নোহোৱালৈকে অনি মৰা লোক নিৰ্জীলে; এয়ে প্ৰথম উঠান। ৬ যিবিলাক প্ৰথম উঠানৰ ভাগী হয়, সিবিলাক ধন্য অৰুি পবিত্ৰ; সিবিলাকৰ ওপৰত দ্বিতীয় মৃত্যুৰ একো সমৰ্থ নাই; সিবিলাক ঈশ্বৰ আৰু খ্ৰীষ্টৰ পেৰোহিত হৈ এহেজাৰ বছৰলৈকে তেওঁৰে সৈতে ৰাজ সাশন কৰিব। ৭ পাছে সেই হেজাৰ বছৰ পূৰ হলে ছয়তনিক আপোন বন্দীশা- লৰ পৰা মুকলি কৰা হব; তাতে সি পৃথিবীৰ চাৰিও ফালত থকা ৰাজ্য সকল, অৰ্থাৎ সাগৰৰ বালিৰ সমান সংখ্যা হোৱা যি গোগ আৰু মাগোগ, সিহঁতক ভুলাই ৰণলৈ গেটি খুৱাবৰ নিমিত্তে ওলাই যাব।
- সিহঁতে, পৃথিবীৰ পথালিয়েদি গৈ পবিত্ৰ লোকৰ সৈন্য আৰু প্ৰিয়
নগৰক বেৰি ধৰিলে; তাতে ঈশ্বৰৰ পৰ৷ স্বৰ্গৰ বাহিৰে জুই ওলাই অহি সিহঁতক গ্ৰাস কৰিলে। আৰু যি ঠাইত পহু আৰু মিছা ভবিষ্যত বক্তা আছে, সেই গন্ধকেৰে জুইৰ সৰোবৰত সিহঁতক ভুলুৱা ভূতৰ ৰজাক পেলোৱা হল; সেই ঠাইত সিহঁতে অনন্ত কাললৈকে দিনে ৰাতিএ যাতনা ভোগ কৰিব। ১১ তাৰ পাছে এখান বগা বৰ সিংহাসন আৰু তাৰ ওপৰত বহি থকা জনাক দেখিলোঁ; তেওঁৰ মুখৰ পৰা পৃথিবী আৰু আকাশ মণ্ডল পলাই গল, সিবিলাকলৈ ঠাই আৰু পোৱা নহল। ১২ তাতে সৰু সকলো মৃত্যু হোৱা লোক ঈশ্বৰৰ অগিত থিয় হৈ থকা দেখিলে; পাছে পুৰ্থীবিলাক মেলা হল; তাত বাঝে জীৱন পুথী নামে অনি এখান পুৰ্থী মেলা হল; অৰু পুৰ্থীত লিখা কথাৰ দ্বাৰাই সেই সকলো মৃত্যু হোৱা লোকৰ আপেনি অপেন কৰ্মৰ দৰে সোধ কৰা হল | ১৩ আৰু সাগৰে আপোনাৰ মাজত থকা মৰা লোকবিলাকক সোধাই দিলে, মৃত্যু অৰু পৰলোকেও সিবিলাকৰ মাজত থকা মৰবিলাকক সোধাই দিলে; তীতে সকলৰো আপেনি অপেনি কৰ্মৰ দৰে সোধ কৰা হল। ১৪ পাছে মৃত্যু অৰু পৰলোক অগ্নিৰ সৰোবৰত পেলোৱা হল; সেই অগ্নিৰ সৰো- বৰেই দ্বিতীয় মৃত্যু। অৰুি জৱনৰ পুৰ্থীত যাৰ যাৰ নাম লিখ। পোৱা নগল, সিবিলাককে। অগ্নিৰ সৰোবৰত পেলোৱা হল। আৰু বৰ ১৫ ২১ অধ্যায়। পাছে ময় নতুন অকিাশ মণ্ডল আৰু নতুন পৃথিবীকে দেখিলোঁ; কিয় নে। প্ৰথম আকাশ মণ্ডল আৰু প্ৰথম পৃথিবী গুছিল; তেতিয়া আৰু