পৃষ্ঠা:New Testament in Assamese.djvu/৪৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৬২ প্ৰকাশিত ভবিষ্যত বাক্য। ১৭ অকি তাইৰ যাতনাৰ ভয়েৰে আঁতৰত থিয় হৈ থাকি এই কথা কব, হায় হায়, বাবেল মহা নগৰ! হে পৰাক্ৰমী নগৰ, একে ডাতে তোমাৰ দণ্ড হল। ১১ আৰু পৃথিবীৰ মুদৈবিলাকে তাইৰ নিমিত্তে কান্দি কান্দি বিলপি কৰিব; ১২ কিয়নো সিহঁতৰ বেপাৰৰ দ্ৰব্য, অৰ্থা4 সোণ, অৰুি ৰূপ, বহুমূল্য মণি, মুকুতা, মিহি কাপ, বেঙ্গেনা বুলিয়া, সিন্দুৰ বৰণীয়া অকি পাট কাপৰ, সকলো চন্দন কাঠ, হাতী দাঁতৰ অটাই পত্ৰি, বহুমূল্য কাঠব, পিতলৰ, লোৰ, মৰ্মৰ শিলৰ সকলো পত্ৰি, ১৩ ডলিচেনী, অমেমি, সুগন্ধি বস্তু, মদনৰ দুৰ, গন্ধস, পনিয়ালৰ ৰস, তেল, মিহি পিঠাগুৰি, ঘেঁহু, গ, মেৰ, ঘোঁৰা, থ, বন্দী, অৰু মানুহৰ প্ৰাণ, সিহঁতৰ এই সক লে। বেপাৰৰ বস্তু পাছে কেৱে নিকিনিব। ১৪ আৰু তোমাৰ মনে ইচ্ছ। কৰা ফলবোৰ তোমাৰ পৰা গছিল, অৰু সকলো ভাল সোৱাদ উত্তম বস্তু তোমাৰ পৰা নষ্ট হৈ গল, সেই সকলোকে তুমি আৰু কেতিয়াও নেপাবা। ১৫ এই সকলো বস্তুৰ যি মুদৈৰিলাক তাইৰ দ্বাৰাই ধনৱন্ত হৈ গল, সিহঁতে তাইৰ যাতনাৰ ভয়েৰে আঁতৰত থিয় হৈ থাকি কান্দি কান্দি বিলাপ কৰি কব, ১৬ হায় হায়, এই মহা নগৰ! মিহি কাপ, বেঙ্গেনা বুলিয়া আৰু সিন্দুৰ বৰণীয়া বন্ত্ৰ পিন্ধা, সোণ, বহুমূল্য মণি, আৰু মুকুতাৰে অলংকৃত হৈ আছিল, কিন্তু এতিয়া একে ভঁৰতে এনে অতি সম্পত্তি নষ্ট হল। জাহাজৰ প্ৰতি জন গৰাকী, জাহাজেৰে থানান্তৰ হৈ যোৱা সকল, জাহা- জত খাটিনিয়াৰ, আৰু সাগৰেদি যি লোকে বেপাৰ কৰে, সেই আটাই- বিলাকে আঁতৰতে থাকি, ১৮ তাইক পোৰাৰ ধূৱা দেখি এটাহ পাৰি কলে, এই মহা নগৰৰ তুল্য অনি কোন নগৰ আছে? আৰু সিহঁ- তে আপোনাৰ মূৰত ধূলী পেলাই, ক্ৰন্দন আৰু বিলাপ কৰি এটাহ পাৰি কলে, হায় হায়, যি মহা নগৰৰ ঐশ্বৰ্যৰ দ্বাৰাই সাগৰত থকা জাহাজৰ গৰাকী সকল ধনৱন্ত হৈ গল, এনে মহা নগৰ একে ভাৰতে উবাৰ ২০ কিন্তু হে স্বৰ্গ অৰু পবিত্ৰ লোক, পঁাচনি আৰু ভবিষ্যত বাবিলাক, তোমোলাকে তাইৰ ওপৰত অনিন্দ কৰা; কিয়নো ঈশ্বৰে তোমোলকিৰ নিমিত্তে তাইক উচিত দণ্ড দিলে। ২১ পাছে এজন বলৱন্ত দূতে এখনি বৰ উতিৰ নিচিনা শিল এটা তুলি লৈ সাগৰত পেলাই কলে, এই দৰে বাবেল মহা নগৰ বলেৰে পেলোৱা হব, আৰু পাছে কেতিয়াও পোৱা নেযাব। ২২ বীণ বোৱা লোক, বাদ্যকৰ, বঁাহী বজোৱা আৰু কালী বজোৱাবিলাকৰ শবদ তোমাৰ মাজত আৰু কেতিয়াও শুনা নেযাব; আৰু কোনো বিধ (কৰ্মৰ বাহৈ তোমাৰ মাজত পোৱা নেযাব; আৰু জাত পিহাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নহব; ২৩ চাকিৰ পহৰ তোমাৰ মাজত কেতিয়াও নজ- লিব; দৰা কন্যাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নেযাব; কিয়, হল।