পৃষ্ঠা:New Testament in Assamese.djvu/৪৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ অধ্যায়। ৪৬১ - তুমি যি পানীৰ ওপৰত বেশ্যা বহি থকা দেখিল, সেই পানীবোৰেই ৰাজ্য আৰু লোক সমূহ, দেশ আৰু ভাষাবিলাক। ১৬ আৰু তুমি যি দহোট। শিঙ্গ দেখিলা, সিবিলাকে পহুএ সৈতে বেশ্যাকে ঘিণাই, তাইক দুঃখিয়া আৰু নাঙ্গটা কৰিব, তাইৰ মঙ্গহ খাব, আৰু তাইক জুয়েৰে পুৰিব। ১৭ কি- য়নে। ঈশ্বৰৰ বাক্য সম্পূৰ্ণ হোৱালৈকে তেওঁৰ ইচ্ছ। সিন্ধি কৰিবলৈ আৰু একে অলচ হৈ আপোনাৰ ৰাজ্য পহুক দিবলৈ ঈশ্বৰে সিহঁতৰ মন প্ৰবত্তাই দিলে। ১৮ আৰু তুমি যি তিৰীক দেখিলা, তায়ে পৃথিবীৰ ৰজাবিলাকৰ ওপৰত শাসন কত্ত। মহা নগৰ। ১৮ অধ্যায়। ২ সেই দূতে ইয়াৰ পছে ময় আন এজন বৰ বলৱন্ত দূতক স্বৰ্গৰ পৰা নামিবৰ দেখি- লো; তেওঁৰ প্ৰতাপেৰে পৃথিবী খনকে প্ৰকাশ কৰা হল। শক্তিমন্ত শবদেৰে ৰিঙ্গিয়াই কলে, বাবেল মহা নগৰ পৰিল, পৰিল, আৰু ভূতবিলাক থকা ঠাই, অৰুি সকলো অশুচি অত্মাৰ নিবাস, অৰু আটাই অশুচি ঘিণ লগা চৰাইৰ সজা হৈছে। ৩ কিয়নো সকলে দেশৰ মানুহে তাইৰ ব্যাভিচাৰৰ ক্ৰোধৰ সুৰা পান কৰিলে, আৰু পৃথিবীৰ ৰজাবিলাকে তীয়ে সৈতে ব্যাভিচাৰ কৰ্ম কৰিলে, আৰু তাইৰ বহুত সুখ ভোগৰ দ্ৰব্যৰ দ্বাৰাই পৃথিবীৰ মুদৈবিলাক ধনৱন্ত হল। ৪ পীছে স্বৰ্গৰ পৰা এই ৰূপে কোৱা অন এক শবদ শুনিলো, হে মোৰ লোক সকল, তোমোলাকে যেন তাইৰ পাপৰ ভাগী নোহোৱা, আৰু তাইৰ অপদ যেন নোপোৱা, এই নিমিত্তে তাইৰ পৰা ওলাই অহা। ৫ কিয়নো তাইৰ পাপ স্বৰ্গলৈকে উঠিল; অৰুি তাইৰ কুকৰ্ম সকল ঈশ্বৰে সুঁৱৰি ৬ তাই যি ৰূপে ফল দিলে, তোমোলাকে সেই ৰূপে তাইক প্ৰতি- ফল দিয়া; আৰু তাইৰ কৰ্মৰ দৰে দুগুণ প্ৰতিফল দিয়া; তাই যি পাত্ৰ ভৰাইছে, তোমোলাকেও তাইলৈ তাক দগুণ ভৰোৱা। ৭ তাই আপোনাৰ যিমান যশস্য কৰিলে, আৰু যিমান সুখেৰে কাল নিয়াইছে, তাইক সেই মান যাতনা শোক দিয়া; কিয়নো ময় ৰাণী হৈ বহি আছে, ময় বিধৱা নহওঁ, আৰু একো দুঃখ নেপাম, তাই আপোনাৰ মনতে এই কথা কৈছে। ৮ এই হেতুকে মৃত্যু, শোক, আৰু একাল, তাই এই সকলো আপদ একে দিনই ঘটিব; আৰু জুইত তাইক পুৰি পেলোৱা হব; কিয়নো তাইক দণ্ড কৰা যি প্ৰভু পৰম ঈশ্বৰ, তেওঁ বলৱন্ত। ৯ আৰু পৃথিবীৰ যি ৰজ। সকলে তায়ে সৈতে ব্যভিচাৰ কৰ্ম আৰু সুখ ভোগ কৰি কলি নিয়ালে, সিবিলাকে তাইক পোৰাৰ ধুৱা দেখি ক্ৰন্দন আৰু বিলাপ কৰিব! ১০ আৰু আছে। ৩০