পৃষ্ঠা:New Testament in Assamese.djvu/৪৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৫২ প্ৰকাশিত ভবিষ্যত বাক্য। কৰিলে। ৩ তেওঁ শবদ কৰাৰ পাছে মেঘৰ সাতোটা গৰ্জনৰ শবদ ই'ল। ৪ সেই সাতোটা গৰ্জনৰ শবদ হলত তাৰ কথ7 লিখিবলৈ উদ্যোগ হৈ অ- ছিলো; কিন্তু তেতিয়া মোলৈ কোৱা এই অকিৗশী বাণী শুনিলো, মেঘৰ সতোটা গৰ্জনৰ দ্বাৰাই যি যি কথা কোৱা হৈছে, সেইবিলাকক নিলিখি ছবি মাৰি ৰাখিবা। ৫ পাছে সাগৰ অৰু পৃথিবীৰ ওপৰত ভৰি দি থিয় হোৱা যি দতক দেখিলে, তেওঁ আকাশলৈ আপোনাৰ সে। হাত তুলি, ৬ আকাশ মণ্ডল অৰুি তাৰ মাজত থকা যি যিবিলকি, পৃথিবী আৰু তাৰ মাজত থকা যিবিলকি, সাগৰ আৰু তাৰ মাজত থকা যিবোৰ, এই সক- লোৰে সৃষ্টিক। সদাসদায় জীয়াই থকা যি জন, তেওঁৰ নাম লৈ এই শপত কৰিলে, ৭ কলি পলম আৰু নহব, কিন্তু সপ্তম দতৰ শবদ হোৱাৰ সময়ত সি ভেৰী বজাবলৈ আৰম্ভণ কৰিব, আৰু তেতিয়া ঈশ্বৰে আপোনাৰ সেৱক ভবিষ্যত বাবিলাকলৈ যি ৰূপ দেখলে, সেই ৰূপে তেওঁৰ গোপনীয় কথা সম্পূৰ্ণ হব। ৮ তেতিয়া অগেয়ে শুনা আকাশী বাণী অকিও মোট কৈ বুলিলে, সাগৰ আৰু পৃথিবীৰ ওপৰত ভৰি দি থিয় হৈ থকা দূত, হাতত যি সৰু মুকলি পুথী আছে, তুমি গৈ তাকে লোৱা। তাতে ময় তৰ ওচৰলৈ গৈ তেওঁত কলে, সৰু পুৰ্থী ঋন মেকি দিয়া। তেতিয়া তেওঁ মোত তুমি লোৱা, ভোজন কৰা; পেটত তিতা হব, কিন্তু মুখত মৌৰ দৰে সোৱাদ লাগিব। ১° তেতিয়া দূতৰ হাতৰ পৰা সেই সৰু পূথী লৈ খালে; মুখত মৌৰ নিচিনা সোৱাদ আছিল, কিন্তু খালিত তেতিয়াই পেট তিত ১১ পাছে তেওঁ মোত কলে, অনেক ৰাজ্য আৰু দেশ আৰু ভাষাৰ লোক, অৰুি জীবিলাকৰ আগতো তুমি আকও ভবিষ্যত বাক্য কব লাগিব। কলে, ১১ অধ্যায়। পাছে যেখৰ মাৰিৰ নিচিনা এডাল নল দি মোত কোৱা হৈছিল, তুমি উঠি ঈশ্বৰ মন্দিৰ আৰু যড ভেটিৰ যেখ, আৰু তাত সেৱা কৰবিলাকৰ লেখ লোৱা। ২ কিন্তু মন্দিৰৰ বাঝে চোতাল এৰি তাৰ যেখ নলবা; কিয়নো তাক বিদেশী লোকক দিয়া হৈছে; আৰু সিহঁতে দুকুৰি দুমাহলৈকে পবিত্ৰ নগৰ ভৰিয়েৰে গচকিব। ৩ আৰু মোৰ দুই সাক্ষীক ময় অজ্ঞ। দিয়াত সিবিলাকে মৰাপাটৰ চট পিন্ধা হৈ এহেজাৰ দুশ তিনি কুৰি দিন ভবিষ্যত বাক্য কব। ৪ ইবিলাক জগতৰ প্ৰভুৰ অগিত থকা দোজেপি। জলফাই গছ, আৰু দুই দীপাধৰি। ৫ সিবিলাকক কোনোএ যদি হিংসা কৰিব খোজে, সিবিল মুখৰ পৰা জুই ওলাই শত্ৰুবোৰক নষ্ট কৰে। কোনোএ যদি সিবিলাকক হিংসা কৰিব খোজে, তেন্তে সেই ৰূপে তাক নষ্ট কৰা হব। ৬ সিবিলাকে ভবিষ্যত বাক্য কোৱা দিনত যেন খুৎ