পৃষ্ঠা:New Testament in Assamese.djvu/৪৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩ অধ্যায়। ৪৫১ নিচিনা সিবিলাকৰ মুখ; ৮ তিৰোতাৰ চুলিৰ দৰে সিহঁতৰ চুলি, সিংহৰ দাঁতৰ দৰে সিহঁতৰ দাত; সিহঁতৰ যি বুৰ জাখৰ, সেইবিলাক লোৰ জাখৰ নিচিনা; আৰু ৰণলৈ ৰথে সৈতে লৰি যোৱা বহুত ঘোঁৰাৰ শবদৰ দৰে সিহঁতৰ ডেউকাৰ শবদ; ১০ কেঁকোৰা বিচাৰ নিচিনা সিহঁতৰ নেজ, আৰু নেজত হুল আছিল; আৰু পাঁচ মাহলৈকে মানুহক হিংসা কৰিবলৈ সিহঁতৰ শক্তি অছিল। ১১ তলি নোহোৱা কুণ্ডৰ দূত সিহঁতৰ ৰজা, তাৰ নাম ইব্ৰী ভাষাৰে অবাদেনি, গ্ৰীক ভাষাৰে অপলিওন, (অৰ্থাৎ বিনাশক)। ১২ এই এক সন্তাপ গল, আৰু দেখা, আগলৈ আৰু দুই সন্তপি আহিছে। ১৩ ষষ্ঠ দূতে বজলিত ঈশ্বৰৰ আগত থকা সোণৰ ভেটিৰ চাৰি শিঙ্গৰ পৰা ভেৰী ধৰা ষষ্ঠ দূতলৈ কোৱা এই শবদ শুনিলোঁ, ১৪ ফিৰাত মহ। নদীত বন্ধন হোৱা চাৰি দূতক মুকলি কৰা। ১৫ তেতিয়া মানুহবিলাকৰ তিনি ভাগৰ এভাগ মৰিবৰ নিমিত্তে যি চাৰি দূত এবছৰ, এমহি, এদিন, আৰু এক ঘৰলৈ যুগত হৈছিল, সেইবিলাকক মুকলি কৰিলে। ১৬ তাতে ঘোঁৰাত উঠা সৈন্যৰ সংখ। দুহেজাৰ লখি অছিল; সিহঁতৰ সেই সংখ্য ময় শুনিলো। ১৭ সেই ঘোঁৰাবোৰ আৰু তাত উঠি থকাবিলাকক এই ৰূপ দৰ্শন পালোঁ; অগ্নি আৰু নীলমনি অ িগন্ধকৰে বুৰ জখিৰ সিবিলাকৰ অছিল; সিংহৰ মূৰৰ নিচিনা সেই ঘোঁৰাৰ মূৰ; আৰু সিহঁতৰ মুখৰ পৰা জুই, ধূৱা, আৰু গন্ধক ওললি। পৰা ওলোৱা জুই, ধূৱা, গন্ধক, এই তিনি অহিতৰ দ্বাৰাই মানুহৰ তিনি ভাগৰ এভাগ নষ্ট কৰা হল। ১৯ সেই ঘোৰবিলাকৰ শক্তি মুখত আৰু নেজত আছে; কিয়নো সিহঁতৰ নেজ সাপৰ নিচিনা হৈ, মূৰেৰে যুগুত হোৱাত তাৰে সৈতেও হিংসা কৰে। ২০ এই বিৰোধ সকলৰ দ্বাৰাই যি অবশেষ মানুহ মৰা নহল, সিবিলাকে হাতে কৰা কৰ্মৰ পৰা মন নেপালটালে, অৰ্থাৎ দেখিব, শুনিব, অহা যোৱা কৰিব নোৱৰা, এনে সোণ, ৰূপ, পিতল, শিল, কাঠেৰে সজা মূৰ্তি আৰু দেওবিলাকৰ পূজা নেৰিলে; ২১ আৰু বধ, মায়াপী কৰ্মা, ব্যভিচাৰ, চুৰ কৰা, এইবিলাকৰ পৰা মন নেপালটালে।

১৮ সিহঁতৰ মুখৰ ১০ অধ্যায়। 3 পাছে ময় আন এজন বলৱন্ত দূতক স্বৰ্গৰ পৰা নামিবৰ দেখিলে, তেওঁ মেঘক বস্ত্ৰকৈ পিন্ধা হৈ, মূৰৰ ওপৰত স্বৰ্গৰ বেনু আছিল; তেওঁৰ মুখ সূৰ্যৰ নিচিনা, আৰু তেওঁৰ ভৰি জুইৰ খুটাৰ নিচিনা; আৰু হাতত এখন সৰু মেলা পুৰ্থী আছিল। ২ তেৱে সে। ভৰি সাগৰ ওপৰত, বাওঁ ভৰি পৃথিবীৰ ওপৰত দি থিয় হৈ সিংহে গৰ্জাৰ দৰে ৰিঙ্গিয়াই বৰ শবদ