পৃষ্ঠা:New Testament in Assamese.djvu/৪৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ অধ্যায়। 809 হয়, আকাশক এনে বন্ধন কৰিবলৈ সিবিলাকৰ শক্তি আছে; আৰু পানী তেজ কৰিবলৈ, আৰু যেতে বেলি ইচ্ছা কৰে, তেতে বেলি সকলে! অপিদেৰে পৃথিবীৰ লোকক দুঃখ দিবলৈ শক্তি আছে। ৭ সিবিলাকে প্ৰমাণ দিয়া কাল পূৰ হলত তলি নোহোৱা কুণ্ডৰ পৰা ওলাই অহা পহু এ সিবি- লাকে সৈতে যুদ্ধ পতি জয় কৰি সিবিলাকক মাৰিব। ৮ তীতে নিচি ৰূপে চিদোম আৰু মিচৰ নামে প্ৰখ্যাত হোৱা যি নগৰত সিবিলাকৰ প্ৰভু পেঙ্গেণিত বধ কৰা হৈছিল, সেই মহা নগৰৰ অলিতে সিবিলাকৰ মৰা শ থাকিব। ৯ নানা বাজ আৰু বঙ্গহ, ভাষা আৰু দেশৰ লোকে আচাৰি দিনলৈকে সিবিলাকৰ মৰা শ দেখি সিবিলাকক মৈদমিত পুতি- বলৈ নিদিব। আৰু এই দুই ভবিষ্যত বক্তাই পৃথিবীত থকা লোকক যাতনা কৰা হেতুকে পৃথিবীত থকাবিলাকে সিবিলাকৰ ওপৰত অনিন্দিত হৈ ৰঙ্গ কবি, আৰু ইজনে সিজনলৈ বঁট। দি পঠাব। ১১ অচাৰি দিনৰ পাছে ঈশ্বৰৰ পৰা জীৱাত্মা সিবিলাকৰ শৰীলত সোমালিহি, তাতে সিবিলাকে ভৰিৰে থিয় হলত দেখ। লোকবিলাকৰ অতিশয় ভয় লাগিল। ১২ পাছে সিবিলাকে আপোনলৈ কোৱা আকাশৰ এই মহা বাণী শুনি- লে, তোমোলাক ওপৰলৈ আহা। তাতে সিবিলাকে মেঘত সোমাই স্বৰ্গলৈ গল; আৰু সিবিলাকৰ শত্ৰুবিলাকেও তাক দেখিলে। ১৩ সেই ভঁৰ- তেই বৰ ভূমিকম্প গল, তাৰে নগৰৰ দহ ভাগৰ এভাগ পৰিল, আৰু সেই ভূমিকম্পৰ দ্বাৰাই সতি হেজাৰ মানুহ মৰা হল, অৰুি যি অৱশেষ লোক অছিল, সিবিলাকে ভয় পাই স্বৰ্গৰ ঈশ্বৰক ধন্যবাদ কৰিলে। ১৪ এই দ্বিতীয় সন্তাপ হৈ গল; দেখা, তৃতীয় সন্তাপ বেগাই আহিছে। ১৫ পাছে সপ্তম দূতে বজীলত, এই জগতৰ ৰাজ্য আমাৰ প্ৰভু আৰু তেওঁৰ খ্ৰীষ্টৰ হল, আৰু তেওঁ সদাসদায় ৰাজ শাসন কৰিব, এনে মহা শবদবোৰ স্বৰ্গত শুনা গল। ১৬ আৰু ঈশ্বৰৰ আগত সিবিলাকৰ সিংহাসনত বহি থকা চৌবিছ বৃদ্ধ লোকে উবুৰি হৈ পৰি ঈশ্বৰক সেৰা কৰি কলে, ১৭ হে বত্ত মন আৰু ভূত কলিৰ সৰ্ব্বশক্তিমন্ত প্ৰভু পৰম ঈশ্বৰ, তোমাৰ গুণ কীত্তন কৰে; কিয়নো তুমি আপোনাৰ মহা পৰাক্ৰম লৈ ৰাজ শাসন কৰি অছি॥ ১৮ দেশবিলাকৰ লোকে ‘ঙ্গ কৰিছিল, কিন্তু তোমাৰ ক্ৰোধ প্ৰকাশ হোৱা অৰু মৰা লোকৰ সোধ কৰা সময়, অৰ্থাৎ তোমাৰ সেৱক ভবিষ্যত বক্তবিলাক আৰু পবিত্ৰ লোক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে প্ৰতিফল দিবৰ, আৰু পথিবী নষ্ট কৰবিলাকক নষ্ট কৰিবৰ সময় আহি পালেহি।