পৃষ্ঠা:New Testament in Assamese.djvu/৪৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৫০ প্ৰকাশিত ভবিষ্যত বাক্য। তেজেৰে মিহলি জুই ওলাই পৃথিবীত পৰিল; তাতে পৃথিবীৰ তিনি ভাগৰ এভাগ পোৰা হল; গছবে। তিনি ভাগৰ এভাগ, অৰুি সকলো কেঁচা তৃণে। পেৰি। গল। ৮ পাছে দ্বিতীয় দতে বজলিত অগ্নিৰে জ্বলি থকা এটা মহা পৰ্বত যেন সাগৰ মাজত পেলোৱা হল; তাতে সাগৰৰ তৃতীয় ভাগ তেজ হল; ৯ অৰু সাগৰত থকা জীয়া জন্তুৰ তৃতীয় ভাগ মৰিল; অ িজাহাজবিলকিৰে। তৃতীয় ভাগ নষ্ট হল। ১০ পাছে তৃতীয় দূতে বজলিত জ্বলি থকা চাকিৰ নিচিনা এটা বৰ তৰা আকাশৰ পৰা খহি নদীৰ তিনি ভাগৰ এভাগত অৰুি জলৰ ভূমুকবিলকিত পৰিল। ১১ সেই তৰাৰ নাম তিতাপতি; তাৰে জলৰ তৃতীয় ভাগ তিতা- পাতৰ নিচিনা হল; আৰু পানী তিতা হোৱাত অনেক মানুহ মবিল। ১২ পাছে চতুৰ্থ দতে বজলিত সূৰ্যৰে-চন্দ্ৰৰে আৰু তৰবিলাকৰে। তিনি ভাগৰ এভাগ কোব মৰা হোৱাত, সিহঁতৰ তৃতীয় ভাগটো এন্ধাৰ হল; আৰু দিনৰ তৃতীয় ভাগ পহৰ নাইকিয়া হল; ৰাতিৰে সেই ৰূপ হল। ১৩ পাছে ময় চাওঁতে আকাশৰ মাজত উৰি যোৱা কুৰ পক্ষীএ বৰ মা- তেৰে কোৱা এই কথা শুনিলো, হে পৃথিবী নিবাসী লোক সকল, অৱ- শেষ যি তিনি দ্ৰুত বজাবলৈ আছে, সিবিলাকৰ ভেৰীৰ শৰদত তোমোলাকৰ সন্তাপ, সন্তাপ, অৰু সন্তাপ! ৯ অধ্যায়। হল। B পাছে পঞ্চম দূতে বজলিত অকিশিৰ পৰ৷ এক তৰা পৃথিবীত পৰিবৰ দেখিলোঁ; অৰুি তলি নোহোৱা কুওৰ চাবী তাক দিয়া হল। ২ তীতে সি তলি নোহোৱা কুও মেলিলত তাৰ পৰা বৰ অগ্নি কুণ্ডৰ ধূৱাৰ নিচি- নাকৈ ধূৱা উঠিলত, সেই কুণ্ডৰ বাৰে সূৰ্য আৰু অকিাশ মণ্ডল অন্ধকাৰময় ৩ সেই ধুৱাৰ পৰা ফৰিঙ্গবোৰ পৃথিবীত ওলাল, আৰু পৃথিবীত থকা কেঁকোৰা বিচাৰ শক্তিৰ নিচিনা সিহঁতক শক্তি দিয়া হল। আৰু পৃথিবীৰ কোনো তৃণ, বা কেঁচা শহ, বা কোনো গছ হিংসা নকৰি, যিবিলাকৰ কপালত ঈশ্বৰৰ ছাব নাই, অকল সিবিলাকক হিংসা কৰিবলৈ সিহঁতক অজ্ঞা দিয়া হল। ৫ সিবিলাকৰ প্ৰাণ মাৰিবলৈ দিয়া নহয়, কিন্তু পাচ মহিলৈকে যাতন। কৰিবলৈ সিহঁতক দিয়া হল। কেঁকোৰ। বিচাই মানুহক বিন্ধাত যেনে যতিন, সিহঁতে দিয়া যাতনা তেনে। কলিত মানুহবিলাকে মৃত্যুক বিচাৰি নেপাব; মৰণলৈ আশা কৰিব, কিন্তু সিবিলাকৰ পৰা মৃত্যু পলবি। ৭ সেই ফৰিঙ্গবোৰৰ অকৃিতি যুদ্ধৰ নিমিত্তে সজোৱা ঘোৰাৰ নিচিনা, আৰু মূৰত সোণৰ মুকুট, আৰু মানুহৰ মুখৰ