পৃষ্ঠা:New Testament in Assamese.djvu/৪৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ অধ্যায়। 88 বৰ তাল পাত ধৰি সিংহাসনআৰু মেৰ পোৱালিৰ অগিত থিয় হৈ, ১০ মাতেৰে জয়ধ্বনি কৰি কলে, সিংহাসনত বহি থকা আমাৰ ঈশ্বৰ আৰু মেৰ পোৱালিলৈ পৰিত্ৰাণৰ গুণ কীত্তন হওক। ১১ পাছে সকলে। দূত বিলাক সিংহাসন অৰুি বৃদ্ধ লোক আৰু চাৰি জন্তুৰ চাৰিও ফালে থিয় হৈ আছিল; আৰু সিবিলাকে সিংহাসনৰ অগিত তললৈ মুকৈ পৰি ঈশ্বৰক সেৱা কৰি কলে, ১২ অমেন; অমাৰ ঈশ্বৰৰ ধন্যবাদ, মহিমা, জ্ঞান, প্ৰশংসা, মৰ্যতা, পৰাক্ৰম, আৰু শক্তি সদাসদায় প্ৰকাশ হওক। [ অমেন।] ১৩ তেতিয়া সেই বৃদ্ধ লোকৰ এজনে মাত লগাই মোত সুধিলে, এই বগা কাপৰ পিন্ধবিলাক কোন? আৰু কৰ পৰা আহিল? ১৪ তাতে ময় তেওঁত কলে, হে মোৰ প্ৰভু, তুমি জানিছা। তেতিয়া তেওঁ মোত কলে, অতি দুখৰ পৰা উদ্ধাৰ হৈ মেৰ পোৱালিৰ তেজেৰে অপেনি আপনি বস্ত্ৰ ধুই কৰা ইবিলাক। ১৫ এই হেতুকে সিবিলাকে ঈশ্বৰ সিংহাসনৰ আগত থাকি দিনে বা- তিএ তেওঁৰ মন্দিৰত তেওঁৰ সেৱা কৰি আছে; অৰু সিংহাসনত বহি থকা যি জন, তেওঁ সিবিলাকৰ মাজত নিবাস কৰিব। ১৬ সিবিলাকৰ আৰু কেতিয়াও ভোক পিয়াহ নহব; সিবিলাকৰ গাত ৰদ বা কোনো তাপ নে লাগিব; ১৭ কিয়নো সিংহাসনৰ মাজত থকা মেৰ পোৱালিএ সিবিলাকক চৰাব, আৰু অমৃত জলৰ পুঙ্গৰ ওচৰলৈ নিব, আৰু ঈশ্বৰে সিবিলাকৰ চকু পৰা সকলো লো মচি গুছবি। বগ। ৮ অধ্যায়। পাছে তেওঁ সপ্তম ছবি মেলিলত এৰ্ডাৰ মান বেলি স্বৰ্গ নিঃশবদ হল। ২ তেতিয়া ঈশ্বৰৰ অগিত থিয় হৈ থকা যি সাত জন দত, সিবিলাকক দেখিলে; আৰু সেই সাত জনক সীতোটা ভেৰী দিয়া হল। সোণৰ ধূপৰ বঠি লোৱা অন্য এজন দূত অহি, ভেটিৰ কোষত থিয় হল। আৰু সিংহাসনৰ অগিত থকা সোণৰ ভেটিৰ ওপৰত সকলো সাধুবিলাকৰ প্ৰাৰ্থনাৰে সৈতে উচৰগ কৰিবৰ নিমিত্তে তেওঁক ভালেমান ধূপ দিয়া হল।

  • তাতে ঈশ্বৰৰ আগত সাধুবিলাকৰ প্ৰাৰ্থনাৰে সৈতে দূতৰ হাতৰ পৰা

ধূপৰ ধৱা উঠিল। ৫ পাছে দূতে ধূপৰ বঠি লৈ ভেটিৰ জুইৰে পূৰ কৰি পৃথিবীত পেলাই দিলে; তাতে শবদ, আৰু মেঘৰ গৰ্জ্জন, বিদুলী, আৰু ভূমিকম্প হল। ৬ পাছে সাতোটা ভেৰী ধৰ। সেই সাত জন দুতে ভেৰী বজীবলৈ অ- পোনাকে যুগুত কৰিলে। তাতে প্ৰথম দূতে বজালিত শিলাবৃষ্টি আৰু 9