পৃষ্ঠা:New Testament in Assamese.djvu/৪৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪৮ প্ৰকাশিত ভবিষ্যত বাক্য। ১২ > 3 আৰু ভাইবিলাক তোমোলাকৰ নিচিনাকৈ বধ কৰা হব, সিবিলাকৰ সংখ্যা পূৰ নোহোৱালৈকে তোমোলাকে অলপ কাল জিৰাই থাকিব। পাছে তেওঁ ষষ্ঠ ছবি মেলিলত ময় চাই দেখিলোঁ, মহা ভূমিকম্প গল, আৰু চুলিৰে বোৱা চটৰ নিচিনা সূৰ্য কলা হল, গোটেই চন্দ্ৰ তে জৰ নিচিনা হল, ১৩ আৰু বৰ বতাহে লৰোৱা ডিম গছৰ অকালৰ গী যেনেকৈ সৰি পৰে, তেনেকৈ আকাশৰ তৰবিলাক খহি পৰিল। আৰু ছালৰ পুৰ্থী নুৰিয়াই থোৱাৰ দৰে আকাশ মণ্ডল গুছি গল; পৰ্ব্বত উপদ্বীপ সকল আপোন আপোন ঠাইৰ পৰা লৰোৱা হল ১৫ আৰু পৃথিবীৰ ৰজীবিলাক, প্ৰধান লোক, সেনাপতি, ধনী আৰু বলৱন্ত- বিলাক, বন্দী আৰু মুকলি হোৱা মানুহ সকলে গুহাতি আৰু পৰ্বতৰ শি- লৰ মাজত অপোনাক লুকাই, পৰ্বত আৰু শিলবোৰক বুলিলে, আমাৰ ওপৰত পৰি, সিংহাসনত বহি থকা জনৰ মুখৰ পৰা আৰু মেৰ পোৱা- লিৰ ক্ৰোধৰ পৰা অমাক ঢাকাহঁক। ১৬ কিয়নো তেওঁৰ ক্ৰোধৰ মহ। দিন আহিল, আৰু কোন থাকিব পাৰে? ৭ অধ্যায়। দূত দেখিলো। ইয়াৰ পাছে পৃথিবী, বা সাগৰ, বা কোনো গছৰ ওপৰত বতাহ যেন নবলাই, এই নিমিত্তে পথিবীৰ চাৰি বায়ু, ধৰি পৃথিবীৰ চাৰি চুকত থকা চাৰি ২ পাছে অমৰ ঈশ্বৰৰ ছাৰ লৈ পূব দিশৰ পৰা ওলাই অহা আন এজন দূতক দেখিলোঁ; পৃথিবী অৰু সাগৰ্ক হিংসা কবি- বলৈ অজ্ঞা পোৱা চাৰি দূতত সি দূতে বৰকৈ ৰিঙ্গিয়াই কলে, ৩ আমি আপোনাৰ ঈশ্বৰৰ সেৱকবিলাকৰ কপালত ছবি নিদিয়ালৈকে তোমোল- কে পৃথিবী, সাগৰ, আৰু গছবোৰ্ক হিংসা নকৰিবা। ৪ পাছে সেই ছবি মৰা মানুহবিলাকৰ সংখ্যা শুনিলোঁ; ইসায়েলৰ সকলো ফৈদৰ এক লাখ চৌচলিছ হেজাৰ ছবি মৰা হল। ৫ য়িহুদাৰ ফৈদৰ ছবি মৰা বাৰে হে জৰি; ৰুবেনৰ ফৈদৰ ছবি মৰা বাৰে হেজাৰ; গদিৰ ফৈদৰ ছবি মৰ। বাৰে হেজাৰ; ৬ অস্যেৰ ফৈদৰ ছাৰ মৰা বাৰে হেজাৰ; নপালিৰ ফৈ- দৰ ছবি মৰা বাৰে হেজাৰ; মিনাচিৰ ফৈদৰ ছবি মৰা বাৰে হেজাৰ; চিমিওনৰ ফৈদৰ ছবি মৰা বাৰে হেজাৰ; লেৱিৰ ফৈদৰ ছবি ম। বাৰে হেজাৰ; ইচাখাৰৰ ফৈদৰ ছাৰ মৰা বাৰে হেজাৰ; জিবুলেনিৰ ফৈদৰ ছবি মৰা বাৰে হেজাৰ; য়োচেফৰ ফৈদৰ ছাব মৰা বাৰে হেজাৰ; বেনিয়ামিনৰ ফৈদৰ ছবি মৰা বাৰে হেজাৰ। ৯ ইয়াৰ পাছে ময় চাই দেখিলে, কোনেও গণিব নোৱৰা সকলো দেশ, বঙ্গহ, জাতি, আৰু ভাষাৰ লোক এক বৰ সমূহে বগা বস্তু পিন্ধা হৈ হাতত zu