পৃষ্ঠা:New Testament in Assamese.djvu/৪৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

888 প্ৰকাশিত ভবিষ্যত বাক্য। যি ভঁৰত তোমালৈ আহিম, তাক তুমি নেজানিবা। ৪ কিন্তু যিবিলাকে আপোনাৰ কপিৰ মলীন নকৰিলে, চাদি নগৰত তোমাৰ এনে কেতবিলাক নাম আছে; সিবিলাক যোগ্য পাত্ৰ হোৱাত বগা কপিৰ পিন্ধা হৈ মোৰে সৈতে অহা যোৱা কৰিব। ৫ যি জনে জয় কৰে, সি বগা বস্ত্ৰ পিন্ধা হব; আৰু তাৰ নাম জীৱনৰ পুথিৰ পৰা ময় নুগুছাম, কিন্তু মোৰ পিতৃ আৰু তেওঁৰ দূতবিলাকৰ অগিত ময় তৰি নাম লৈ কাহিম। ৬ মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ অছে, সি তাক শুনেকি। ৭ অৰুি ফিলাদেফিয়া নগৰৰ মণ্ডলী দূতলৈ এই ৰূপে লিখ॥ দাৱি- দৰ চাবী অপিপনি হাতত ৰাখি বি জনাই মেলিলে কোনেও বন্ধ কৰিব নোৱাৰে, অৰু বন্ধ কৰিলেও কোনোএ মেলিব নোৱাৰে, এনে পবিত্ৰ আৰু সত্য জনাই এই কথা কৈছে; ৮ তোমাৰ কৰ্ম ময় জানো; তোমাৰ আগত এখনি দুৱাৰ মুকলি কৰি থৈছে, তাক কোনেও বন্ধ কৰিব নো- বাৰে; কিয়নো তোমাৰ অলপ মাথোন শক্তি হোৱাতো মোৰ কথা পালন কৰি মোৰ নাম আসৈ নকৰিলা। ৯ আৰু য়িহুদি নহৈয়ো যিবিলাকে মিছা কথা কৈ আপোনাক য়িহুদি বোলে, দেখা, এনে ছয়তানৰ সভাৰ লোক- বিলাকক অনি তোমাৰ চৰণত সেৱা কৰাম; তাতে ময় যে তোমাক প্ৰেম কৰে, সিহঁতে ইয়াকে জানিব। তুমি মোৰ ধৌৰ্য্যৰ কথা ৰক্ষা কৰ হেতুকে যি পৰীক্ষাৰ কাল পৃথিবীত থকা লোকবিলাকক পৰীক্ষা কৰি নিমিত্তে সকলো জগতৰ ওপৰত অহিব, সেই কালৰ পৰা ময়ো তো- মাক ৰক্ষা কৰিম। ১১ ময় ৱেগাই আহিছে; তোমাৰ কিৰীটী কেৱে যেন নলয়, এই নিমিত্তে তোমাৰ যি আছে, তাকে যতন কৰি ৰখি॥ ১২ যি জনে জয় কৰে, সি যেন আৰু বাহিৰ হৈ নেই, এই নিমিত্তে মোৰ ঈশ্বৰৰ মন্দিত তাক স্তম্ভ কৰিম; আৰু মোৰ ঈশ্বৰৰ নাম, আৰু ঈশ্বৰৰ স্বৰ্গৰ পৰা নামি অহা মোৰ ঈশ্বৰৰ যি নগৰ, অৰ্থাৎ নতুন য়িৰুছলিম, তাৰ নাম, আৰু মোৰ আপোনাৰ নতুন নাম তাৰ ওপৰত লিখিম। ১৩ মণ্ডলী- বিলাকলৈ অত্মাই যি কথা কৈছে, যাৰ কাণ আছে, সি তকি শুনেকি। ১৪ অৰুি লৱিদিকিয়া নগৰৰ মণ্ডলীৰ দূতলে এই ৰূপে লিখা। যি জন আমেন, আৰু বিশ্বাসী সত্য সাক্ষী, আৰু ইশ্বৰৰ সৃষ্টিৰ আদি, তেওঁ এই কথা কৈছে; ১৫ ময় তোমাৰ কৰ্ম জানো; তুমি হেঁচা নোহোৱা, তপত নোহোৱা; তুমি ছেচা নাইবা তপত হোৱা, মোৰ এই বঞ্চিা। ১৬ এতেকে ঘেঁছা বা তপত নহৈ অলপ উম হোৱাত মোৰ মুখৰ পৰা উগাৰি পেলাম। তুমি বুলিছা, ময় ধনন্ত, সম্পত্তিৰে বহা হৈছে, মোৰ একোৰে। অভাও নাই; কিন্তু তুমি কঙ্গাল আৰু দুঃখী, দৰিদু, কণা আৰু নাঙ্গটা হৈছা, ইয়াক নেজানা। ১৮ তুমি ধনৱন্ত হবৰ নিমিত্তে জুইত পৰীক্ষ। ক সোণ, আৰু নাঙ্গটাৰ লাজ যেন দেখা নেই, পিন্ধিবৰ নিমিত্তে বগ 29