পৃষ্ঠা:New Testament in Assamese.djvu/৪৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ অধ্যায়। ৪৪৫ কপিৰ, অৰু তুমি যেন দেখিবা, চকৃত লিপিবৰ কাৰণে চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা, ময় তোমাক এই বুদ্ধি দিছে। ১৯ যি যি লোকক ময় প্ৰেম কৰে, সেই সকলোকে ডাবি দি শাস্তি কৰি থাকো; এই হেতুকে তুমি উদ্যোগী হৈ মন পালটোৱা। ২০ দেখা, ময় থিয় হৈ দুৱাৰত মৰিয়াই থাকে; যি কোনো মোৰ মাত শুনি দুৱাৰ মুকলি কৰিব, ময় ভিতৰলৈ সোমাই তাৰে সৈতে ভোজন কৰিম, আৰু সিও মোৰে সৈতে ভোজন কৰিব। ময় যেনেকৈ জয় কৰি মোৰ পিতৃৰ লগত তেওঁৰ সিংহাসনত বহি আছে, সেই ৰূপে যি জনে জয় কৰে, ময় আপোনাৰ সিংহাসনত আপোনাৰ লগত তাক বহিবলৈ দিম। ২২ মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে, সি তাক শুনোক। ৪ অধ্যায়। 8 ইয়াৰ পাছে চাওঁতে, স্বৰ্গত এক দৰাৰ মুকলি দেখিলে; আৰু প্ৰথমে ময় শুন শবদে ভেৰীৰ শবদৰ নিচিনা মোত কথা কৈ বুলিলে, ইয়ালৈ উঠি অহঁ; ময় তোমালৈ ভবিষ্যত কথা দেখাম। ২ সেই খেনতে ময় অত্মত আছিলোঁ; আৰু দেখা, স্বৰ্গত থাপনা কৰা এক সিংহাসন, আৰু তাৰ ওপৰত এজন পুৰুষ বহি আছিল। ৩ সেই বহি থকা জন। দেখিবলৈ সূৰ্য্যকান্ত আৰু পোৱাল মণিৰ নিচিনা হয়; সিও হাসনৰ চাৰিও ফালে মেঘৰ ধেনু আছিল, দেখিবলৈ পানাৰ নিচিনা। আৰু সিংহা- সনৰ চাৰিও ফালে চৌবিছ সিংহাসন; সেই সিংহাসনৰ ওপৰত বগ। বস্তু আৰু মূৰত সোণৰ কিৰীটী পিন্ধা চৌবিছ জন বৃদ্ধ লোক বহি অ- ছিল। ৫ আৰু সিংহাসনৰ পৰা বিদুলী, মেঘৰ গৰ্জ্জন, অৰু শবদ ওলাল; সিংহাসনৰ অগিত জ্বলি থকা অগ্নিৰ সাত প্ৰদীপ, অৰ্থাৎ ঈশ্বৰৰ সাত আত্মা। ৬ আৰু সিংহাসনৰ অগিত ফটিকৰ নিচিনা নিৰ্মল এক সমুদ; সিংহাসনৰ মাজত আৰু তাৰ চাৰিও ফালে আগে পাছে চকুৰে পূৰ হোৱা চাৰি জন্তু আছিল। ৭ প্ৰথম জন্তু সিংহৰ নিচিনা; দ্বিতীয় জন্তু দামুৰিৰ নিচিনা; তৃতীয় জন্তুৰ মানুহৰ দৰে মুখ আছিল; চতুৰ্থ জন্তু উৰি যোবা কুৰৰ পক্ষীৰ নিচিনা। ৮ প্ৰতি জন্তুৰে ছয় ছয় ডেউকা, আৰু সিবি- লাক বাহিৰে ভিতৰেও চকুৰে পৰিপূৰ্ণ হৈ আছে; আৰু দিনে ৰাতি খতি নকৰি, পবিত্ৰ, পবিত্ৰ, পবিত্ৰ, ভূত বৰ্তমান ভবিষ্যত কালৰ সৰ্বশক্তিমন্ত প্ৰভু পৰম ঈশ্বৰ, এই কথা বুলি থাকে। ১ আৰু সদাসদায় জীয়ায় থকা যি জন। সিংহাসনত বহি আছে, জন্তুবিলাকে যেতিয়া তেওঁৰ মহিমা, প্ৰশংসা, অৰুি গুণ কীত্তন কবে, ১০ তেতিয়া সিংহাসনত বহা জনৰ অ- গত সেই চৌবিছ বৃদ্ধ লোকে উবুৰি হৈ পৰি, সদাসৰ্ব্বদায় জীয়াই থক।