পৃষ্ঠা:New Testament in Assamese.djvu/৪৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ও অধ্যায়। 883 ১৮ আৰু গুৱতিৰ নগৰৰ মণ্ডলীৰ দূতলৈ এই ৰূপে লিখা। যি জনা চকু জুইৰ শিখৰ নিচিনা, চকা পিতলৰ নিচিনা যৰি চৰণ, ঈশ্বৰৰ সেই 'পুত্ৰয় এই কথা কৈছে; ১৯ তোমাৰ কৰ্ম, আৰু প্ৰেম, সেৱা, বিশ্বাস, ধৌৰ্য, আৰু প্ৰথম কৰ্মতকৈ অধিক হোৱা তোমাৰ শেষ কৰ্মি, এইবিলাক জানে॥ ২০ তথাপি তোমাৰ বিৰোন্ধে মোৰ এই কথা আছে; তোমাৰ যি তিৰো- তা ইবেলে আপোনাক ভবিষ্যত বক্তৃ বুলি মোৰ সেৱকবিলাকক বেশ্য। গমন আৰু দেৱতাৰ প্ৰসাদ ভোজন কৰিবলৈ শিক্ষা দি ভুলাইছে, তাইক সহি আছি॥ ২১ মন পালটাবলৈ ময় তাইক কলি দিলো, কিন্তু ব্যভিচাৰ কৰ্মৰ পৰা তাই মন পালটাবলৈ ইচ্ছা নকৰে। ২২ দেখা, ময় তাইক শয্যাত পেলাম; আৰু যিবিলাকে তীয়ে সৈতে ব্যভিচাৰ কৰ্ম কৰে, সিহঁতে তাইৰ কৰ্মৰ পৰা যদি মন নেপালটাই, সিহঁতকো বৰ ক্লেশত পেলাম; অৰু তাইৰ সন্তানবিলাকক মৃত্যুৰ দ্বাৰাই মাৰিম। ২৩ তাতে ময় চিত্ত আৰু মনৰ পৰীক্ষা কৰোতা হৈছে, সকলো মণ্ডলীএ ইয়াকে জানিব; আৰু তেমো- লাকৰ প্ৰতি জনকো আপোন আপোন কৰ্মৰ দৰে প্ৰতিফল দিম। ২৪ কিন্তু থুৱতিৰতি থকা তোমোলৰ শেষ যিবিলাকে এই শিক্ষা গ্ৰহণ কৰা নাই আৰু লোকে যিহক ছয়তানৰ গম্ভীৰ কথা বোলে, তাকে। জনা নাই, সিবি- লাকিত কৈছো, তোমোলাকৰ ওপৰত ময় আৰু ভাৰ নিদিম; ২৫ কিন্তু তোমোলাকৰ যি যি আছে, ময় নাহেঁমানে তাকে যতন কৰি ৰাখি। ২ ৬ যি জনে জয় কৰি শেষলৈকে মোৰ কৰ্ম পালন কৰে, ময় যেনেকৈ পিতৃৰ পৰা পোৱা হৈ আছে, সেই ৰূপে তাক বিদেশীবিলাকৰ ওপৰত অধিকাৰ বব দিম; তাতে সি লোহাৰ দণ্ডেৰে সিহঁতক শাসন কৰাত কুমাৰে কৰা পাত্ৰৰ দৰে গুৰি হৈ ভাগিব। ২৭ আৰু তাক ভোট। তৰা দিম। ২৮ মণ্ডলীবিলাকলৈ আত্মই যি কথা কৈছে, যাৰ কাণ আছে, সি তাক শুনেকি। ৩ অধ্যায়। অৰু চাদি নগৰৰ মণ্ডলৰ দতলৈ এই ৰূপে লিখা। যি জনাৰ লগত ঈশ্বৰৰ সাত আত্মা আৰু সাতোটা তৰা থাকে, তেওঁ এই কথা কৈছে; তোমাৰ কৰ্মময় জানো; আৰু তুমি জীয়াই থকাৰ নাম মাথোন আছে, কিন্তু মৰা হৈ আছি, তাকে জানে॥ ২ জাগি থাকা, আৰু শেষ থকা যি যি মৰাৰ নিচিনা হল, তাক শক্তিমন্ত কৰা; কিয়নো মোৰ ঈশ্বৰৰ অগিত তোমাৰ কৰ্ম নিৰ্দোষ হোৱা নেপালো। ৩ এই হেতুকে তুমি যি ৰূপে কথা গহণ কৰি শুনিলা, তাক সোঁৱৰা, অঝি পালন কৰি মন পালটোৱা। তুমি যদি জাগি নেথাকা, তেন্তে ময় চোৰৰ নিচিনাকৈ তোমালৈ আহিম, আৰু