পৃষ্ঠা:New Testament in Assamese.djvu/৪৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ ৪২ প্ৰকাশিত ভবিষ্যত বাক্য। 3 বাদী যেন পালা; ৩ আৰু ধৌ ধৰি যোৰ নামৰ নিমিত্তে সহন কৰি ক্লান্ত নহল, এই সকলোকে জানে। ৪ তথাপি তোমাৰ বিৰেন্ধে মোৰ কিছু কথা আছে, তুমি আপোন আদিৰ প্ৰেম এৰিলা। তুমি কৰ পৰা পৰিলা, ইয়াকে সুৱৰি মন পালটাই আদিৰ কৰ্ম কৰা; নাইবা যদি মন নেপালটেৱিা, তেন্তে ময় বেগাই আহি তোমাৰ দীপাধাৰ ঠাইৰ পৰা গুছাম। কিন্তু নিকলাইতি লোকৰ যি কৰ্মময় ঘিণাওঁ, তাক তুমিও ঘিণ কৰা, এই তোমাৰ ভাল কথা আছে। ৭ মণ্ডলীবিলাক লৈ আত্মই যি কথা কৈছে, যাৰ কাণ অছে, সি তাকে শুনেকি; যি জনে জয় কৰে, তাক মোৰ ঈশ্বৰৰ উদ্যানত থকা জীৱনৰ গছৰ গটি খাবলৈ দিম। আৰু স্ম। নগৰৰ মণ্ডলীৰ দূতলৈ এই ৰূপে লিখা। মৃত্যু হৈয়ে। পূনৰ জীয়। যি জনা অদি অন্তে হৈছে, তেৱে কৈছে; তোমাৰ কৰ্ম আৰু ক্লেশ দৰিদু ময় জানো; তথাপি তুমি ধনবন্ত হৈছা; অৰু যিবি- লাকে আপোনাক য়িহুদি বুলিলেও য়িহুদি নহৈ ছয়তানৰ সভাৰ লোক হয়, সিহঁতৰ নিন্দাও ময় জানো। তুমি যি যি দুঃখ পাব, তালৈ একো ভয় নকৰিবা; দেখ, তোমোলাকৰ পৰীক্ষা হৰৰ নিমিত্তে ছয়তনে তোমোলাকৰ কেতবিলাকক বন্দীশালত পেলাব; অ িদহ দিনলৈকে তো- মোলাকৰ দুগ হ। কিন্তু তুমি মৰণলৈকে বিশ্বাসী হৈ থাকিবা, তাতে ময় অনন্ত জীবনৰ কিৰাটী তোমাক দিম। ১১ মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে, সি তাক শুনেকি; যি জনে জয় কৰে, সি দ্বিতীয় মৃত্যুৰ দ্বাৰাই হিংসা পোৱা নহব। ১২ আৰু পাগম নগৰৰ মণ্ডলীৰ দূতলৈ এই ৰূপে লিখা। দুধৰয়া চে'- ক। তৰোৱাল ধৰোতা ঘি জন, তেৱে কৈছে; ১৩ তুমি যি কৰ্ম কৰিছা, আৰু ঘি ঠাইতে ছয়তানৰ সিংহাসন আছে, তাতে তুমি নিবাস কৰিছা, ইয়াকে ময় জানো; আৰু মোৰ নাম দৃঢ়কৈ ধৰি, ছয়তানৰ সেই নিবাসৰ ঠাইত যি কালত আন্তিপা নামে মোৰ বিশ্বাসী সাক্ষী তোমোলাকৰ মাজত বধ কৰা হৈছিল, সেই কালতো মোৰ ধৰ্ম আসৈ নকৰিলা। তোমাৰ বিৰেন্ধে মোৰ কিছু কিছু কথা আছে; যি জনে দেৱতাৰ প্ৰসাদ ভোজন আৰু বেশ গমনৰ জুটি খোৱা মুহ। ইসায়েলৰ সন্তানবিলাকৰ অ- গত পেলাবলৈ বালাক ৰজাক শিক্ষা দিলে, সেই বিলিয়মৰ মত লোৱাবি- লাকক তুমি ঠাই দিছা; ১৫ আৰু তাৰ দৰে নিকলাইতিৰ মত লোৱাবি- লককো তুমি ৰাখিছা। ১৬ মন পালটোৱা নাইবা তোমাৰ ওচৰলৈ গৈ মোৰ মুখৰ তৰোৱালেৰে সিহঁতে সৈতে যুদ্ধ কৰিম। ১৭ মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে, সি তাক শুনেকি; যি জনে জয় কৰে, তকি গুপুত মানা দিম; আৰু লোৱা গৰাকিৰ বাহিৰে কোনেও নজ- না, এনে নাম লিখা এক বগ। শিলে। তাক দিম। ১৪ তথাপি