পৃষ্ঠা:New Testament in Assamese.djvu/৪৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

89 হৰ লোকে তেওঁৰ নিমিত্তে ক্ৰন্দন কবি। তেনেই হওক; তায়েন। ৮ বত্ত মন আৰু ভূত আৰু ভবিষ্যত কালৰ হোৱা, সৰ্ব্বশক্তিমন্ত যি প্ৰভু পম ঈশ্বৰ, তেওঁ কৈছে, ময় তলিফা আৰু ওমেগ, [ আদি অন্ত।] ১ খ্ৰীশু খ্ৰীষ্টৰ দুঃখ আৰু ৰাজ্য আৰু ধৌৰ্যৰ লগৰ ভাগী হোমো। কৰ ভাই য়োহান যি ময়, ময় ঈশ্বৰৰ বাক্য আৰু ৰীশু [খৃীষ্টৰ ] প্ৰমৰ নিমিত্তে পাত্ম নামেৰে এখান মাজুলীত আছিলোঁ। ১০ তাতে প্ৰভূৰ দিনত য় অত্মাতে তছিলো; তেতিয়া মোৰ পাছ ফালে ভেৰীৰ শবদৰ দৰে ৰ শবদ হোৱা এই বাক্য শুনিলে, ১১ তুমি যি দৰ্শন পোৱা, তাক পৃথিত লিখি, এফেচ, আৰু স্মাণ', পৰ্গাম, থুৰাতিৰ1, চাদি, ফিলাদেল ফয়', লাদিকিয়া, এই সাত মণ্ডলীলৈ পঠাই দিবা। ১২ তেতিয়া মোহ কথা কে বা জনক দেখিবলৈ ঘুৰিলো; ঘুৰিলত সোণৰ দীপাধাৰ সাতোটা দেখিয়ে। ১৩ সেই সাতোট। দীপাধাৰৰ মাজত মানুহৰ পুত্ৰৰ নিচিনা এড় নক (দখি - লো; তেওঁৰ ভৰিলৈকে বস্ত্ৰ পিন্ধা, আৰু সোণৰ টঙ্গালিৰে বুকত বন্ধ। হ অছিল। ১৪ তেওঁৰ মূৰ আৰু চুলি হিমৰ নিচিনা শুকুল, মেৰৰ নে? - মৰ দৰে বগা হল; জ্বলি থকা অগ্নিৰ নিচিনা তেওঁৰ চকু; ১৫ মহিত পোৰা চক। পিত্তলৰ নিচিনা তেওঁৰ চৰণ; তাৰু বহু পানীৰ খলকৰ নি- চিনা তেওঁৰ মাত; আৰু তেওঁৰ সোঁ হাতত সাতটি। ৰ। অছিল; তেওঁৰ মুখৰ পৰা দুপৰীয়া চোকা তৰোৱাল এখন ওলাই; আৰু প্ৰচণ্ড প্ৰতাপী সূৰ্যৰ নিচিনা তেওঁৰ বদন প্ৰকাশ হৈ আছিল। ১৭ তেওঁক নে- খি ময় মৰাৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলো; তাতে মোৰ গাত তেও আপোনাৰ সে। হাত দি কলে, ভয় নকৰিবা; ময় অদি আৰু অন্ত; হৈয়ো জীয়াই আছে, আৰু দেখা, অনন্ত কাললৈকে জয়ই থাকে; আৰু মৰণৰো পৰলোকৰে৷ চাৰী মোৰ হাতত আছে। যি যি দেখিলা, যি বৰ্ত্তমান আৰু যি ভবিষ্যত, সকলোকে লি, খা। সে হাতত ষি সাতোটা তৰা, আৰু যি সাতোটি। দীপাবৰ দেখিলা, সেই বিলাকৰ গোপনীয় অৰ্থ এই; সেই সাতোটা ভৰাই মণ্ডলীব সাত দূত, আৰু সেই সাতোটা দীপবাৰ সাত মণ্ডলী। . ১৮ মৃত্যু ২ ৩ মোৰ ২ অধ্যায়। এফেচ নগৰৰ মণ্ডলী দূতলৈ এই ৰূপে লিখ। যি জনে সেঁ। হাতত সা:- তোটা তৰ। ধৰে, আৰু সোৰ সাতোটা দীপাধাৰৰ মাজত তাহা যোৱা কৰে, তেও এই কথা কৈছে; ২ তোম ৰ কৰ্ম, পৰিশ্ৰম আৰু ধৌৰ্য! ময় জানো; তুমি দুষ্টবিলাকক হিব নোৱ ৰা, আৰু যিবিলাকে পে- নাক পাচনি বোলে, কিন্তু স্বৰূপ নহয়, সেই। বলাকক পৰীক্ষা কৰি মিছা,-