পৃষ্ঠা:New Testament in Assamese.djvu/৪৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

839 প্ৰকাশিত ভবিষ্যত বাক্য। ত:নন্ত পৰম অনুষলৈ দিয়া আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ যি দায়ী, তালৈ ঢাই থাকি ঈশ্বৰৰ প্ৰেমত অপোনাক ৰক্ষা কৰা। ২২ আৰু লোকক পৃথক পৃথক কৰি, কোনোবোৰক দায়া কৰা। ২৫ কোনোবোৰক ভয় দেখাই জুইৰ মাজৰে পৰা উলিয়াই ৰক্ষা কৰা; কিন্তু শীলৰ মলিৰে মলীন হোৱা যি বস্তু, তাকে। ঘিণ কৰা। ২৪ অৰু তোমোলাকক নপৰাকৈ ৰক্ষা কৰি অতিশয় আনন্দেৰে অ- পোনাৰ প্ৰভাৱৰ অগিত নিষী ৰাখি থবলৈ সমৰ্থ যি ত্ৰাণ ক। অহি- তীয় ঈশ্বৰ, আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰ মহিমা, গৌবও, ৰাজ্য শাসন, অকি পৰাক্ৰম, [সকলো সৃষ্টিৰ আদিৰে পৰ1] ইহকালেও অকি অনন্ত কালেও প্ৰকাশ হওক। আমেন। প্ৰকাশিত ভবিষ্যত বাক্য। ১ অধ্যায়। ঈশৰে আপোনৰ সেৱকবিলাকক অলপ কালৰ পাছে হৰ লগা কথা দেখবৰ নিমিত্তে এই প্ৰকাশিত বাক্য যীশু খ্ৰীষ্টক সমপৰ্ণ কৰিলে, তাতে তেওঁ আপোন দূতৰ দ্বাৰাই পঠাই অপে- নাৰ সেৱক য়োহানক বুঝাই দিলে। ২ য়োহানে ঈশ্বৰৰ বাক্য তা খ্ৰীষ্টৰ প্ৰমাণৰ যি যি কথা দৰ্শন পালে, সেই সকলোৰে প্ৰমাণ দিলে। যি জন এই ভবিষ্যত বাক্য পহেঁ, আৰু যিবিলাকে তাক শুনে, অৰু তাত লিখা অজ্ঞা সকল পালন কৰে, সিবিলাক ধন্য; কিয়নো কাল ওচৰ হৈ আছে। ৪ অচিয়াত থকা সাত মণ্ডলীলৈ য়োহানে পত্ৰ লিখিছে। যি জন দত্তমান আৰু ভূত আৰু ভবিষ্যত কালৰ হৈছে, অৰুি যি সাতোট। আত্মা তেওঁৰ সিংহাসনৰ অগিত আছে, আৰু বিশ্বাসী সাক্ষী, মৰা লোকৰ প্ৰথমে জন্ম। আৰু পৃথিবীৰ ৰজীবিলাকৰ ৰজা যি যীশু খ্ৰীষ্ট, তেওঁবিলাকৰ পৰা তোমোলাকলৈ তনুগ্ৰহ অৰুি কুশল হওক। তামাক প্ৰেম কৰি আপোনাৰ তেজেৰে আমাৰ পপি ধুই গুছালে, আৰু আপোনাৰ পিতৃ ঈশ্বৰলৈ আমাক পোৰোহিত বাব দি ৰাজ্য পাতিলে, তেওঁৰ মহিমা আৰু পৰাক্ৰম সদা সদায় প্ৰকাশ হওক। অমেন। ৭ দেখা, তেওঁ মেঘত আহিছে; সকলোৰে চকুএ তেওঁক দেখিব; যিবিলা- কে তেওঁক বিন্ধিলে, সিহঁতেও দেখিব; আৰু পৃথিবীত থকা সকলে! বঙ্গ, ৬ যি জনে