পৃষ্ঠা:New Testament in Assamese.djvu/৪৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

য়িহুদাৰ পত্ৰ। ৪ ৩১ ১৩ অ- প্ৰথম বাবত নেথাকি নিবাসৰ ঠাই এৰিলে, তেবে সিবিলাকক মহ। দিনৰ সেধিৰ নিমিত্তে অনন্ত কালৰ শিকলিব বন্ধনেৰে এন্ধাৰৰ মাজত ৰাখি থৈছে। ৭ সিহঁতৰ নিচিনাও চিদোম আৰু অমোৰা আৰু তাৰ চাৰিও ফালৰ নগৰৰ লোকে বেশ্যা গমন আৰু পুংমৈথুন কৰাত অনন্ত জুইৰ দণ্ড পোৱাৰ এক আহি প্ৰকাশ কৰি থোৱা হৈছে। ৮ সেই ৰূপে এই নিদিত হোৱা লোকবিলাকেও শৰীক অশুচি কৰে, অধিকাৰক হেলা কবে, আৰু শক্তিমন্ত লোকক নিন্দা কৰে। ৯ মহা দূত মিখ এলে যেতিয়া মোচাৰ শৰীলৰ কথাত ছয়তনে সৈতে বাদ বিবাদ কৰিলে, তেতিয়া তৰি বিৰোন্ধে তেওঁ নিন্দা অপবাদ দিবলৈ সাহ নহৈ, প্ৰভু এ তোমাক ডবিয়াওক, এই কথা মাথোন কলে। কিন্তু এইবিলাকে যিহকে নেজানে, তাক নিন্দা কৰে; আৰু অজ্ঞানী জন্তুৰ নিচিনা ইন্দ্ৰিয়ৰ দ্বাৰাই যি জানে, তাৰে সৈতে তা পোনাক ভষ্ট কৰে। হায়, হায়, সিহঁতৰ সন্তাপ! সিহঁতে কইনৰ পথত যোৱা হৈছিল, লাভৰ নিমিত্তে বিলিয়মৰ ভম খেদি গৈছিল, আড কোৰাৰ দোহতে বিনাশ হল। ১২ সিহঁতে তোমোলাকে সৈতে খই বৈ নিৰ্ভয়ে অধিককৈ ভোজন কৰাত তোমোলাকৰ প্ৰীতিৰ ভোজতে চেক। হৈছে। সিহঁত বায়ু চলা পানী নথকা মেঘ; দুই বাৰ মৰা আৰু শিপাই সৈতে উঘলা, আৰু ফল শুকুৰ, ফল হীন হোৱা গছ; পেনি লজিৰ ফেন উলিওৱা সাগৰৰ প্ৰচণ্ড ঢৌ আৰু যিবিলাকৰ নি- মিত্তে অনন্ত কালৰ ঘোৰ এন্ধাৰ সাচি থোৱা আছে, এনে ভুমী থক। তৰবিলাক হৈছে। ১৪ আৰু আদমৰ পৰা সপ্তম পুৰুষ যি হনোক, তেওঁ ভবিষ্যত বাক্যৰ দ্বাৰাই সিহঁতৰ এই কথা কলে, প্ৰভুএ অপোনাৰ অযুত অমুত পবিত্ৰ লোকক লগত লৈ, ১৫ সকলে। মানুহৰ সোধ কৰিব নিমিত্তে, অৰু সিহঁতৰ মাজৰ অধৰ্মীবিলাকে যি অটাই অধৰ্ম কৰ্ম কৰিলে, অৰু পাপিষ্ঠ অধৰ্মীবিলাকে তেওঁৰ বিৰোন্ধে যি অনেক অনেক দৰ্ব্বাক কলে, সিহঁতৰ এই সকল দোষ প্ৰকাশ কৰিবৰ নিমিত্তে অহি- ১৬ সিহঁত বোল মাত কৰা, দুমুখী, অৰুি আপোনাৰ কুঅভিলাষ অচিৰা হৈ মুখে বৰ সহি কথা বোলে, আৰু লোভৰ কাৰণে মানুহৰ মুখ চোৱা হৈ আছে। ১৭ হে প্ৰিয়বিলাক, অমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পাঁচনিবিলাকৰ মুখে যি উপদেশ কোৱা গৈছে, তাক সেঁৱৰ॥ ১৮ কিয় নো শেষ কালে আপোনাৰ কুঅভিলাষৰ দৰে অধৰ্ম আচৰ। নিক লোক ওলাব, এই কথা সিবিলাকে তোমোলাকত কৈছিল। ১৯ এই লোকবি- লাকে আপোনাক পৃথক কৰা হৈ, সংসাৰিক আৰু আত্মা নথকা লোক হৈছে। কিন্তু হে প্ৰিয় লোক, তোমোলাকে আপোনাৰ ততি পবিত্ৰ বিশ্বা- সত আপোনাক থিৰ কৰি পবিত্ৰ আত্মাৰ দ্বাৰাই প্ৰাৰ্থনা কৰ1; ২১ অৰু ২০