পৃষ্ঠা:New Testament in Assamese.djvu/৪৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

899 য়োহান দ্বিতীয় পত্ৰ। ১৪ তামি তেওঁৰ ইচ্ছাৰ দৰে কোনো প্ৰাৰ্থনা যদি কৰে, তেওঁ অমাৰ সেই প্ৰাৰ্থনা শুনে, তেওঁত অমৰি এই দৃঢ় বিশ্বাস। ১৫ আৰু আমি বি যি প্ৰাৰ্থনা কৰে, তেওঁ সকলোকে শুনে, ইয়াকে যদি জানে, তেন্তে তেওঁহ শিহকে যাচু কবেঁ, আমি সেই সকলোকে পাম, ইয়াকে জানিছে॥ ১৬ কোনোএ যদি আপোনাৰ ভায়েকক মৃত্যু যোগ নোহোৱা পাপ কৰা দেখে, তেন্তে তাৰ নিমিত্তে প্ৰাৰ্থনা কৰোক; তাতে যি জনে মৃত্যু যোগ পাপ কৰা নাই, ঈশ্বৰে তাক জীৱন দিব। ১৭ মৃত্যু যোগ এক প্ৰকাৰ পাপ আছে, সেই পাপৰ অৰ্থে প্ৰাৰ্থনা কৰিব লাগে, ময় তাক নোবে- লো। সকলো অধৰ্মেই পপি, কিন্তু মৃত্যু যোগ নোহোৱাও পপি অেিছ। ১৮ যি কোনো ঈশ্বৰৰ পৰা জন্ম পালে, সি পপি অচিৰণ নকৰে; যি জনে ঈশ্বৰৰ পৰা জন্ম পোৱা হয়, সি আপোনাক ৰাখিছে, আৰু পাপ অত্মই তাক নোচোএ, ইয়াক আমি জানো। ১৯ আৰু আমি ঈশ্বৰৰ লোক হৈছে, আৰু সকলো জগতৰ লোক পপি তাত্মাৰ অধীন হৈ থাকে, ইয়াকে জানে॥ ২ আৰু ঈশ্বৰৰ পুত্ৰ অৱতাৰ হৈ আহিছে, আৰু যি জন সত্য, তেওঁক জানিবলৈ আমাক জ্ঞান দিছে, তাকে জানো; আৰু আমি সেই সত্য জন, অৰ্থাৎ তেওঁৰ পুত্ৰ যীশু খ্ৰীষ্টৰ আশ্ৰয়ত আছে; তেৱেই সত্য ঈশ্বৰ, আৰু অনন্ত পৰম আয়ুষ হয়। ২১ হে লৰাটিত, দেও মূৰ্তিৰ পৰা আপোনাক ৰক্ষা কৰা[অমেন।] যোহানৰ দ্বিতীয় পত্ৰ। হে মনোনীত ভদুিৰ্ণী, বৃদ্ধ লোক ময় তোমালৈ অৰু তোমাৰ পুত্ৰবিলাকলৈ পত্ৰ লিখিছে; সত্য ধৰ্মৰ কাৰণে তোমোলাকক প্ৰীতি কৰিছোঁ; অকল ময়- কৰোঁ, এনে নহয়, যি যি লোকে সত্য ধৰ্মকে জানে, সকলোএ কৰে। ২ যি সত্য ধৰ্ম আমাৰ মাজত থাকে, আৰু সদাই থাকিব, তাৰ নিমিত্তে হে তোমোলাকক প্ৰীতি কৰে॥ পিতৃ ঈশ্বৰ, আৰু পিতৃৰ পুত্ৰ প্ৰভু ৰীশু খ্ৰীষ্টৰ অনুগ্ৰহ, দায়, আৰু কুশল, সত্য আৰু প্ৰেমে সৈতে তোমে- লাকলৈ হওক। ২ আমি পিতৃৰ পৰা যি আজ্ঞা পালোঁ, তাৰ দৰে সত্য ধৰ্মত তোমাৰ পুত্ৰবিলাকে অচৰণ কৰি থাকিবৰ দেখি, ময় অতি আনন্দ কৰিলে॥ ৫ ভণিী, এতিয়া তোমালৈ কোনো নতুন অজ্ঞা লিখো, এনে নহয়; কিন্তু আমি ইজনে সিজনে প্ৰতি যেন কৰে, এই যি অজ্ঞা আদিৰে পৰা পালে