পৃষ্ঠা:New Testament in Assamese.djvu/৪৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ অধ্যায়। 806 নিমিত্তে অমি ও তেওঁক প্ৰেম কৰে॥ ২০ কোনো জনে আপোন ভায়ে- কক ঘিণ কৰি, ময় ঈশ্বৰক প্ৰেম কৰিছে, এই কথা যদি বোলে, সি মিছ। কোৱা; কিয়নো যি ভায়েকক দেখে, তাক যদি প্ৰীতি নকৰে, তেন্তে যি জনক দেখা নাই, এনে ঈশ্বৰক সি কেনেকৈ প্ৰেম কৰিব পাৰে। ২১ যি জনে ঈশ্বৰক প্ৰেম কৰ, সি আপোনাৰ ভায়েককে। প্ৰীতি কৰোক, অজ্ঞ। আমি তেওঁৰ পৰা পালে (৫ অধ্যায়। অৰুি তেওঁৰ '; ৰীশু যে খ্ৰীষ্ট হয়, ইয়াক যি কোনো বিশ্বাস কৰে, সি ঈশ্বৰৰ পৰা জন্ম পালে; আৰু যি কোনোএ জন্ম দিওঁতাক প্ৰেম কৰে, সি তেওঁৰ পৰা জন্ম পোৱাকো প্ৰীতি কৰে। ২ আমি যেতিয়া ঈশ্বৰক প্ৰেম কৰে, অজ্ঞা পালন কৰে, তেতিয়া তেওঁৰ সন্তানবিলকিকো প্ৰীতি কৰোঁ, ইয়াকে জানে॥ ঈশ্বৰৰ অজ্ঞা পালন কৰাত তেওঁলৈ আমাৰ প্ৰেম প্ৰকাশ হয়; আৰু তেওঁৰ অজ্ঞাবিলাক কঠিন নহয়। যি কোনো ঈশ্বৰৰ পৰা জন্ম পাই, সি জগতক জয় কৰে; আৰু জগতক জিনা যি জয়, সেয়ে আমাৰ বিশ্বাস। ৫ য়ী ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যি জনে বিশ্বাস কৰে, তাৰ বা-- হিৰে জগতক জয় কৰা কোন? ৬ যি জনে জল আৰু তেজৰ দ্বাৰাই প্ৰকাশ হৈ আহিল, তেওঁ য়ন্তি খুষ্টি; অকল জলৰ দ্বাৰাই নহয়, জল আৰু তেজ, এই দুইৰে দ্বাৰাই প্ৰকাশ হল। ৭ আৰু আত্মা সত্য হোৱাত সেই আত্মাই এই কথাত সাক্ষী হৈছে। ৮ কিয়নো [পিতৃ, আৰু বাক্য, অৰু পবিত্ৰ আত্মা, এই তিনিও স্বৰ্গত সাক্ষী আছে, আৰু এই তিনিএই এক; আৰু পৃথিবীতে] আত্মা, জল, আৰু তেজ, এই তিনিও সাক্ষী হৈছে, আৰু এই তিনিৰে এক সাক্ষী। ৯ অমি যদি মানুহৰ প্ৰমাণ লওঁ, তেন্তে ঈশ্বৰৰ প্ৰমাণ তাতকৈয়ো বৰ; কিয়নো ঈশ্বৰে আপোনাৰ পুত্ৰৰ অৰ্থে যি প্ৰমাণ দিছে, তেওঁৰ সেই প্ৰমাণ এই। যি জনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, তাৰ আপোনাৰ ভিতৰত প্ৰমাণ আছে; যি জনে ঈশ্বৰত বিশ্বাস নকৰে, সি তেওঁক মিছবাদী কৰে; কিয়নো ঈশ্বৰে আপোনাৰ পুত্ৰৰ অৰ্থে যি প্ৰমাণ দিছে, সি ততি বিশ্বাস নকৰে। ১১ ঈশ্বৰে আমাক অনন্ত পৰম আয়ুষ দিছে, আৰু সেই পৰম আয়ুষ তেওঁৰ পুত্ৰত আছে, তেওঁৰ এই প্ৰমাণ। ১২ যি জনে পুত্ৰকে গ্ৰহণ কৰে, সি পৰম আয়ুষ পাই; কিন্তু যি জনে ঈশ্বৰৰ পুত্ৰক গ্ৰহণ নকৰে, সি পৰম আয়ুষ পোৱা নাই। ১৩ ইশ্বৰৰ পূত্ৰৰ নামত বিশ্বাস কৰা যি তোমোলাক, তোমোলাকৰ অনন্ত পৰম অৰুষ আছে, ইয়াক যেন জানা, এই নিমিত্তে তোমোলাকলৈ ময় এই কথা লিখিছে॥ ১ ০