পৃষ্ঠা:New Testament in Assamese.djvu/৪৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

োেহান তৃতীয় পত্ৰ। $99 তাক বিনয় কৰি কৈছে॥ ৬ তেওঁৰ আজ্ঞাৰ দৰে আমি আচৰণ কৰা, এয়ে প্ৰেমৰ সাৰ। তোমোলাকে আদিৰে পৰা যি শুনিলা, তাৰ দৰে আৰণ যেন কৰা, এয়েই তেওঁৰ অজ্ঞা। ৭ কিন্তু অনেক ভাৰি কোৱাই জগতত সোমাই যীশু খ্ৰীষ্ট মানুহ ৰূপ অৱতাৰ হয়, তাক সৈ নেকাহে; এনে লোক ভাৰি কোৱা আৰু খ্ৰীষ্টৰ বিৰোধ। ৮ এই হেতুকে আমি যি কৰ্ম কৰি- লো, সেই সকলোকে নেহেৰুৱাই, সম্পূৰ্ণ কৰ্মৰ ফল যেন পাওঁ, এই নিমিত্তে আপোনালৈ সাৱধানে থাকিব। ৯ যি কোনো অজ্ঞা উলংঘন কৰি খ্ৰীষ্টৰ উপদেশত নেথাকে, সি ঈশ্বৰক গ্ৰহণ কৰা নাই; কিন্তু যি কোনো খ্ৰীষ্ট উপদেশতে থাকে, সি পিতৃ আৰু পুত্ৰ দুইকো গ্ৰহণ কৰা হয়। ১০ যি কোনোএ এই উপদেশ নলৈ তোমোলাকৰ ওচৰলৈ তাহে, তাক অলিহিকৈ ঘৰত নলবা, আৰু মঙ্গল হওক বুলি তাত নকব॥ ১১ কিয়নে। মঙ্গল হওক বুলি যি জনে তা কয়, সি তাৰ কুকৰ্মৰ ভাগী হয়। ১২ তোমোলকিক অনেক কথা জনাবলৈ থকাত কাকত আৰু মহীৰ দ্বাৰাই তাক লিখিবলৈ মোৰ ইচ্ছা নাই; কিন্তু আমাৰ অনিন্দ সম্পূৰ্ণ হবৰ নি- মিত্তে তোমোলাকৰ ওচৰলৈ গৈ মুখে মুখে কথাবত্তি। কম, 'এই মোৰ অশ! আছে। তোমাৰ মনোনীত ভনীয়াৰাৰ লৰাবিলাকে তোমাক নমস্কাৰ কৰে। [অমেন।] যোহানৰ তৃতীয় পত্ৰ। বৃদ্ধ 8 লোক ময় অতি প্ৰিয় যি গায়ক সত্য ধৰ্মৰ অৰ্থে প্ৰীতি কৰে, তেওঁলৈ পত্ৰ লিখিছে॥ ২ হে প্ৰিয়, তোমাৰ মঙ্গল হক, যে- নেকৈ আত্মতি তেনেকৈ শৰীলতে। সুস্থ হওক, এই মোৰ অতিশয় বা ৩ সত্য ধৰ্ম যেনে অচিৰণ কৰিছা, তোমৰি তেনে সত্য ধৰ্মৰ প্ৰমাণ যে- তিয়া ভাইবিলাকে আহি দিছিলে, তেতিয়া ময় অতি আনন্দ পালে॥ মোৰ লৰাহঁতে সত্য ধৰ্ম আচৰণ কৰিছে, এনে বা শুনাতকৈ মোৰ অৰু বৰ অনিন্দ নাই। হে প্ৰিয়, তুমি ভাইবিলাক আৰু বিদেশী লো- কলৈ যি যি কৰ্ম কৰিছা, সকলোকে বিশ্বাস ৰূপে কাৰছি। ১ মিবিলাকে মণ্ডলীৰ অগিত তোমাৰ উপকাৰৰ প্ৰমাণ দিলে। তুমি যদি সিবিলাকক ঈশ্বৰৰ সেৱীৰ মতে যাত্ৰাত আগ বাহি অনা, তেন্তে ভাল কৰিবা; ৭ কিয়- নে। সিবিলাকে বিদেশী লোকৰ পৰা একো নলৈ, তেওঁৰ নামেৰে যাত্ৰ। কৰি গৈছে। ৮ এই হেতুকে সত্য ধৰ্মৰ সহায় হবলৈ আমি এমে লোকক তালিহি ৰূপে লোৱা উচিত। 1