পৃষ্ঠা:New Testament in Assamese.djvu/৪৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ ৩৪ যোহনৰ প্ৰথম পত্ৰ। মোলাকে আত্মা সকলৰ পৰীক্ষা কৰা। ২ ইশ্বৰৰ পৰা কেন তাত্মা হয়, ইয়াৰে তাক জানিব1; যীশু খ্ৰীষ্ট মানুহ ৰূপ অৱতাৰ হৈছে, ইয়াক সৈ কৰ্য। প্ৰতি জন আত্ম। ঈশ্বৰৰ পৰা হয়। ৩ আৰু যীশু [খৃীষ্ট মানুহ ৰূপ অৱতাৰ হল, ইয়াক ] আসে কৰা প্ৰতি জন অত্মিা ঈশ্বৰৰ পৰা নহয়; কিন্তু খ্ৰীষ্টৰ বিৰেদ্ধিৰ অত্মিা হয়। আৰু এনে আত্মা যে অহিব, ইয়াক তোমোলাকে শুনিলা; এতিয়াও জগতত হৈ আহিল। ৪ হে লৰাটি- ‘ত, তোমোলাক ঈশ্বৰৰ হোৱা হেতুকে সিহঁতক জয় কৰিল, কিয়নে। জগতত থকা জনতকৈ তোমেলিকিত থকা জনাই বৰ। ৫ সিহঁত সংসাৰৰ লোক, এই হেতুকে সংসাৰিক কথাকে কয়, অৰু সংসাৰৰ লোকেও সিহঁ- তৰ কথ1 মানে। ৬ অমি ঈশ্বৰৰ লোক; যি জনে ঈশ্বৰক জানে, সি অ- মাৰ কথা শুনে; কিন্তু যি জন ঈশ্বৰৰ লোক নহয়, সি অমাৰ কথা নুশু- নে। আমি এই ৰূপে সত্যৰ অত্মিা অৰুি ভূমৰ আত্মাক জানিব পাৰে। ৭ হে প্ৰিয়বিলাক, অহি, আমি ইজনে সিজনে প্ৰেম প্ৰীতি কৰোহক; কিয়নো প্ৰেম ঈশ্বৰৰ পৰাহে হয়; আৰু যি কোনো প্ৰেম কৰে, সি ঈশ্বৰৰ পৰা জন্ম পোৱা হয়, আৰু ঈশ্বৰক জানে। ৮ যি জনে প্ৰেম নক- বে, সি ঈশ্বৰক নেজানে, কিয়নো ঈশ্বৰ প্ৰেমেই। ১ ঈশ্বৰে আপোনাৰ একে জন পুত্ৰৰ দ্বাৰাই অমকি পৰম অয়ষ পোৱাবৰ নিমিত্তে তেওঁক জগতলৈ পাচিলে, ইয়াতে ঈশ্বৰ প্ৰেম আমালৈ প্ৰকাশ হৈ আছে। আমি ঈশ্বৰক প্ৰেম কৰিলে, এনে নহয়, কিন্তু তেৱে আমাক প্ৰেম কৰিলে, আৰু আমাৰ প্ৰায়শ্চিত্ত হবৰ নিমিত্তে আপোনাৰ পুত্ৰক পাচিলে, এয়ে স্বৰূপ প্ৰেম। ১১ হে প্ৰিয়বিলাক, ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে, তেন্তে আমিও ইজনে সিজনে প্ৰীতি কৰিব লগা। ১২ কোনো মানুহে কেতিয়াও ঈশ্বৰক দেখা নাই; কিন্তু আমি যদি ইটে সিটে প্ৰীতি কৰোহঁক, তেন্তে ঈশ্বৰে অমিত থাকে, আৰু তেওঁৰ প্ৰেম অমাৰ হৃদ- যত সিদ্ধি হয়। আৰু তেওঁ অমালৈ আপোনাৰ আত্মা দান কৰাত তেওঁ যে আমাত থাকে, অৰু আমিও তেওঁত থাকে, ইয়াকে জানে॥ ১৪ আৰু পিতৃএ জগতৰ পৰিত্ৰাণ কৰোৱা আপোনাৰ পুত্ৰক পাঁচিলে, ইয়াকে দেখি আমি সাক্ষী হৈ আছে॥ ১৫ য়ী যে ঈশ্বৰৰ পুত্ৰ, ইয়াক যি জনে সৈ কাঢ়ে, সি ঈশ্ববত থাকে, ঈশ্বৰে। তাতে থাকে। ১৬ আমালৈ ঈশ্ব- ৰৰ যি প্ৰেম আছে, তাক আমি বিশ্বাস কৰি জানিলে॥ ঈশ্বৰ প্ৰেমেই; অৰু যি জন প্ৰেমত থাকে, সি ঈশ্বৰত থাকে, ঈশ্বৰে তাত থাকে। ১৭ ঈশ্বৰ যেনে, আমিও এই জগতত তেনে হোৱাত সোধৰ দিনা আমাৰ সাহ যেন হয়, এই নিমিত্তে আমাৰ প্ৰেম সিন্ধি হৈছে। প্ৰেমত ভয় নে- থাকে, সম্পূৰ্ণ প্ৰেমে ভয়ক দূৰ কৰে। ১৮ ভয়ত যাতনা আছে; যি জনে ভয় কৰে, সি প্ৰেমত সিন্ধি নহয়। ১৯ তেওঁ প্ৰথমে অমকি প্ৰেম কৰিলে, এই 1