পৃষ্ঠা:New Testament in Assamese.djvu/৪৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ অধ্যায়। ধৰ্ম অচিৰণ নকৰে, বা আপোনাৰ ভায়েকক প্ৰীতি নকৰে, সি ঈশ্বৰৰ সন্তান নহয়। ১১ আমি ইটে সিটে যেন প্ৰীতি কৰোঁ, এই অজ্ঞ। তোমো- লাকে আদিৰে পৰা শুনি অছি॥ ১২ এই হেতুকে পাপ আত্মাৰ সন্তান যি কইনে আপোনাৰ ভায়েকক বধ কৰিলে, তাৰ নিচিনা নহব। সি ভায়েকক কিয় বধ কৰিলে? কাৰণ, তাৰ আপোনাৰ কৰ্ম অধৰ্মী, তাৰুি তীয়েকৰ কৰ্ম ধৰ্মী অছিল। হে মোৰ ভাইবিলাক, জগতৰ লোকে তোমোলাকক যদি ঘিণ কৰে, তাত বিস্ময় নেমানিব।। ১৪ আমি ভাইবি- লীকক প্ৰীতি কৰা হেতুকে মৃত্যুৰ পৰা জীৱনলৈ পাৰ হলো, ইয়াকে জানে। যি কোনো আপোন ভায়েকক প্ৰীতি নকৰে, সি মৃত্যুৰ বন্ধনত থাকে। ১৫ যি কোনো আপোনাৰ ভায়েকক ঘিণাই, সি বধ কৰোতা হয়; আৰু কোনো বধ কৰোতাৰ ভিতৰত অনন্ত পৰম আয়ুষ নেথাকে, ইয়াক তোমোলাকে জানা। ১৬ তেওঁ আমাৰ নিমিত্তে যে আপোন প্ৰাণকো ত্যাগ কৰিলে, ইয়াতে প্ৰেম দেখা যাই; এই হেতুকে অমিও ভাই বিলাকৰ নি- মিত্তে আপোন অপোন প্ৰাণকো ত্যাগ কৰা উচিত। ১৭ যি কোনো সংসাৰিক বস্তুৰে ধনৱন্ত হৈ আপোন ভায়েকক দৰিদু দেখি, তালৈ অ- পোনাৰ মৰম যদি নিবাৰণ কৰে, তেন্তে তাৰ ভিতৰত ঈশ্বৰৰ প্ৰেম কেনে- কৈ থাকিব পাৰে? ১৮ হে মোৰ লৰাটিত, অহঁা, অমি অকল বাক্যেৰে বা মুখেৰে প্ৰীতি নকৰি, কৰ্ম অৰু সত্যেৰে প্ৰীতি কৰোহক। ১৯ তাতে আমি যে সত্য ধৰ্মৰ হওঁ, ইয়াকে জানি তেওঁৰ সাক্ষাতে আমাৰ মন থিৰ কৰিব পাৰে॥ ২৩ অমাৰ মনে যদি আমাক দুষী কৰে, তেন্তে ঈশ্বৰ আমাৰ মনতকৈয়ো বৰ, আৰু সকলোকে জানে। ২১ হে প্ৰিয়বিলাক, অ- মৰি মনে যদি অমকি দুষী নকৰে, তেন্তে ঈশ্বৰৰ অগিত আমাৰ সাহ আছে। ২২ আৰু অমি যিহক প্ৰাৰ্থনা কৰে, তাক আমি তেওঁৰ পৰ। পাওঁ; কিয়নো আমি তেওঁৰ আজ্ঞা পালন কৰে, আৰু তেওঁৰ সাক্ষাতে যি যি কৰ্ম গুহ্য হয়, এনে কৰ্ম কৰি থাকো। ২৩ তেওঁৰ পুত্ৰ খ্ৰীশু খ্ৰীষ্টৰ নামত বিশ্বাস যেন কৰে, আৰু তেওঁ দিয়া অজ্ঞাৰ দৰে ইজনে সিজনে প্ৰীতি যেন কৰে, এয়ে তেওঁৰ অজ্ঞা। ২৪ ষি জনে তেওঁৰ অভিজ্ঞা পালন কৰে, সি তেওঁত থাকে, আৰু তেৰে তাত থাকে; আৰু তেওঁ যে অমিত থাকে, ইয়াকে তেওঁ দিয়া অত্মিাৰ দ্বাৰাই আমি জানিছে॥ ৪ অধ্যায়। হে প্ৰিয়বিলাক, জগতৰ ভিতৰলৈ ভাৰি কোৱা অনেক ভবিষ্যত বক্তা আহিল। এই হেতুকে তোমোলাকে সকলো (শিক্ষক) আত্মত বিশ্বাস নকৰিবা, কিন্তু সিবিলাক ঈশ্বৰৰ পৰা হয় নে নহয়, ইয়াক জানিবলৈ তে-