পৃষ্ঠা:New Testament in Assamese.djvu/৪৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩২ য়োহানিৰ প্ৰথম পত্ৰ। তেন্তে তোমোলাকেও পিতৃত অৰুি পুত্ৰতো থাকিব। ২৬ প্ৰতিজ্ঞাৰে অ- মালৈ তেওঁ যি প্ৰতিজ্ঞা কৰিলে, সেয়ে অনন্ত পৰম অয়ুিষ। ২৭ যিবিলা- কে তোমোলকিক ভূলাব খোজে, সিহঁতৰ তৰ্থে ময় এইবিলাক কথা লি- খিলে॥ ২৮ তেওঁৰ পৰা তোমোলাকে যি অভিষেক পাল, সেয়ে তোমে- লাকৰ ভিতৰে থকাত কোনো লোকে শিক্ষা দিবলৈ তোমোলাকৰ প্ৰয়ো- জন নাই; সেই অভিষেকে সকলো কথাত তোমোলকিক যি শিকাই, সি সত্য হয়, আৰু তাত কোনো মিছা নাই; এই হেতুকে সেয়ে যেনেকৈ শিক্ষা দিছে, সেই ৰূপে তেওঁতে থাকা। হে লৰাটিত, এতিয়া তোমোলাকে তেওঁত থাকা; তেন্তে তেওঁ যেতিয়া প্ৰকাশ হৈ আহিব, তেতিয়া আমি সা- হিয়াল হম, আৰু তেওঁৰ অহা কালত তেওঁৰ আগত লজি পোয়া নহম। আৰু তেওঁ বৰমী, ইয়াক যদি জানা, তেন্তে যি কোনো ধৰ্ম কৰ্ম কৰে, সি তেওঁৰ পৰা জন্ম পোৱা হয়, তাকে। তোমোলাকে জানা। ২১ ৩ অধ্যায়। দেখা, আমি যেন ঈশ্বৰৰ পুত্ৰ প্ৰখ্যাত হওঁ, ইয়াতে পিতৃ অমাক কে- নে ৰূপ প্ৰেম দান কৰিলে! কিন্তু জগতৰ লোকে তেওঁক জনা নাই, এই হেতুকে আমাকে নেজানে। ২ হে প্ৰিয়বিলকি, এতিয়া আমি ঈশ্বৰৰ পুত্ৰ হৈ আছে; কিন্তু পাছে কি হম, সেয়ে এতিয়া প্ৰকাশিত নহয়; তথাপি তেওঁ প্ৰকাশ হোৱা কালত অমি তেওঁৰ নিচিনা হম, ইয়াকে আমি জানো; কিয়নো তেওঁ যি ৰূপ হৈ আছে, তেওঁক দেখিবলৈ পাম। ৩ আৰু তেওঁ যেনে পবিত্ৰ, তেওঁত সেই অশি। ক। প্ৰতি জনে অপোনাকে সেই ৰূপ পবিত্ৰ কৰে। ৪ যি জনে পাপ কৰে, সি বিধান উলংঘন কৰে; কিয়নে। বিধান উলংঘনেই পপি। ৫ আৰু তেওঁ অমিৰি পপি গুছাবৰ নিমিত্তে অৱতাৰ হৈ আহিল, অৰু তেওঁত কোনো পাপ নাই, ইয়াক তোমোলাকে জান।। ৬ যি কোনো তেওঁত থাকে, সি পপি অচিৰণ নকৰে; যি কো- নো এ পাপ আচৰণ কৰে, সি তেওঁক দেখা নাই, জনাও নাই। ৭ হে লৰা- টি হত, কোনো মানুহে তোমোলকিক ভুলাবলৈ নিদিব; যি কোনো ধৰ্ম আচৰণ কৰে, খ্ৰীষ্ট যেনে ধৰ্মী, সিও তেনে ধৰমী হয়। ৮ কিন্তু যি কোনোএ পপি অচিৰণ কৰে, সি ছয়তানৰ সন্তান হয়; ছয়তানে আদিৰে পৰা পপি কৰি আছে; কিন্তু ছয়তানৰ কৰ্ম বিনাশ কৰিবৰ নিমিত্তে ঈশ্বৰৰ পুত্ৰ অৱতাৰ হৈছিল। ৯ যি কোনোএ ঈশ্বৰৰ পৰা জন্ম পাই, তাৰ ভিতৰত ঈশ্বৰৰ বীজ থকাত সি পাপ আচৰণ নকৰে; ঈশ্বৰ পৰা জন্ম পোৱা হেতুকে পপি আচৰণ কৰিব নোৱাৰে। ১০ ইয়াতে ঈশ্বৰৰ সন্তান কোন, অ িছয়তানব সন্তান বা কোন, তাক প্ৰকাশ কৰা হয়। যি জনে