পৃষ্ঠা:New Testament in Assamese.djvu/৪৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

য়োহানিৰ প্ৰথম পত্ৰ। ৪২৯ ১১ এই সকলো যদি ঢকুৱা যাব, তেন্তে যি দিনত আকাশ মণ্ডল জুইৰে পুৰি ঢুকাব, অৰুি মূল বস্তু সকলো অতি তাপেৰে পমি যাব, ১২ ঈশ্বৰৰ এনে প্ৰকাশ হোৱা দিনলৈ বাট চাই যতন কবি, সকলো ভাবে পবিত্ৰ অ- চৰণ আৰু ঈশ্বৰৰ সেৱাত কেনে লোক হোৱা তোমোলাকৰ উচিত! ১৩ কিন্তু আমি তেওঁৰ প্ৰতিজ্ঞাৰ দৰে ধৰ্ম থকা যি নতুন আকাশ মণ্ডল আৰু নতুন পৃথিবী, এইবিলাক লৈ অপেক্ষা কৰি আছে॥ ১৪ এই হেতুকে, হে প্ৰিয়বিলাক, তোমোলাকে এই সকলোকে অপেক্ষা কৰা দেখি, নিচেকা আৰু নিদূষী হৈ তেওঁৰ পৰা শান্ত হৈ থকা যেন পোৱা হবা, এই নিমিত্তে যতন কৰা। ১৫ আৰু আমাৰ প্ৰভুৰ অতি সহ- নক পৰিত্ৰাণৰ কাৰণ বুলি জানা। আমাৰ প্ৰিয় ভাই যি পৌল, তেৱে। আপোনাক ঈশ্বৰে দিয়া জ্ঞানৰ দৰে তোমোলাকলৈ এনে ৰূপে লিখিছে। ১৬ আৰু এই কথা তেওঁৰ সকলো পত্ৰতো কৈছে; তাতে কেতবিলাক কথা দুৰ্গম হোৱাত অজ্ঞানী আৰু অথিৰ লোকবিলাকে আপোনাৰ বিনাশলৈ অন শাস্ত্ৰৰ বচনৰ নিচিনাকৈ সেই কথাৰে। অৰ্থান্তৰ কৰে। ১৭ হে প্ৰিয়- বিলকি, তোমোলাকে এই কথা সকল অগেয়ে জনাত, পাপী লোকৰ ভূমত ভূলুৱা হৈ আপোনাৰ থিৰ বিশ্বাসৰ পৰা যেন পতিত নোহোৱা, এই নিমিত্তে সাৱধান কৰা। ১৮ আৰু আমাৰ প্ৰভূ ত্ৰাণ কত্ত। যীশু খ্ৰীষ্টৰ অনুগ্ৰহ অৰু জ্ঞানত বাঢ়ি বাঢ়ি যোৱা। তেওঁৰ মহিমা এতিয়াও আৰু সদায় প্ৰকাশ হওক। আমেন। োেহানৰ প্ৰথম পত্ৰ। ১ অধ্যায়। জীৱনৰ যি বাক্য আদিৰে পৰা হৈছে, যি জনৰ কথা শুনি- লো, যি জনক চকুয়েৰে দেখিলে, হাতেৰেও চুলো, ( তেওঁৰ কথা কও)। ২ কিয়নে। অনন্ত জীবন পিতৃ ঈশ্বৰে সৈতে থাকি, পাছে আমাৰ আগত প্ৰকাশ হল, সেই প্ৰকাশ হোৱা জীৱনক দেখি আমি প্ৰমাণ দি তোমোলাকক বুঝাই দেখাওঁ। ৩ তামাৰ লগত তোমো- লাকৰ মিত্ৰ ভাও যেন হয়, সেই নিমিত্তে যিহকে দেখিলে, শুনিলে, তাকে তোমোলাকক জনাওঁ; কিয়নো স্বৰূপেই পিতৃ আৰু তেওঁৰ পুত্ৰ যীশু খ্ৰীষ্টে সৈতে আমাৰ মিত্ৰ ভাও হৈছে। ৪ আৰু তোমোলকিৰ অনিন্দ যে পূৰ হয়, সেই কাৰণে এই সকলো কথা তোমোলাকলৈ লিখিছে॥