৪২৮ পিতৰৰ দ্বিতীয় পত্ৰ। অচৰাবোৰৰ মাজৰ পৰা প্ৰায়ে মুকুত হোৱাৰিলকিকে। শীলৰ সুখ অভি লষি আৰু কাম ক্ৰীড়াৰ দ্বাৰাই লোভ দেখাই দি ভুলাই। ১৯ সিবিলা- কক মুক্তি প্ৰতিজ্ঞা কৰিও সিহঁত আপনি অশুচি কৰ্মৰ বন্দী হয়; কি- নো কোনো মানুহ যিহেৰে পৰাজয় হয়, সি তাৰ বন্দী কৰা হল। ২০ লাকে ত্ৰাণ কত্ত। প্ৰভু যীশু খ্ৰীষ্টৰ জ্ঞানৰ দ্বাৰাই এবেলি সংসাৰৰ অশু- চি কৰ্মাৰ হাত সাৰি, পাছে আকও তাৰ বন্দী হৈ পৰাজয় কৰা হলে, তেন্তে আগতকৈয়ো সিহতৰ শেষ গতি বেয়া। ২১ কিয়নো এবেলি ধৰ্মা পথ জানি, সিহঁতক দিয়া পবিত্ৰ অজ্ঞাৰ পৰা অকিও ওলটাতকৈ সেই ধৰ্ম পথ নেজানি থকাই ভাল। ২২ কিন্তু কুকুৰে আপোনাৰ বাতি খাব- লৈ, আৰু ধুউৱা গাহৰিএ বোকাত লেটি লবলৈ অকিও উলটি যাই, এই স্বৰূপ পটন্তৰ সিহঁতত ঘটিছে। ৩ অধ্যায়। হে প্ৰিয়বিলাক, তোমোলাকে পবিত্ৰ ভবিষ্যত বক্তা সকলৰ দ্বাৰাই পূৰ্ব্বে কোৱা কথা, আৰু ত্ৰাণ কত্ত। প্ৰভুৰ পঁাচনি যি অমি, আমাৰ অজ্ঞাঃ যেন মনত ৰখি, ২ এই নিমিত্তে ময় তোমোলাকৰ অকপট মন উদ গাবলৈ তোমোলাকলৈ এই দ্বিতীয় পত্ৰ লিখিছে। ৩ প্ৰথমে ইয়াকে জানিব, শেষ কলিত আপোনাৰ কুত্তাভিলাষৰ দৰে চিৰণ কৰি অতি নিক লোক ওলাই ইয়াকে বুলিব, ৪ প্ৰভু অহাৰ প্ৰতিজ্ঞা কি হল? কিয়নো পিতৃ লোক নিদুতি পৰিবৰে পৰা সৃষ্টিৰ আদিতে সকলো যেনে অছিল, এতি- যাও তেনেই আছে। কিন্তু পূৰ্ব্বে আকাশ মণ্ডল, আৰু জলৰ পৰা ওলোৱা আৰু জলতে থকা থাপন হোৱা পৃথিবী ঈশ্বৰৰ বাক্যেৰে সুজন কৰা হৈছিল; ১ আৰু তাৰ দ্বাৰাই সেই জগত জলপ্লাবিত হৈ নষ্ট হল, ইয়াকে সিহঁতে ইচ্ছা মতে নজনা হৈ আছে। ৭ কিন্তু এই বৰ্তমান অ- কাশ মণ্ডল আৰু পৃথিবী তেওঁৰ বাক্যৰ দ্বাৰাই অধৰ্মী লোকৰ বিনাশ হোৱা সোধৰ দিনলৈকে জুইৰ নিমিত্তে ৰাখি থোৱা হৈছে। ৮ তথাপি হে প্ৰিয়বিলকি, প্ৰভুৰ অগিত এদিন এহেজাৰ বছৰৰ নিচিনা, আৰু হে- জাৰ বছৰে। এদিনৰ নিচিনা হয়, এইটো কথা তোমোলাকে নজনা নহব॥ কোনো লোকে যেনেকৈ পলম হোৱা জানে, তেনেকৈ প্ৰভু আপোনাৰ প্ৰতিজ্ঞাৰ কথাত পলম কৰে, এনে নহয়; কাৰো যেন নষ্ট নহয়, কিন্তু সকলোএ যেন মন পালটাই, ইয়াতে ইচ্ছা কৰি তেওঁ আমালৈ অতি সহ- নীয় হৈছে। কিন্তু [ৰাতিত] চেৰি নিচিনা প্ৰভুৰ দিন আহিব; সেই কালত মহা শবদেৰে আকাশ মণ্ডল গুছিব, অৰুি অতি তাপেৰে মূল বস্তু সকল পমি যাব, আৰু পৃথিবী তাৰ সকলো বস্তু এ সৈতে পোৰা যৰি! >o
পৃষ্ঠা:New Testament in Assamese.djvu/৪৩৩
অৱয়ব