পৃষ্ঠা:New Testament in Assamese.djvu/৪৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

য়েহান প্ৰথম পত্ৰ। ৪ যি বাত্ত। অমি তেওঁৰ পৰা শুনিলো, অ িযিহকে তোমোলক কৈছে, সেয়ে এই, ঈশ্বৰ পহৰ হৈছে, আৰু এন্ধাৰ তেওঁত এফেৰিও নাই। ৬ তেওঁৰে সৈতে আমাৰ মিত্ৰ ভাও আছে, ইয়াকে বুলি যদি আমি এন্ধাৰত ফুৰিঘেঁ, তেন্তে সত্য কৰ্ম নকৰি, মিছা কথাকে কোৱা হৈছে। ৭ কিন্তু তেওঁ যেনে পহৰত থাকে, তেনেকৈ আমিও যদি পহৰতে ফুৰিছো, তেন্তে অমাৰ ইজনে সিজনে সৈতে মিত্ৰ ভাও অছে; আৰু তেওঁৰ পুত্ৰ ৰীশু খ্ৰীষ্টৰ তেজে সকলো পপিৰ পৰা অমাক নিৰ্মল কৰিছে। * অমাৰ পপি নাই, এনে কথা যদি বোলে, অমি অপুনিএই আপোনাক ভুলাই- ছে, আৰু আমাৰ ভিতৰত সত্য নাই। ৯ কিন্তু আমি যদি আপোনাৰ পপি সৈ কাঢ়ে, তেন্তে ঈশ্বৰে আমাৰ পাপ খেমা কৰিবলৈ অৰু সক- লো অধৰ্মৰ পৰা অমাক শুচি কৰিবলৈ বিশ্বাসী আৰু ন্যায় কৰোত। হৈছে।। আৰু আমি পাপি নকৰিলোঁ, ইয়াকে যদি বোলে, তেন্তে তেওঁক মিছবাদী বোলা হয়, অৰু অমাৰ হৃদয়ত তেওঁৰ বাক্য নাই। ২ অধ্যায়। হে মোৰ লৰাটিত, তোমোলাকে যেন পপি নকৰা, এই অশিয়েৰে তো- মোলাকলৈ এই কথা লিখিছে; আৰু কোনোএ যদি পাপ কৰে, তেও পিতৃৰ অগিত য়ীশু খ্ৰীষ্ট পূণ্যৱন্ত জন আমাৰ সহায় আছে। ২ অৰুি তেওঁ কেৱল আমাৰ পাপৰ নিমিত্তে প্ৰায়শ্চিত্ত কৰা, এনে নহয়, সকলো জগতৰ লোকৰ নিমিত্তে প্ৰায়শ্চিত্ত কত্ত। হৈছে। ৩ অমি তেওঁৰ অজ্ঞা যদি পা- লন কৰে, তেন্তে তেওঁক জানো, ইয়াকে বুঝিছো। ৪ কিন্তু তেওঁক জানো, ইয়াকে বুলি কোনোএ যদি তেওঁৰ অজ্ঞা পালন নকৰে, সি মিছাকে কয়, আৰু তাৰ ভিতৰত সত্য নাই। ৫ যি কোনোএ তেওঁৰ বাক্য পালন কৰে, তাৰ হৃদয়ত ঈশ্বৰ প্ৰেম স্বৰূপেই সিন্ধি হয়; তাতে আমি ঈশ্বৰতে আছে, ইয়াকে জানে॥ ৬ কিন্তু ময় তেওঁৰ থাকো বুলি যি কোনো কয়, খ্ৰীষ্টে যেনে অচিৰণ কৰিলে, সিও তেনে অচৰণ কৰা উচিত। ৭ হে প্ৰিয়বিলাক, ময় তোমোলাকলৈ কোনো নতুন অজ্ঞা লিখিছে, এনে নহয়, কিন্তু আদিৰে পৰা তোমোলাকে যি অজ্ঞা পালা, তাকে লিখে।তোমোলাকে আদিৰে পৰা যি বাক্য শুনিলা, সেয়ে পুৰণি অজ্ঞা। ৮ তথাপি আৰু এক নতুন অজ্ঞা লিখে; এয়ে তেওঁৰ অৰু তোমোলাকৰ কথাতো সত্য হয়; কিয়নো এন্ধাৰ গুছি সত্য পহৰ এতিয়া প্ৰকাশ হৈছে। ময় পহৰতে আছে, এই বুলি কোনোএ যদি অপপান ভায়েকক ঘিণাই, সি এতিয়ালৈকে এন্ধাৰতে আছে। ১০ যি জনে আপোনাৰ ভায়েকক প্ৰীতি কৰে, সি পহৰতে থাকে; তাৰ কোনো বিঘিনি হোৱাৰ কাৰণ নাই।