পৃষ্ঠা:New Testament in Assamese.djvu/৪৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিতৰৰ দ্বিতীয় পত্ৰ। ৪২৫ কে খাবৰ নিমিত্তে বিচাৰি ফুৰিছে। তোমোলাকে ধৰ্মত থিৰ হৈ তাক নিবাৰণ কৰা; জগতত থকা তোমোলাকৰ ভায়াবিলাকেও এই ৰূপে দুঃখ ভোগ কৰি আছে, তাকে তোমোলাকে জানা। আৰু অলপ কাল দুঃখ ভোগৰ পাছে সকলে। অনুগ্ৰহ দিয়া যি ঈশ্বৰে অনন্ত ঐশ্বৰ্য্য, লৈ আমাক নিমন্ত্ৰণ কৰিলে, তেৱে তোমোলাকক সিন্ধি আৰু থিৰ, বলৱন্ত অৰুি অলৰ কৰোক। ১১ তেওঁৰ মহিমা আৰু পৰাক্ৰম সদা সৰ্বদায় প্ৰকাশ হওক। আমেন। ১২ তোমোলাকে যি অনুগ্ৰহ পাই থিৰে আছা, সেয়ে ঈশ্বৰৰ ৰূপ অনুগ্ৰহ, ইয়াতে মিনতিকৈ প্ৰমাণ দি, যি চিলক বিশ্বাসী ভাই জানি- ছে, তেওঁৰ হতুৱাই এই পত্ৰ সংক্ষেপ কৰি লিখি পঠাইছে। বেলত থকা লগৰ মনোনীত লোক আৰু মোৰ পুত্ৰ মাকে তোমোলাকক নমস্কাৰ জনাইছে। ১৪ প্ৰীতিৰ চুমাৰে তোমোলাকে ইজনে সিজনে নমস্কাৰ কৰা। যীশু খ্ৰীষ্টত আশ্ৰয় লোৱা সকলোৰে ওপৰত কুশল হক। [আমেন।] পিতৰৰ দ্বিতীয় পত্ৰ। ১ অধ্যায়। আমাৰ নিচিনাকৈ যিবিলাকে আমাৰ ঈশ্বৰ আৰু ত্ৰাণ কত্ত। যীশু খ্ৰীষ্টৰ পুণ্যৰ দ্বাৰাই ত মূল্য বিশ্বাস পোৱা হৈছে, সিবিলাক লৈ যীশু খ্ৰীষ্টৰ সেৱক আৰু পঁচিনি চিমোন পিতৰে পত্ৰ লিখিছে। ২ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীশুৰ কথাৰ জ্ঞানৰ দ্বাৰাই তোমোলকিলৈ অনুগ্ৰহ আৰু সান্তনা অধিক ৰূপে দিয়া হওক। যি জনে অমাক গৌৰও অৰু সহি কৰ্মল নিমন্ত্ৰণ কৰিছে, তেওঁক জনাৰ দ্বাৰাই তেওঁৰ ঈশ্বৰীয় শক্তিএ পৰম আয়ুষ আৰু ঈশ্বৰৰ সেৱাব যোগ্য সকলোকে আমাক দিছে। তাতে কুতাভিলাষৰ দ্বাৰাই সংসা- ৰত যি দুষ্ট কৰ্ম আছে, তাৰ পৰা ৰক্ষা পাই তোমোলাক যেন ঈশ্ব- বীয় স্বভাৱৰ ভাগী হোৱা, এই নিমিত্তে তাতি উত্তম আৰু তামূল্য প্ৰতিজ্ঞ'-- বিলাক দিয়া হৈছে। এই হেতুকে তোমোলাকে অতি যতন কৰি বিশ্বা- সত সহি, অৰুি সহিত জ্ঞান, ৬ আৰু জ্ঞানত নিয়ম ভোগ, অৰু নিয়ম ভোগত ধৌৰ্য, অৰু ধৌত ঈশ্বৰৰ সেৱা, ৭ আৰু ঈশ্বৰৰ সেৱাত ভায়াব স্নেহ, আৰু ভায়াৰ স্নেহত প্ৰেম, এই সকলোকে সংযোগ কৰা। ৪