৪২৪ পিতৰৰ প্ৰথম পত্ৰ। ১২ হে প্ৰিয়বিলাক, তোমোলাক যি অগ্নি ৰূপ তৰিণাৰে পৰীক্ষা কৰ। হবা, তাক অশ্চিৰিত ঘটনা ভাবি বি ঝুৰ নেমা নব; ১৩ কিন্তু খৃীষ্টৰ দখ না ভাগী হোৱাত অনিন্দ কৰ1; তাতে তেওঁৰ মহিমা প্ৰকাশ হবৰ কাল ত তোমোলাকেও অতি আনন্দেৰে অনিন্দিত হব। ১৪ আৰু যদি খৃীষ্টৰ নামৰ নিমিত্তে নিন্দা পোৱা, তেন্তে তোমোলাকে সুখীয়া; ঈশ্বৰৰ প্ৰভা ও [আৰু ম। হমাযুক্ত] আত্মি। তোমোলকি ওপৰত নিবাস কৰে; তেওঁ সিহঁতৰ মাজত নিদিত হলেও তোমোলাকৰ মাজত ধন্যবাদ কৰা হৈ- ১৫ কিন্তু তোমোলাকৰ কোনোএ যেন বধ কৰোতা, বা চোৰ, ব] দৰাচাৰী, বা লোকৰ কথা চচ্চতি শাস্তি ভোগ নকৰোক। -খী ষ্টীয়ান হোৱা হেতুকে যদি দুঃখ পাই, তেন্তে লজি পোৱা নহৈ তাৰ কাৰণে ঈ থৰক স্তুতি কৰোক। ১৭ ঈশ্বৰ মন্দিৰত দণ্ড দিয়া অৰণৰ কাল হৈছে; অৰুি যদি আমাক প্ৰথমতে দণ্ড দিয়া হৈছে, তেন্তে বিবি, লাকে ঈশ্বৰৰ শুভব।ত্ত। নেমানে, সিবিলাকৰ শেষ গতি কি হব? ১৮ ধৰ- মী লোকৰে পৰিত্ৰাণ যদি দুসাধ্য হয়, তেন্তে অধৰ্মী অৰুি পাপিষ্ট লোক কোন ঠাইত পোৱা যাব। ১৯ এই হেতুকে যিবিলাকে ঈশ্বৰৰ ইচ্ছাৰ দৰে দুঃখ ভোগ কৰে, সিবিলাকে সজ কৰ্ম কৰি আপোনাৰ অত্মিক বিশ্বাসী সৃষ্টি কৰি হাতত সমৰ্পন কৰোক। ৫ অধ্যায়। খ্ৰীষ্টৰ দূঃখ ভোগৰ সাক্ষী আৰু প্ৰকাশ হব লগা ঐশ্বৰ্য্যৰ ভাগী যি ময়, ময়ে। এজন বৃদ্ধ লোক হৈ তোমোলাকৰ বৃদ্ধ লোকক এই মিনতি কৰি ছে, ২ তোমোলাকৰ লগত ঈশ্বৰৰ যি ঝাক, তাক পোহণ পালন কৰা; অ বলেৰে তাৰ ৰখিয়া নহৈ ইচ্ছা মতে তাক ৰক্ষা কৰা; কুচিত ধনৰ অৰ্থেও নহয়, কিন্তু তুষ্ট মনেৰে কৰা; ৩ আৰু আধিপত্যৰ গৰাকী নহৈ ঝাকৰ অগিত অঢ়ি হোৱা। ৪ তীতে প্ৰধান ৰক্ষক প্ৰকাশ হোৱা কা- লত তোমোলাকে ঐশ্বৰ্যৰ অবিনাশৰ কিৰীটী পাবা।
- হে ডেকা লোক, তোমোলকি বৃদ্ধ লোকৰ বশ হোৱা; আৰু সক-
লো এ ইজনে সিজনৰ বশবৰ্তী হৈ নম মনেৰে বিভূষিত হোৱ1; কিয়মে। ঈশ্বৰে অহঙ্কাৰীক বিৰোন্ধ কৰি নম লোকক অনুগ্ৰহ কৰে। ঈশ্বৰে উচিত কালত তোমেলিকক যেন ওখ কৰে, এই নিমিত্তে অ- পেনাবিলাকক তেওঁৰ বলৱন্ত হাতৰ অধীন কৰি নম হোৱা। হোমে লাকৰ সকলো চিন্তাৰ ভৰি তেওঁৰ ওপৰত দিয়া; কিয়নো তেওঁ তোমোলাকৰ হিতলৈ চিন্তা কৰিছে। ৮ সাৱধান হৈ জগি থাকা; গজ- ৰি থক। নিহৰ নিচিনাকৈ তোমোলাকৰ শত্ৰু ভূত ৰজাই কোনো কোনো ৬ অকি ৭ অফি