৪২৬ পিতৰৰ দ্বিতীয় পত্ৰ।
- . 43
সকলো তোমোলাকৰ হৃদয়ত থাকি বাঢ়ি বাঢ়ি গলে, অমিাৰ প্ৰভু খ্ৰীশু খ্ৰীষ্টৰ কথাৰ জনিত তোমোলাকক এলেহুৱা তা নিস্ফল নকৰাব। যাৰ এইবিলকি নাই, সি কণা হৈ চকুএ দেখিব নোৱাৰে, তাৰু অপো- নাৰ অগিৰ পাপৰ পৰা শুচি কৰা হৈছে, ইয়াক পাহৰিলে। হেতুকে, হে ভাইবিলাক, তোমোলাকে আপোনাৰ আমন্ত্ৰণ আৰু মনো- নাত হোৱাকে থিৰ কৰিবলৈ যতম কৰা; তাকে কৰিলে তোমোলাকে কে- তিয়াও পতিত নহব, ১১ কিন্তু আমাৰ ত্ৰাণ কত্ত। প্ৰভু ৰীশু খৃীষ্টৰ অনন্ত ৰাজ্যত তোমোলকিক সোমবৰ সাধনা বহুল ৰূপ দিয়া হব। ১২ তোমোলাকে এই সকলো কথা জানি বত্ত মান সত্য ধৰ্মত থিৰ হৈ থাকিলেও, তোমোলকিক তাকে সদাই সেৱৰাবলৈ ময় এলেহুৱা নহম। ১৩ অমাৰ প্ৰভু যীশু খ্ৰীষ্টে যেনেকৈ মোক দেখালে, সেই ৰূপে ময় অলপতে এই (শীল) তাম্ব, ত্যাগ কৰিব লগা, ৯৪ ইয়াকে জানি যিমান দিন এই তাম্বত থাকে, তিমান দিন তোমোলকিক সোঁৱৰণ কৰি উদগাই থকা, ময় উচিত বুঝিছো। ১৫ আৰু মোক পৰলোকত পোৱাৰ পাছে এই কথা তোমোলাকৰ মনত সদাই যেন থাকে, এনে উপায় কৰিবলৈ যতম কৰিম। ১৬ অমিৰি প্ৰভু যীশু খ্ৰীষ্টৰ পৰাক্ৰম আৰু অহাৰ কথা তো- মোলাকিত জনাওঁতে বুদ্ধিৰে সজা সাধু কথাৰে নচলি, তেওঁৰ মহিমা আপু- নি দেখা সাক্ষী হৈ কলো। ১৭ যি জনত মোৰ পৰম সন্তোষ, মেৰি সেই প্ৰিয় পুত্ৰ এই, এনে আকাশী বাণী তেজস্মী মহিমাৰ পৰা তেওঁলৈ অহাত, পিতৃ ঈশ্বৰৰ পৰা মৰ্যতা আৰু গৌৰও পালে। ১৮ সেই কালত তেওঁৰে সৈতে পবিত্ৰ পৰ্ব্বতত থাকি স্বৰ্গৰ পৰা ওলোৱা সেই আকাশী বাণী আমি শুনিলে। আৰু তাতকৈয়ো আমাৰ অৰুি দৃঢ় কথা অৰ্থাৎ ভবিষ্যত বাক্য আছে; এই নিমিত্তে ৰাতি নুপুৱাই অৰু তোমোলাকৰ মনত ভোটা তৰা নোলাই মানে, এন্ধাৰৰ ঠাইত পহৰ দিয়া দীপ্তিৰ নিচিনাকৈ সেই ভবিষ্যত বাক্য মানি, তাত সাৱধান কৰা তোমোলাকৰ উচিত। ২০ কা- বে। তপোনাৰ মনৰ পৰা শাস্ত্ৰত লিখা কোনো ভবিষ্যত বাক্যৰ অৰ্থ নহয়, ইয়াক বিশেষকৈ তোমোলাকে জানিব1; কিয়নো আগৰ কালত মা- নুহৰ ইচ্ছাৰে ভবিষ্যত বাক্য পোৱা নাছিল; কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকে পবিত্ৰ আত্মাৰ দ্বাৰাই মতি হৈ, ভবিষ্যত বাক্য কৈছিল। - ২ অধ্যায়। কিন্তু অগেয়ে যেনেকৈ লোকবিলাকৰ মাজত ভৰি কোৱা ভবিষ্যত বক্তা- বিলাক আছিল, তেনেকৈ তোমোলাকৰ মাজতো ভাৰি কোৱা উপদেশক হব; সিবিলাকক কিন। যি পভু, তেওঁক আসৈ কৰি সিহঁতে গুপুত ভাৱ