পৃষ্ঠা:New Testament in Assamese.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাথি। ২০ তধ। 1 ১ কিয়নো জি এজন গিৰিহতে অতি পুতে আপোনাৰ লতা গনিয়ালৰ খেতিলৈ বনুঅবিলাকক খৈয়া ধৰিবলৈ গৈচিল, তাৰ নিচিনা স্বৰগ ৰাজ্য ২ পীচে বনু আই সৈতে দিনে পতি সিকি একোটা দিবলৈ কথা বান্ধি সিহঁতক পনিয়ালৰ খেতিলৈ পঁচিলে। ৩ এপৰ মান বেলিত তেঁও অ- কও গৈ হাটত অজিবিএ থকা অনি মানুহক দেখি সিহঁতত কলে, * ভই- তেওঁ মোৰ পনিয়ালৰ খেতিলৈ ড1; পাচে জি উচিত, মই তাক দিম; ডে- তিয়া সিহঁত গল। ৫ অকিও দুপৰিয়া আৰু তিনি পবিয়া মানত তেঁও গৈ সেই ৰুপে অনি মানুহকো লগালে। পাচে এঘট। মনি বেলি থকাত তেঁও অকিও বাহিৰলৈ গৈ অনিকেতবোৰক থিয় দি থাকিবৰ দেখি সি- তত সুধিলে, তহঁতে কি কাৰনে দিনটো বন নকৰি ইয়াত থিয় হৈ অচি- ক? ৭ সিইতে বুলিলে, অমকি কেৱে খৈয়া লগোঅ নাই। তাতে তেঁও সিহতত কলে, তহঁতে মোৰ পনিয়ালৰ খেতিলৈ জা। ৮ পচে গধুলি হলত সেই খেতিৰ গৰাকিএ অপোনাৰ ঘৰগিৰিত কলে, বনুআবিলা- কক মাতি অনি পাচে লগোঅটিৰে পৰা ধৰি পোনলৈকে সিহঁতক বেচ দিয়া। তাতে জি মানুহ এঘণ্টামান বেলি থকাত আহিছিল, সি. ইতে গাইপতি সিকিৰ দৰে পালে। তেতিয়া পোনে লগোঅ মানু- হে আহি ভাবিলে, আমি সৰহকৈ পাম; কিন্তু সিহঁতেও গাইপতি সি- কিকৈহে পালে। ১১ তাকে পাই গিৰিহতে সৈতে মুখামুখি কৰি বুলি- লে, ১২ পচে অহা ইবোৰে এঘণ্টা মাথোন কাম কৰিলে; তথাপি গো- টেই দিনৰ সুম অৰু তাপৰ ভোগ কৰা জি আমি, অমিাৰে সৈতে সি- তক সমান কৰিলা। ১৩ কিন্তু তেঁও সিহঁতৰ এটাক উতৰ দি কলে, হেৰ বুপাই, মই তোক একো অনিয়াই কৰা নাই; তই অগেয়ে এসিকিলৈ কথা নেবান্ধিলি নে? ১৪ ই পাব লগা জি বেচ, তাক লৈ জা; তোৰ সমানেই মই পাচে লগেঅিকে। দিম। ১৫ অপোনাৰ বস্তুৰে মোৰ জি কৰিবৰ মন, তাক কৰিবলৈ মোৰ উচিত নহই নে? মই হিত কৰা দেখি তোৰ চকু পৰিচে নে? ১৬ এই ৰুপে আগ হোআ পাচ হব, পাচ হোঅ অগি হব; কিয়নো নিমন্ত্ৰিত অনেক, কিন্তু মনোনিত কৰা তাকৰ। ১৭ তাৰ পাচে য়িচূএ চিলিমলৈ জাওতে বাটিতে তেঁওৰ বাৰে জন সিসক নিৰ্জন ঠাইলৈ নি বুলিলে, ১৮ দেখা, আমি য়িৰুচলিমলৈ গৈৰ্চো, তাতে মানুহৰ পুত্ৰক প্ৰধান পোৰোহিত তাৰু অধ্যাপকবিলাকৰ হাতত সো- ধাই দিয়া হব, আৰু সিবিলাকে তেঁওক বধ কৰিবলৈ অজ্ঞা কবি, অৰু বিগতি কৰি চাবুকেৰে কোবাই, পেৰেঙ্গনিত মাৰিবৰ নিমিতে বিদেসি লোকৰ হাতত তেঁওক সোধাই দিব; পাচে তিন দিনৰ দিনা তেঁও তাকিও উঠিব।