পৃষ্ঠা:New Testament in Assamese.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১ অধি। ২০ তেতিয়া জবিদিৰ পুতেকবিলাকৰ মাকে আপোনাৰ পুতেকহঁতক লগত লৈ তেঁওৰ ওচৰলৈ আহি কিচু অনুগ্ৰহ মগিন, কৰিলে। ২১ তাতে তেঁও তাইত কলে, তোমাৰ কি ইচা আচে তাই বুলিলে; আপোনাৰ ৰাজ্যত মোৰ এই দুই পেৰি এটাক আপোনাৰ সে। হাতে, অনিটক বঁাও হাতে বহিবলৈ দিয়ে। ২২- তাতে য়িচু এ উতৰ কৰি কলে, তোমোলাকে জি- হক খুঙি চা, তাক নেজানা; মই জি পত্ৰিত পনি কৰিম, তোমোলাকে সেই পাত্ৰত পান কৰিব পাৰিব নে? সিবিলাকে তেঁওক বুলিলে, অ- মি পাৰিম। ২৩ তাতে তেঁও সিবিলাকত কলে, তোমোলাকে মোৰ বাটি তে অৱস্যে পনি কৰিব; কিন্তু মোৰ সো হাতে ‘আৰু বাও হাতে জিবি- লাক থাকিবৰ নিমিতে মোৰ পিএি জুগুত কৰি থলে, সেইবিলাকৰ বা- হিৰে আন কাকো তাত বহুঅবলৈ মোৰ সক্তি নাই। ২৪ অনি দহ জনে এই কথা শুনি সেই দুজন ভায়েকলৈ খঙ্গ কৰিলে। ২৫ কিন্তু য়িচূএ অ- • পোনাৰ ওচৰলৈ সিহঁতক মাতি আনি বুলিলে, বিদেসি লোকৰ অধিকাৰ- বিলাকে সিহঁতৰ ওপৰত বিসয়া ববি চলাই, আৰু ডাঙ্গৰিয়াবিলাকে সিহঁতৰ ওপৰত সাসন কৰে, ইয়াক তোমোলাকে জানা। ২৬ কিন্তু তোমোলাকৰ মা- জত তেনে নহব; তোমেলিকিৰ মাজত জি কোনোএ বৰ হবলৈ ইচা কৰে, সি তোমোলাকৰ সেৱক হওক; ২৭ আৰু তোমোলাকৰ মাজত জি কো- নোএ প্ৰধান হবলৈ ইচা কৰে, সি তোমোলাকৰ বন্দি হওক। ২৮ এই ৰুপে মানুহৰ পুত্ৰও সেৰা লবলৈ নাহিল, কিন্তু সেৱক হবলৈ অৰু আনে- কৰ পৰিত্ৰনিৰ বেচব অৰ্থে আপোনাৰ প্ৰনি দিবলৈহে আহিল। ২৯ পাচে সিবিলাক য়িৰিহাৰ পৰা ওলাই জাওতে তেঁওৰ পচে পাচে বৰ এজুম মনুিহ গল। ৩০ তাতে দেখ, বাটৰ কখিৰত বহি থকা দট। কন। মানুহে য়িচু সেই বাটেদি জোঅ সুনি এটাহ পাৰি কলে, হে প্ৰভু, দাৱিদৰ সন্তান, অমকি দায়ী কৰোক। ৩১ তাতে সিহঁতে নিজম দি থা- কিবলৈ লোকবিলাকে ডাবি দিলে; কিন্তু সিহঁতে অগিতকৈয়ো বৰকৈ এটাহ পাৰি কলে, হে প্ৰভু, দাৰিদৰ সন্তান, আমাক দায়ী কৰোক। ৩২ তেতিয়া য়িচূএ ৰৈ সিহঁতক মাতি কলে, মই তোমোলকিক কি কৰিবলৈ তোমোলাকৰ সিহঁতে কলে, হে প্ৰভু, আমাৰ জেন চকু মুকলি হই। ৩৪ তাতে সিহঁতলৈ য়িচুৰ মৰম লাগি সিহঁতৰ চকু চুলে; তেতিয়াই চকুএ দেখা পে- অতি সিহঁত তেঁওৰ পাচত গল। ২১ অধ্য।। সিবিলাকে ৰিচালমৰ ওচৰৰ জলফাই পবতৰ কখিৰিত থকা বৈফাগি গাঁও পলিত য়িচুএ আপোনাৰ দুজন সিস্যক পঠাই দি কলে, ২ তোমোলা-