পৃষ্ঠা:New Testament in Assamese.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ অসি)। ৩৭ লন কৰা। . - অহিব দিয়া, হাক নিদিব; কিয়নো স্বৰ ৰাজ্য এনেকুআবিলাকৰহে ১৫ তেতিয়া তেঁও সিহঁতৰ গাত হাত দি সেই ঠাইৰ পৰা গল। পাচে এজন মানুহ আহি তেঁওত কলে, বোলে, হে উতম গুৰু, মই অনন্ত অয়স পাবৰ নিমিতে কি ধৰম কৰম কৰিম : ১৭ তাতে তেঁও কলে, মোক উতম কিয় বুলিচা অকল ইম্বৰত বাজে অনি কোনো উতম নাই : কিন্তু তুমি জদি পৰম অনুস পাবলৈ ইচা কৰ, তেন্তে অগ্যি। সকল পা- ১৮ তেতিয়া সি সুধিলে, কোন কোন আগ: ৰিচুএ সমিধান দি কলে, তুমি বধ নকৰিবা; পৰ তিৰি গমন নকৰিবা; চুৰ নকৰিবা; মিচা সাখি নহব; ১৯ অপোনাৰ পিত্ৰিমাত্ৰিক মৰ্জত। কৰা; আৰু তো- মাৰ চুবুৰিয়াক আপোনাৰ নিচিনাকৈ প্ৰিতি কৰা। ২০ তীতে সেই ডে- কাই বুলিলে, মই এই সকলোকে পালন কৰি অৰ্টে; মোৰ অৰুি কি নাটনি অচে? ২১ তাতে য়িচু এ কলে, জদি তুমি সিধি হবলৈ ইচা কৰ। তেন্তে গৈ তোমাৰ জি অচে, আটাইকে বেচি দুখিয়া মানুহক দান কৰা, তেহে স্বৰগত তোমাৰ ধন হব; আৰু আঁহা, মোৰ পাচত চলাহি। ২২ এই কথা শুনি সেই ডেকাই অসন্তোস কৰি গুচি গল; কিয়নে। তাৰ বহু ধন সম্পতি অচিল। ২৩ তেতিয়া য়িচুএ আপোনাৰ সিস্যবিলাকক বুলিলে, মই তোমোলকিত স্বৰুপকৈ কৈৰ্চো, ধনৱন্ত মানুহে স্বৰগ ৰাজ্যত সোমাবলৈ দুগম। বাৰ তোমোলকিত কৈছো, ধনৱন্ত মানুহ ইস্বৰৰ ৰাজ্যত সোমো অতিকৈ বেজিৰ বিন্ধাই উট সৰকি জোঅই ঢিল। ২৫ এই কথা শুনি তেঁওৰ সিস্য- বিলাকে অতি বিস্মই মানি বুলিলে, তেনে হলে কোনে পৰিত্ৰনি পাব পাৰে? ২৬ তাতে তেঁও সিবিলাকলৈ চাই কলে, এই কথা মানুহৰ অসাধ্য হই, কিন্তু ইস্বৰ আগত সকলো কথা সাধ্য। ২৭ তেতিয়া পিতৰে সমি- ধান দি তেঁত কলে, দেখ, আমাৰ সকলোকে এৰি আপোনাৰ পাচত তাহিলে, এতেকে আমি নো কি পাম? ২৮ তাতে য়িচু এ নিবিলাকক বুলিলে, মই তোমোলকিত স্বৰুপকৈ কৈটো, নতুন সিষ্টি কৰিবৰ কা- লত জেতিয়া মানুহৰ পুত্ৰ আপোনাৰ প্ৰভাৱৰ সিংহাসনত বহিব, তেতিয়া মোৰ পাচত অহা জি তোমোলাক, তোমোলীকে বাৰে খান সিংহাসনৰ ওপৰত বহি ইস্ৰায়েলৰ বাৰে ফৈদৰ সোধ কৰিবা। ২৯ আৰু জি কো- নেএি ঘৰ, বা ভাই ভনি, বা পিত্ৰি মাত্ৰি, বা তিৰোতা, বা লৰাবিলাক, বা মাটিকে মোৰ নামৰ নিমিতে এৰে, সি এইবিলাকৰ ভালেমান গন পাব, আৰু অনন্ত আয়ুসৰ ভাগি হব। কিন্তু আগ হোঅ অনেক পাচ হব, আৰু পচি হোতা। আগ হব। ২৪ আৰু 9