পৃষ্ঠা:New Testament in Assamese.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাথি। কাৰৰ খঙ্গ উঠি তেঁওক দিব লগা ধন অটাই খিনি নুপুজে মানে দণ্ড কা- বিলাকৰ হাতত তাক সোধাই দিলে। ৩৫ তোমোলাকেও জদি আপোন আপোন ভায়াবিলকিক মনে সৈতে খেমা নকৰ, তেন্থে মোৰ বগি পিত্ৰি- এও তোমেলিকক সেই ৰুপে কৰিব। ১৯ অধি॥ তাৰ পাচে এনে হল, য়িচুএ এইবিলাক কথা কৈ এটই গালিলৰ পৰা গৈ দানৰ সিপাৰে য়িহুদা দেশৰ সিমালৈ আহিল। ২ তেতিয়া বৰ এজুম মানুহ তেঁওৰ পচে পচে গলত তেঁও তাতে সিহঁতৰ নৰিয়াক স্বস্থ কৰিলে। ৩ তেতিয়া ফিৰুচিবিলাকে তেঁওৰ ওচৰলৈ আহি পৰিখ কৰিবলৈ তেঁওত কলে, মুনিহে আটাই কাৰনতে অপোনাৰ তিৰোতাক তিয়াগ কৰিব পাই নে? ৪ তাতে তেঁও উতৰ কৰি সিহঁতক বুলিলে, আদিতে সিষ্টি কৰা জি জন, তেঁও মুনিহ আৰু তিৰোতা কৰি সৃজিলে, ৫ আৰু কলে, এই হেতু- কে মানুহে আপোনাৰ পিত্ৰিমাত্ৰিক এৰি তিৰোতাৰে সজোগ হৈ, সেই দুয়ো একে দেহ হব, এই কথা তোমোলাকে পৰ্হা নাই নে? তেন্তে সি- বিলাক আৰু দুজন নহই, একে দেহ। এতেকে ইস্বৰে জাক সজাগ কৰি দিলে, তকি মানুহে বিজেগি নকৰোক। ৭ সিবিলাকে তেঁওক বুলিলে, তেনে হলে তিয়াগ কৰা পত্ৰ দি তিৰোতাক এৰিবলৈ মোচাই কিয় অগ্যি1 দিলে? ৮ তেঁও বুলিলে, তোমোলাকৰ মন কঠিন হেঅিৰি নিমিতে মৌচাই তোমো- লাকক আপোন অপোন তিৰোতা তিয়াগ কৰিবলৈ অনুমতি দিলে; কিন্তু আদিৰ পৰা তেনে নহই। ৯ আৰু মই তোমোলকিত কৈঠো, বিভিচাৰ নোহোআকৈ জি কোনো এ আপোনাৰ তিৰোতাক এৰি আনক বিয়া কৰে, সি বেস্যা কৰা হই; আৰু জি কোনো সেই তিয়াগ কৰা তিৰোতাকে বিয়া কৰে, সিও বেস কৰা হই। ১০ তেতিয়া তেঁওৰ সিস্যবিলাকে তেঁওক বুলিলে, আপোনাৰ তিৰোততি মুনিহৰ জদি এনে সমন্ধ হই, তেন্তে বিয়া কৰোঅই ভাল নহই। ১১ তাতে তেঁও কলে, জাক জাক এই সক্তি দিয়া হৈচে, সিবিলাকৰ বাহিৰে আনে এই কথা লব নোঅৰে। ১২ কিয়নে। কোনোবিলাক মাকৰ পেটৰ পৰা ওপৰ্জোতেই নপুংসক, কোনোবিলাক মানুহে কৰা নপুংসক, অৰুি স্বৰ্গ ৰাজ্যৰ নিমিতে কোনোবিলাক অপুনি হোঅ নপুংসক অচে। জেয়ে গ্ৰহন কৰিব পাৰে, সেয়ে গ্ৰহন কৰোক। ১৩ পীচে তেঁও লাবিলাকৰ গাত হাত দি প্ৰাৰ্থনা জেন কৰে, এই নি, মিতে তেঁওৰ ওচৰলৈ লৰাবো না হৈচিল; তাতে সিস্যবিলাকে সি- ‘তক বিয়ালে। ১৪ কিন্তু য়িচূএ বুলিলে, লৰাবোৰ মোৰ ওচৰলৈ