পৃষ্ঠা:New Testament in Assamese.djvu/৪১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যাকোবৰ পত্ৰ। ১ অধ্যায়। ঠায়ে ঠায়ে থকা বাৰে ফৈদৰ লোকলৈ ঈশ্বৰ আৰু প্ৰভূ যীশু খীষ্টৰ সেৱক য়াকোবে নমস্কাৰ কৰি পত্ৰ লিখিছে। ২ হে মোৰ ভাইবিলাক, তোমোলাকে যেতিয়া অনেক বিধ পৰীক্ষাত পৰা, তে- তিয়া বিশ্বাসৰ পৰীক্ষাই ধৌৰ্য জন্মাই, ইয়াকে জানি, ৩ সেই পৰীক্ষ। অতি অনিন্দৰ কাৰণ যেন মানিব॥ ৪ আৰু তোমোলাক যেন সিন্ধি অৰু সম্পূৰ্ণ হোৱা, আৰু তোমোলাকৰ একো অসিদ্ধ যেন নেথাকে, এই নিমিত্তে ধৌৰ্যৰ কৰ্ম পূৰ হওক। ৫ তোমোলাকৰ কাৰোবাৰ যদি জ্ঞানৰ প্ৰয়ো- জন আছে, তেন্তে গৰিহণ নকৰাকৈ বহুল ৰূপে সকলোকে দিওঁতা যি ঈশ্বৰ; সেই মানুহে তেওঁক যাচু কৰোক; তাতে কি দিয়া হব। নিসংশয় হৈ সি বিশ্বাসেৰে যাচু কৰোক; কিৰনে। যি জনে সংশয় কৰে, সি বতাহত নিয়া আৰু ওপৰলৈ উধোৱা সাগৰৰ ঢৌ এটাৰ নিচি- হয়। ৭ এনে মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক নেভাবেকি। ৮ দুই মন হোৱা মানুহৰ কোনো গতি স্থিৰ নহয়।

  • যি ভাই দৰিদু, তকি ওখ কৰা হোৱাত সি আনন্দ কৰেকি; কিন্তু

যি ভাই ধনৱন্ত, তাক সৰু কৰা হোৱাত সিও অনিন্দ কৰোক; কিয়নে। তৃণৰ ফুলৰ নিচিনা সি ঢুকাই যাব। বৰ তাপে সৈতে বেলি ওলোৱা- তেই যেনেকৈ তৃণ শুকাই যাই, ফুলো সৰি পৰে, আৰু তাৰ সুন্দৰ ৰূপে। নষ্ট পাই, তেনেকৈ ধনৱন্ত মানুহে আপোনাৰ গতিতে ঢুকাব। ১২ যি জনে পৰীক্ষা সহন কৰিছে, সি ধন্য; কিয়নো পৰীক্ষা পোৱাৰ পাছে, প্ৰতুএ আপোনাক প্ৰেম কৰা লোকক জীৱনৰ যি কিৰাটী দিব- লৈ প্ৰতিজ্ঞা কৰিলে, সি তাক পাব। ১৩ কিন্তু যেতিয়া পৰীক্ষা পাই, ঈশ্বৰৰ পৰা মোৰ কুমতি হৈছে, এনে কথা কেৱে নোবেলোক; কিয়নো পাপেৰে ঈশ্বৰৰ কুমতি কৰা অসম্ভও, আৰু তেওঁ কোনো মানুহৰ কুমতি নকৰাই। ১৪ কিন্তু প্ৰতি মানুহক আপোনাৰ লোভে উদগাই ভুল কৰীত, তাৰ কুমতি হয়। ১৫ তাতে সেই লোভে গৰ্ভ ধাৰণ কৰি পাপ জন্মাই,