পৃষ্ঠা:New Testament in Assamese.djvu/৪১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ অধ্যায়। ৪১৩ ১৭ পাছে পাপ সম্পূৰ্ণ হলে মণ জন্মাই। ১৬ হে মোৰ প্ৰিয় ভাইবিলাক, তুল নহব। সকলে। উত্তম দান আৰু সম্পূৰ্ণ অনুগ্ৰহ ওপৰৰ পৰাহে হয়, অৰ্থাৎ যি জনাৰ অন্যথা আৰু বিকাৰৰ ভঁয়াও নাই, এনে যি পহৰ দিওঁতা পিতৃ, তেওঁৰ পৰাহে আহিছে। ১৮ তেওঁৰ সৃষ্টিৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ, এই নিমিত্তে তেওঁ আপোনাৰ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জন্ম দিয়ালে। ১৯ এই হেতুকে, হে মোৰ প্ৰিয় ভাইবিলাক, তোমোলকি প্ৰতি জনে শুনি- বলৈ সাষ্টম হোৱা, কবলৈ ধীৰ, আৰু খঙ্গলৈ ধৌৰ্য হোৱা; ২০ কিয়নে। মানুহৰ খঙ্গে ঈশ্বৰৰ ধৰ্ম নজন্মাই। ২১ এয়েৰেই তোমোলাকে সকলে। অশুচি কৰ্ম আৰু অতিশয় দুজনালী, এইবিলাক ত্যাগ কৰি তোমোলাকৰ আত্মাৰ পৰিত্ৰণ কৰিবৰ সমৰ্থ মনৰ ভিতৰত সোমোৱা যি বাক্য, তাক নম মনেৰে গ্ৰহণ কৰা। ২২ অৰুি কেৱল শুনোতা হৈ আপোনাক নুতু- লবা, কিন্তু বাক্যৰ কৰ্ম অচিৰোতা হোৱা। ২৩ যি কোনোএ বাক্য অ- চৰণ নকৰি কেৱল শুনোতা হৈছে, সি আছিত স্বভাবিক মুখ দেখা মানু- হৰ নিচিনা হৈ, ২৪ আপোনাক দেখিলেও অপিনি কেনে মানুহ, তক আঁতৰি গৈ তেতিয়াই পাহৰে। ২৫ কিন্তু যি কোনো মুক্তি সিন্ধি কৰ। বিধানত চাই তাত প্ৰবৰ্তি থাকে, সি শুনি পাহৰোতা নহৈ, কৰ্ম কৰে। তা হোৱাত আপোনাৰ কাৰ্যতে আশীৰ্ব্বাদ পোৱা হয়। ২৬ তোমোলাকৰ যি কোনো আপোনাক ধৰ্মী যেন মানে, সি যদি আপোনাৰ জিবা দমন নকৰি আপোনাৰ মনকে ভুলাই, সেই মানুহৰ ধৰ্ম ব্যৰ্থ। ২৭ মাউৰ। আৰু বাৰী লোকক দুঃখৰ কালত দেখিবলৈ যোৱা, আৰু সংসাৰৰ পৰা চেকা নলগাকৈ আপোনাক ৰক্ষা কৰা, এয়েই পিতৃ ঈশ্বৰৰ আগত পবিত্ৰ আৰু নিৰ্মল ধৰ্ম হয়। 1- . ২ অধ্যায়। হে মোৰ ভাইবিলাক, আমাৰ তেজস্বী প্ৰভু যীশু খ্ৰীষ্টৰ ধৰ্ম পালন কৰে- তে মানুহৰ মুখ চাই চাটু নকৰিবা। ২ কিয়নো তোমোলাকৰ সভালৈ সোণৰ আঙ্গচী অৰু সুন্দৰ কাপড় পিন্ধি এজন মানুহ আহিলে, অৰু মলীন কাপড়েৰে কোনো দুঃখীয়া মানুহ এজনো আহিলে, পাছে তোমো- লাকে যদি সেই সুন্দৰ বস্ত্ৰ পিন্ধ। মানুহক চাটু কৰি, তুমি এই ভাল ঠাইতে বহা, ইয়াকে বোলা; ৩ আৰু সেই দুখীয়া মানুহটক সৌখিনি- তে থিয় হৈ থাকিবি, নাইবা এই খিনিতে মোৰ ভৰিৰ পীৰাতে বহ, এনে- কৈ যদি বোলা; ৪ তেন্তে তোমোলকি ইজনে সিজনৰ ফলিয়া হৈ কুবিবে- চনাৰে সোধ কৰোতা নোহোৱা নে? হে মোৰ প্ৰিয় ভাইবিলাক, শুনা,