পৃষ্ঠা:New Testament in Assamese.djvu/৪১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩ অধ্যায়। SSS ১৬ আ . ১৩ এতেকে আহ, তেওঁৰ নিচিনাকৈ অপমান সহন কৰি চাউনিৰ বাহিৰে তেওঁলৈ আমি যাওঁক। ১৪ কিয়নো ইয়াত অমাৰ কোনো থিৰে থকা নগৰ নাই; কিন্তু আমি এখান ভবিষ্যত নগৰ বিচাৰি আছে।। ১৫ এই হেতুকে তেওঁৰ দ্বাৰাই আমি সদাই ঈশ্বৰৰ প্ৰশংসা ৰূপ বলি, অৰ্থাৎ তেওঁৰ নামত স্তুতি কৰি ওঁঠৰ ফল উচৰগ কৰোহঁক। লোকৰ উপকাৰ আৰু দান কৰিবলৈ নেপাহৰিবা; কিয়নো এনে উচৰগত ঈশ্বৰে সন্তোষ পাই। ১৭ তোমোলাকৰ শিক্ষকবিলাকে আপোনাৰ কৰ্মৰ লেখা দিব লগাত তোমোলাকৰ আত্মাৰ নিমিত্তে পৰ দি থকা হেতুকে সিবিলাকক মান্য কৰি অজ্ঞৰ বশ হোৱা; তাতে সিবিলাকে সেই কৰ্ম দুঃখেৰে নকৰি আনন্দেৰে কৰিব; দুঃখেৰে কৰিলে তোমোলাকৰ হিত নহয়। ১৮ তোমোলাকে অ- মৰ নিমিত্তে প্ৰাৰ্থনা কৰ; আমি শুদ্ধ মন হৈ সকলো ভাবে সদ অচিৰণ কৰিবলৈ আমাৰ ইচ্ছা আছে, ইয়াক আমি বুঝে। ১৯ কিন্তু অলপ কাল- তে মেকি যেন তোমোলাকলৈ দিয়া হব, এই প্ৰাৰ্থনা কৰিবলৈ ময় তো- মোলাকক অধিক মিনতি কৰিছে। ২০ যি সান্তনা কৰোতা ঈশ্বৰে প্ৰভু যীশুৰ অৰ্থাৎ অনন্ত নিয়মৰ তে- জৰ দ্বাৰাই মেৰ সকলৰ প্ৰধান ৰখীয়া হোৱা আমাৰ প্ৰভু যীশুক মৰ- শৰ পৰা তুলি অনিলে, তেৱে আপোনাৰ ইচ্ছা পূৰ কৰিবলৈ তেমো- লাকক সকলে। সুকৰ্মত সিন্ধি কৰোক; ২১ অৰুি তেওঁৰ দৃষ্টিতে যি গ্ৰাহ্য হয়, তাকে আমাৰ হৃদয়ত যীশু খ্ৰীষ্টৰ দ্বাৰাই সম্পূৰ্ণ কৰোক; সেই খ্ৰীষ্টৰ মহিমা সদাসদায় প্ৰকাশ হওক। অমেন। ২২ হে ভাইবিলাক, ময় তোমোলাকলৈ এই যি পত্ৰ সংক্ষেপে লিখি- লো, তাৰ উপদেশ কথা সহন কৰা, তোমোলাকক এই মিনতি কৰিছে। ২৩ আমাৰ ভাই তিমথিক মুকলি কৰা হৈছে, ইয়াকে জানিব। সোনকালে আহিলে তেৱে সৈতে গৈ তোমোলকিক দেখিবলৈ পাম। ২৪ তোমোলাকে আপোনাৰ সকলো শিক্ষক আৰু পবিত্ৰ লোকক নমস্কাৰ কৰ॥ ২৫ ইতালি দেশীবিলাকে তোমোলাকক নমস্কাৰ কৰে। মেলিকি সকলোৰে ওপৰত অনুগ্ৰহ হওক। আমেন। ২৬ তে।