পৃষ্ঠা:New Testament in Assamese.djvu/৪১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪১০ ইব্ৰীলৈ পত্ৰ। মুখ নহব; কিয়নো পৃথিবীত থকা উপদেশকৰ কথা শুনিবলৈ বিমুখ হোৱা- বিলাকেই যদি নেসাৰিলে, তেন্তে স্বৰ্গীয় উপদেশকৰ পৰা বিমুখ হলে, আমি তাতকৈয়ো কেনে মতে সাৰিব পাৰিম? ২৬ তেতিয়া তেওঁৰ শবদে পৃথিবী লৰাইছিল, কিন্তু এতিয়া তেওঁ অঙ্গীকাৰ কৰিছে, আৰু এবেলি ময় কেবল পৃথিবীকে নৰলাও, আকাশকে লৰাম। ২৭ আৰু এবেলি বুলি, ইয়াৰ এনে অৰ্থ, লৰোৱা বস্তু সুজন কৰা বস্তুৰ দৰে গুছুৱা হলে, লৰাব নোৱৰ বস্তু সকল থাকিব। ২৮ এই হেতুকে আমি অলৰ ৰাজ্যৰ ভৰ্গিী হোৱাত, আই, ভয় অৰুি ভক্তিয়েৰে গহ্যি ৰূপে ঈশ্বৰক সেৱা কৰিবলৈ তেওঁৰ অনুগ্ৰহ মনত ৰাখে।হঁক; ২৯ কিয়নো অমিৰি ঈশ্বৰেই সংহাৰ কৰা অগ্নি হয়। ১৩ অধ্যায়। ২ ভাইবিলাকৰ চেনেহা চেনেহী থাকেকি; আৰু অলহি সুধিবলৈ নেপা- হৰিব; কিয়নো তাকে কৰি কোনো লোকে নেজানিয়েই ঈশ্বৰৰ দূতকো অলি- হি সুধিলে। বন্ধন হোৱাবিলাকক আপোনাৰ লগৰ বন্দী যেন মানি সিবিলাকক সোঁৱৰ; আপুনিও শৰীলত থকা জানি, দুঃখী লোকক সুঁৱৰিবা। ৪ সকলো মানুহৰ মাজত বিবাহ মৰ্যতৱিন্ত, আৰু তাৰ শয্যা শুচি; কিন্তু ব্যভিচাৰী আৰু পৰতিৰী হৰণ কৰবিলাকক ঈশ্বৰে দণ্ড দিব। নোহোৱা অচিৰণ কৰি তোমোলাকে বত্ত মানে পোৱা যি বস্তু, তাতে সন্তোষ হৈ থাকিবা; কিয়নো তেৱে কৈছে, ময় তোমাক কেতিয়াও নেমি, কেতি- যাও ত্যাগ নকৰিম। ৬ এই হেতুকে প্ৰভু মোৰ সহায় আছে; মোৰ বি- বোন্ধে মানুহে যি কৰিব পাৰে, তালৈ ময় ভয় নকৰোঁ; এই কথা আমি নিভয়ে কব পাৰে॥ ৭ তোমোলাকৰ যি শিক্ষক সকলে তোমোলকিত ঈশ্বৰৰ বাক্য প্ৰচৰি কৰিলে, সিবিলাকক সুঁৱৰি অচিৰণৰ ফল চিন্তি, সিবিলাকৰ বিশ্বাসৰ পথে যোৱ1 হব। ৮ যীশু খ্ৰীষ্ট কালি, অজি অৰু সৰ্ব্বদীয় একে ভাৱে আছে। ১৯ তোমোলাক বিবিধ নতুন শিক্ষাৰ দ্বাৰাই চলাই নিয়া নহব; কিয়নো যি খোৱা বস্তুৰ দ্বাৰাই ব্যৱহাৰী লোকে একো লাভ নেপাই, তাৰ বিশেষ বিবেচনাতকৈ অনুগ্ৰহৰ দ্বাৰাই মন থিৰ হোৱা উত্তম। যি হোমৰ বস্তু তাৰ সেৱা কৰাবিলাকে ভোজন কৰা উচিত নহয়, আমাৰ এনে এক হো- মৰ ভেটি আছে। ১১ আৰু প্ৰায়শ্চিত্ত কৰিবৰ নিমিত্তে যি যি বলিৰ তেজ মহা পোৰোহিতৰ হতুৱাই পবিত্ৰ থানলৈ অনা হৈছে, সেইবোৰৰ শৰীল চাউনিৰ বাঝত পোৰা যাই। ১২ এই হেতুকে যীশুএ আপোনাৰ তেজেৰে লোকবিলাকক পবিত্ৰ কৰিবলৈ নগৰৰ দুৱাৰৰ বাহিৰে মৃত্যু ভোগ কৰি-