১২ অধ্যায়। ৪০৯ ১৪ যতন কৰা। কৰে; কিয়নো পিতৃএ যাক শাস্তি নকৰে, এনে কোন পুত্ৰ আছে? ৮ কিন্তু সকলে যি শাস্তি ভোগ কৰে, তোমোলাকে যদি তীক নোপোৱা, তেন্তে তোমোলাক আপোন পুত্ৰ নহৈ জাজহে হৈছ॥ ৯ আৰু আমাক শান্তি কৰা সংসাৰিক পিতৃবিলাকক সমাদৰ যদি কৰিলোঁ, তেন্তে তাতোকৈ অ- পোনাৰ অত্মিাৰ পিতৃৰ বশবৰ্তী হৈ জীৱন পোৱা নহম নে? সিবিলাকে অলপ দিনতে আপোন অপেনি ইচ্ছাৰে শাস্তি দিলে; কিন্তু তেৱে আমাৰ হিতৰ নিমিত্তে আপোনাৰ পবিত্ৰৰ ভাগী কৰাবলৈ অমকি শাস্তি কৰি ১১ বৰ্ত্তমান কালত কোনো শাস্তি আনন্দ দিওঁতা যেন দেখা নেই, দুঃখ দিওঁতা যেনহে দেখে; তথাপি তাৰ দ্বাৰাই শিক্ষা পোৱা যি লোক, সিবিলাকক পীছে সেয়েই সান্তনা কৰা ধৰ্মৰ ফল দিএ। ১২ এই হেতুকে তোমোলাকে ওলমি পৰা হাত আৰু দুলী আঁঠু শকত কৰা, ১৩ আৰু খোৰাই যেন সাফি লৰা নহৈ স্বস্থ কৰা হয়, এই নিমিত্তে তোমোলাকৰ ভৰিলৈ পোন বাট কৰা। সকলোৰে সৈতে কুশল, আৰু যিহৰ বিনে কোনো মানুহে প্ৰভুৰ দৰ্শন নেপাই, এনে পবিত্ৰ মন পাবলৈ ১৫ আৰু পাছে জানো কোনোএ ঈশ্বৰৰ অনুগ্ৰহ নোপোৱা হয়, বা কোনো তিতাৰ মূল ওলাই তোমোলাকক বিঘিনি কৰাত তাৰ দ্বাৰাই অনেক অপবিত্ৰ হৈ যাই, ১৬ বা কোনো লুট হয়, বা এসাঁজ আহাৰৰ নিমিত্তে অপেন বৰ পুতেকৰ ববি বেচা যি এচৌ, তাৰ নিচিনা কোনো বিধৰ্ম অচৰা হয়, এই কথালৈ সাৱধান হোৱা। ১৭ কিয়নো এচৌ পাছে। আশীৰ্বাদৰ ভাগী হবলৈ ইচ্ছা কৰিলতে। অগ্ৰাহ্য হল, আৰু চকুৰ লোএ- ৰে যতন ৰূপে বিচাৰিও (পিতৃব) মন পালটন কৰিবলৈ উপায় নেপালে, ইয়াকে তোমোলাকে জানা। ১৮ পৰ্শিব পৰা পৰ্কত আৰু জলি থকা অগ্নি, কলা বৰণিয়া মেঘ, অৰু এন্ধাৰ, ধুমুহা বতাহ, ভেৰীৰ বাদ্য, আৰু বাক্যৰ শবদ, এই সকলৰ ওচৰ- লৈ তোমোলাকে অহা নাই। ১৯ সেই শবদ শুনাবিলাকে তাক সিবিলাকত অকিও যেন কোৱা নেয়াই, এই প্ৰাৰ্থনা কৰিলে। কিয়নো কোনে? পহুটেও যদি সেই পৰ্বত চোঞ, তাক শিলেৰে মৰা যাব, এই অজ্ঞ। সি- বিলাকে সহিব নোৱাৰিলে। ২১ আৰু মোচাই কলে, ময় বৰ ভয় পাই কঁপি আছে, সেই দৰ্শন এনে ভয়ঙ্কৰ। ২২ কিন্তু চিওন পত আৰু অমৰ ঈশ্বৰৰ নগৰ অৰ্থাৎ স্বৰ্গীয় য়িৰুছলিম, আৰু অযুত অযুত দূতৰ সমাজ, ২৩ আৰু স্বৰ্গত নাম লিখ। প্ৰথমে জন্মবিলাকৰ মহা সভা আৰু মণ্ডলী, সকলোৰে সেধি কত্ত। ঈশ্বৰ, আৰু সিন্ধি হোৱা পূণ্যৱন্ত লোকৰ আত্মবিলকি, নতুন নিয়মৰ সমজুৱা যীশু, আৰু হেবেলৰ তেজতকৈ অধিক মঙ্গল দিওঁতা শান্তি কৰা তেজ, এই সকলোৰে ওচৰলৈ তোমোলাকে তাহি অছা। ২৫ সাৱধান হোৱা, তোমোলাকে উপদেশ দিয়া জনৰ কথা শুনিবলৈ বি- ২ ০ 28
পৃষ্ঠা:New Testament in Assamese.djvu/৪১৪
অৱয়ব