পৃষ্ঠা:New Testament in Assamese.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ অধ্য।। ১৬ ১৪ সেই ৰুপে এই সৰুবিলাকৰ মাজৰ এটিও জেন নষ্ট হই, তো- মোলাকৰ স্বৰ গত থকা পিত্ৰিৰ এনে ইচা নাই। ১৫ কিন্তু তোমাৰ ভায়াই জদি তোমাক কিবা অপৰাধ কৰে, তেন্তে তুমি গৈ সেয়ে সৈতে অকলসবিয়া হৈ তাৰ দোস তাক বুজাব; সি জদি তো- মাৰ কথা সুনে, তেন্তে তোমাৰ ভয়কি পালা। কিন্তু জদি সি নুসুনে, আৰু এজন বা দুজন লগত লৈ জাবা; তাতে দুই তিনি জন সখিৰ মুখে সকলো কথা নিচই হব। ১৭ আৰু সি জদি সিবিলাককো নেমানে, তেন্তে মগুলিৰ অগিত জনাব; পাচে মঙুলিৰ কথাও জদি নেমানে, তেতিয়া সি তো মালৈ দেওপুজক আৰু কৰ তোলাৰ নিচিনা হব। ১৮ তোমোলাকিত মই স্বৰুপকৈ কঁও, তোমোলাকে প্ৰিথিবিত জিহক বন্ধন কৰা, সি স্বগতো বন্ধন হব; আৰু প্ৰিথিবিত জিহক মুকলি কৰা, সি স্বগতো মুকলি হব। ১৯ পুনৰপি মই তোমোলাকিত কৈৰ্চো, প্ৰিথিবিতে তোমোলাকৰ দুজনে একে মতি হৈ জি কোনো কথাত প্ৰাৰ্থনা কৰে, মোৰ স্বৰগত থকা পিত্ৰিৰ পৰা সিবিলাকলৈ তাক কৰা হব। ২° কিয়নো জি ঠাইতে দুই বা তিনি জনে মোৰ নামেৰে গোট খাই, তাতে ময়ো সিবিলাকৰ মাজতে অৰ্টে।। ২১ তেতিয়া পিতৰে তেঁওৰ ওচৰলৈ আহি কলে, হে প্ৰভু, মোৰ ভায়ে জদি মোক অপৰাধ কবে, কেইবাৰ খেমা কৰিম? সাত বৰলৈকে খে- মিম নে? ২২ চিএ তাক বুলিলে, সাত বাৰলৈ মই তোমাক নোবোলো; কিন্তু সতৰি গুন সাত বৰলৈকে খেমা। ২৩ আপোনাৰ বন্দিহঁতে সৈতে লেখ জোখ কৰিব খোজা, এনে এজন ৰজাৰ নিচিনা স্বৰগ ৰাজ্য। ২৪ সেই লেখ জোখ কৰিবলৈ ধৰিলত দহ হেজাৰ গাগৰি ৰুপৰ ধৰুঅ এজনক তেঁওৰ আগলৈ অনা হল। ২৫ কিন্তু ধীৰ সুজিবলৈ তাৰ ধন নথকাত তাক আৰু লৰা তিৰোতা আদি তাৰ সকলোকে বেচি ধৰি সুজিবলৈ তাৰ অধি- কাৰে অগা কৰিলে। ২৬ তাতে সেই বন্দি এ তেঁওৰ আগত দিঘল হৈ পৰি কলে, আপুনি সহন কৰোক, মই অটাই খিনি সুজিম। ২৭ তেতিয়া বন্দিৰ অধিকাৰে মৰম লাগি ধৰি এৰি তাক মুকুত কৰিলে। ২৮ কিন্তু বন্দি বাহিৰলৈ গৈ এস সিকিৰ বৰুঅ এটা লগৰ বন্দিক পাই, তীক ধৰি ডিঙ্গিত টেপা দি বুলিলে, তই মোক দিব লগিয়া জি ধাৰ, তাক দে। তাৰ লগৰ বন্দিএ মাটিত পৰি কাবৌ কৰি কলে, মোক সহন কৰা, মই অ- টাই খিনি সুজিম। ৩০ কিন্তু সি সেই কথা নুসুনি তাৰ পৰা গৈ ধৰি নু- সুজে মানে তাক বন্দি সালত সুমাই থলে। ৩১ পীচে লগৰ তানি বন্দিবি- লীকে তাৰ এই অৱস্থা দেখি, বৰ অসন্তোস লাগি আপোনাৰ অধিকাৰৰ ওচৰলৈ আহি জি কৰা হল, সকলোকে জনালে। ৩২ তেতিয়া অধিকাৰে তাক মতাই অনি বুলিলে, হেৰ দুষ্ট বন্দি, তই প্ৰাৰ্থনা কৰাত মই তোৰ সকলে। ধৰি এৰিলে; তেন্তে মই জেনেকৈ তোক দয়া কৰিলে, তয়ো তেনে- কৈ তোৰ লগৰ বন্দিক দায়া কৰা উচিত নহই নে৩৪ তেতিয়া তাৰ অধি- - ২৯ তাতে