পৃষ্ঠা:New Testament in Assamese.djvu/৪০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

803 ইব্রীলৈ পত্র । ময় যি দিনত সিবিলাকৰ ওপৰ পিতৃবিলাকৰ হাতত ধৰি মিচৰ দেশৰ পৰা উদ্ধাৰ কৰি সিবিলাকে সৈতে নিয়ম কৰিলো, সেই দিনৰ নিয়মৰ দৰে নহয়; কিয়নো সিবিলাকে মেৰি নিয়ম পালন কৰি নথকাত ময় সি- বিলাকক গ্রহণ নকৰিলে।। ১০ কিন্তু প্রভুএ কৈছে, সেই দিনৰ পাছে ইসায়েলৰ বঙ্গহে সৈতে এই নিয়ম কৰিম, সিবিলাকৰ চিত্ৰত মােৰ বিধান দিম, অাৰু সিবিলাকৰ মনতো লিখিম, অৰু ময় সিবিলাকৰ ঈশ্বৰ হয়, সিবিলাকো মেৰি লোক হব । ১১ অ তুমি প্রভূক জানিব, ইয়াকে বুলি সিবিলাকৰ প্রত্যেকে অাপোনাৰ প্ৰতিবাসী আৰু অাপোনাৰ ভায়েকক উপদেশ নিদিব; ১২ কিয়নাে সৰুৰ পৰা বৰলৈকে সিবিলাকৰ সকলোএ মোক জানিব । তাতে ময় সিবিলাকৰ অধর্ম কুকর্ম সকল খেমা কৰি, সিবিলাকৰ পপি অপৰাধ মনত অৰুি নেৰাখিম । ১৩ এই ৰূপে তেওঁ নতুন নিয়মৰ কথা কোৱাত প্রথমটক পুৰণি কৰিছে; অৰু যিটো চুকাই গৈ পূৰণি হল, সেয়ে লোপ হব লগা কলি হৈছে । ৯ অধ্যায়। প্রথম নিয়মৰ দৰে সেৱাৰ নিমিত্তে ৰীতিবোৰ আৰু সংসাৰিক পবিত্র থান অাছিল । ২ নির্মাণ কৰা যি প্রথম তম্বিত দীপাধৰি, মেজ, আৰু দর্শন পিঠা তাছিল, তাৰ নাম পবিত্র থান । ৩ আৰু দ্বিতীয় অৰি কাপড় ভিতৰত মহা পবিত্র নামে এক তাম্ব, অছিল, ৪ তাৰ মাউত সোণৰ ধূপ- ধাৰ আৰু সকলো পোনে সোণেৰে বন্ধা নিয়মৰ চন্দুক আছিল, সেই চন্দু- কৰ ভিতৰত মান। থোৱা সোণৰ ঘট, হাৰোণৰ কুঁহি ওলোৱা লাখুটি, অাৰু নিয়মৰ শিলৰ ফলি তাছিল; ৫ অৰু সেই চন্দুকৰ ওপৰত কৃপাসনক । কৰা তেজস্মী কি ব দূতবিলকি আছিল; এই সকলৰ কথা বিশেষকৈ কবলৈ এতিয়া অামাৰ সাধ্য নাই। ৬ এই ৰূপে সকলো নিযোজন হলত পোৰোহিতবিলাকে ঈশ্বৰৰ ৱে। সিন্ধি কৰিবলৈ প্ৰথম তামৃত সদাই অহ। যোৱা কৰে ; ৭ কিন্তু দ্বিতীয় তাম্বত কেবল মহা পাে ৰোহিতে বছৰ মুৰত এবেলি মাথোন সোমাই ; অৰু আপোনাৰে। লোকবিলাক ৰা পাতকৰ নি- মিত্তে উচৰগ কৰিবলৈ তেজ নোলোৱাকৈ নােসোমাই। ৮ ইয়াৰে পবিত্র আত্মাই এই অর্থ বুঝাইছ, প্রথমে হোৱা ত, থাবি লে মহা পবিত্র থনিত সোমোৱাৰ পথ প্রকাশ হোৱা নাই । ১ সেই তাম্ব, তেতিয়াৰ কালৰ নি- মিত্তে উপমা আছিল ; তাতে সিন্ধি কৰিবৰ কাললৈকে নিযােজন কৰা হৈ, মৰণৰ অৰ্থে শৰণ লোৱাক সিন্ধি কৰিব নোৱৰা, ১০ এনে অহাৰ আৰু পান কৰা বস্তু, আৰু নানা জুবুৰিওৱা আদি সংসাৰিক সেৱাৰ সমন্ধে অনেক উচৰগ আৰু বলিদান দিয়া হৈছিল।