পৃষ্ঠা:New Testament in Assamese.djvu/৪০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ অধ্যায়। ৪০১ ২৩ অাৰু সি- পালে। দৰে সদাই পোৰোহিত হৈ অছা। ২৫ যি জনাই তেওঁত এই কথা কলে, তেওঁৰ এই শপতৰ দ্বাৰাই খ্রীষ্ট নিযোজন কৰা হৈছিল । বিলাক মৰণৰ কাৰণে সদাই থাকিব নোৱৰা হেতুকে অনেক জন আছে। ২৪ কিন্তু এই জন। সদাই জীয়াই থকাত সলনি নোহোৱা পোৰোহিত ববি ২৫ এই হেতুকে যিবিলাকে তেওঁৰ দ্বাৰাই ঈশ্বৰৰ ওচৰ চাপে, তেওঁ সিবিলাকৰ নিমিত্তে নিবেদন কৰিবলৈ সদাই জীয়াই থকাত সকলে। ভাৱে সিবিলাকক ত্রাণ কৰিবলৈ তেওঁৰ শক্তি আছে। ২৬ আৰু পবিত্র, অহিংসক, নির্মল, পাপীৰ পৰা পৃথক, অ িস্বর্গতকৈয়ো ওপৰ হোৱা এনে এক প্রধান পোৰোহিতলৈ আমাৰ প্রয়োজন অছিল। ২৭ সেই প্রধান পো- ৰােহিতবিলাকৰ নিচিনাকৈ প্ৰথমতে অাপোনাৰ, পাছে লোকৰ পাপৰ নিমিত্তে নিত্যে নিত্যে বলিদান কৰিবলৈ তেওঁৰ প্ৰয়োজন নাই; কিয়নো তেওঁ অপোনাকে উচগ কৰাত লোকৰ নিমিত্তে সেই কর্ম একে বেলি সম্পূর্ণ কৰিলে । ২৮ আৰু বিধানে দুৰ্বলী মানুহক প্রধান পোৰোহিত বাবত নি- যােজন কৰে; কিন্তু বিধানৰ পাছে হোৱা যি শপতৰ কথা, সেয়ে অনন্ত কাললৈকে সৰ্ব্ব সিন্ধি হোৱা পুত্রকে নিযােজন কৰে । ৮ অধ্যায়। ওপৰত কোৱা কথাবিলাকৰ সাৰ এই, যি জন। স্বর্গত মহা মহিম সিং,- হাসনৰ সে। ফলে বহি থাকেঁাতা, ২ আৰু মানুহে থাপন কৰা নহয়, প্রভু থাপন কৰা সত্য তাল্লু অৰুি পবিত্র থানৰ পৰিচাৰক, অামাৰ এনে এক প্রধান পোৰোহিত আছে । ৩ সকলো প্রধান পোৰোহিত উচৰগ আৰু বলিদান কৰিবলৈ যেনেকৈ নিযোজন কৰা হৈছে, সেই ৰূপে তেওঁৰে। উচ- ৰগ কৰিবলৈ কোনো দানৰ প্ৰয়ােজন আছে । ৪ তেওঁ পৃথিবীত থকা হলে, পোৰোহিত নহলহেঁতেন; কিয়নো বিধানৰ দৰে উচৰগ কৰা, এনে পে- ৰােহিতবোৰ আছে । কিন্তু পবিত্র তাম্ব, নির্মাণ কৰিবলৈ উদ্যোগী হোৱা মোচাত ঈশ্বৰে যেনেকৈ শিক্ষা দি কলে, সাৱধান হোৱা, পৰ্বতত যি ৰূপ আহি দেখুৱা হৈছে, সেই ৰূপেই সকলোকে কৰা, তাৰ দৰে সেই পোৰোহিতবোৰৰ সেৱাই স্বর্গীয় সেৱাৰ অহি অাৰু ছায়া মাথোন হয় । ৬ কিন্তু এতিয়া তেওঁ তাতকৈ যিমান অধিক উত্তম অঙ্গীকাৰেৰে থাপন হোৱা উত্তম নিয়মৰ মিল কৰোৱা হৈছে, সেইমান অধিক উত্তম পৰিচাৰকৰ ববি পালে । ৭ সেই প্রথম নিয়ম নিদুষী হোবা হলে, দ্বিতীয় নিয়ম কৰি- বলৈ ঠাই নেথাকিলহেঁতেন । ৮ কিন্তু তাক দর্ষী কৰি তেওঁ সিবিলাকত কলে, প্রভুএ কৈছে, দেখা, যি কলিত ইস্রায়েলৰ বঙ্গহ আৰু য়িহুদাৰ বঙ্গহে সৈতে নতুন নিয়ম কৰিম, এনে কাল আহিছে । ৯ প্রভুএ এই কথা কৈছে,