পৃষ্ঠা:New Testament in Assamese.djvu/৪০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯ অধ্যায়। ৪০৩ ১১ কিন্তু হাতে নকৰা অর্থাৎ এই সৃষ্টিৰ মাজৰ নোহোৱা, এনে এক অধিক উত্তম আৰু সম্পূর্ণ তাম্বয়েদি খ্রীষ্টে ভবিষ্যত মঙ্গল কৰিবৰ নিমিত্তে মহা পোৰােহিত হৈ আহি, ১২ ছাগৰ বা দামুৰিৰ তেজে সৈতে নহয়, কিন্তু অাপোনাৰ তেজে সৈতে একে বেলিএ মহা পবিত্র থানত সােমাই (আমাৰ নিমিত্তে) অনন্ত মুক্তি পালে। ১৩ ভতৰাৰ আৰু ছাগৰ তেজ আৰু চেউৰীৰ ভস্ম অশুচি লেকিৰ ওপৰত শান্তি কৰাত সিবিলাকৰ শৰীল যদি শুচি কৰা হয়, ১৪ তেন্তে অনন্ত অত্মৰে ঈশ্বৰৰ আগত নিদূষী হোৱা আপোনাক উচৰগ কৰিলে যি খ্রীষ্ট, তেওঁৰ তেজে মৃত্যু যোগ্য কর্মৰ পৰা ঈশ্বৰক সেৱা কৰিবলৈ তোমােলাকৰ মনকে তাতকৈ কেনে অধিক পবিত্র কবি; ১৫ অৰু নিমন্ত্রণ হোৱা লোকবিলাকে অঙ্গীকৰিযুক্ত অনন্ত অধিকাৰ যেন পোৱা হয়, এই নিমিত্তে তেওঁ মৰ্ণৰ দ্বাৰাই পূৰ্ব নিয়মৰ অজ্ঞা উলঙঘণৰ পৰ৷ সিবি- লকিক মুকুত কৰিবলৈ নতুন নিয়মৰ মাজত থাঝোতা হৈছে । ১৬ কিয়নো যত্ নিয়ম পত্র হয়, তাত নিয়ম কৰোতাৰ মৃত্যুৰ প্ৰমাণ হোৱা আবশ্যক। ১৭ কিয়নাে মানুহ মৰিলেহে নিয়ম পত্র স্থিৰ হয়, যিহেতু নিয়ম কৰা জনা জীয়াই থকাত, সেই পত্ৰৰ একো শক্তি নাই । ১৮ এই হেতুকে সেই পূৰ্বৰ নিয়মে। তেজৰ বিনে থিৰ কৰা নহল। ১৯ কিন্তু মোচাই লোকবিলাকলৈ বিধানৰ দৰে সকলো আজ্ঞা প্ৰকাশ কৰিলত, পানী, মেৰৰ ৰঙ্গা ললাম, আৰু এচেপি বনেৰে সৈতে দামুৰি আৰু ছাগৰ তেজ লৈ, পুথি আৰু সক- লে। লোকৰ গীত শান্তি কৰি কলে, ২০ ঈশ্বৰে যি নিয়ম তোমোলাকলৈ নিযোজন কৰিলে, সেই নিয়মৰ এই তেজ। ২১ তাত বাঝে তাম্ব, অাৰু সেৱাৰ পাত্ৰ সকলোকে তেজেৰে শান্তি কৰিলে । ২২ অৰু বিধানৰ মতে প্রাই সকলো বস্তু তেজেৰে শুচি কৰা হয়; অাৰু তেজ উলিওৱা নহলে পা- পৰ মেচিন নহয়। ২৩ এতেকে স্বৰ্গৰ পবিত্র থানৰ উপমা যি থান, তাক এই ৰূপ বস্তুৰ দ্বাৰাই শুচি কৰা উচিত; কিন্তু স্বৰ্গৰ পবিত্র থানকে এই- বিলাকতকৈয়ো উত্তম বলিৰ দ্বাৰাই শুচি কৰাৰ প্ৰয়োজন আছিল । ২৪ কিয়- নে। খ্রীষ্টে সত্য পবিত্র থানৰ উপমা হােৱাত হাতে কৰা যি পবিত্র থান, তাত নোসোমাই স্বৰ্গতেই সোমাল, তাতে তেওঁ ঈশ্বৰৰ অগিত আমাৰ নি- মিত্তে সাক্ষাত হৈ আছে । ২৫ কিন্তু মহা পোৰোহিতে পৰৰ তেজ লৈ যেনে- কৈ প্ৰতি বছৰে পবিত্র থানত সোমাই, সেই ৰূপে, তেওঁ বেলি বেলিএ আপােনাক উচগ কৰিব লগা নহয় ; সেয়ে হোৱা হলে, সৃষ্টিৰ আ- দিৰে পৰা তেওঁ অনেক বেলি মৃত্যু ভোগ কৰিলেহেঁতেন। কিন্তু এতিয়া তেওঁ আপোনাকে বলি ৰূপে উচৰগ কৰাৰ দ্বাৰাই, পপি গুছবিৰ নিমিত্তে শেষ কালত এবেলি অৱতাৰ হল । ২৭ আৰু মানুহৰ যেনেকৈ এবেলি মৃত্যু, অ িতৰি পাছে সােধ কৰা নিযোজীত হৈছে, ২৮ সেই ৰূপে খ্রীষ্টেও অনেকৰ পাপৰ ভাৰ লবলৈ এবেলি বলি ৰূপে উচৰগা হল; দ্বিতীয় বাৰ -