পৃষ্ঠা:New Testament in Assamese.djvu/৪০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ অধ্যায় । ৩৯৭ so সিবিলাকে জানে। মোৰ বিশ্রমিত সোমাবলৈ পাব; অর্থাৎ সৃষ্টিৰ অ- দিতে সম্পূর্ণ হােৱা কৰ্মৰ পৰা তেওঁৰ যি বিশ্রাম, তাত নোসোমাব । ও সপ্তম দিনৰ কথাত এঠাইত এই ৰূপে কৈছে, সপ্তম দিন। ঈশ্বৰে আপোনাৰ সকলো কর্মৰ পৰা বিশ্রাম কৰিলে । ৫ আৰু আন ঠাই- তো কৈছে, সিহঁতে মোৰ বিশ্রাম নোসােমাব । তেন্তে কোনো লোকে সেই বিশ্রমিত অৱশ্যে সােমাব; কিন্তু যিবিলাকৰ অগিত প্ৰথমতে কীত্তন কৰা হৈছিল, সিবিলাকে অবিশ্বাসৰ কাৰণে সোমোৱা নাই । ৭ পাছে তেওঁ আৰু এক দিন আজি বুলি ঠাৱৰ কৰি, এতে কালৰ পাচত দাৱি- দৰ দ্বাৰাই কৈছে, আজি যদি তােমোলাকে তেওঁৰ কোৱা কথা শুনি- বলৈ ইচ্ছা কৰা, তেন্তে আপোনাৰ মন কঠিন নকৰিবা । যিহোৱাই যদি সিবিলাকক বিশ্রাম দিয়া হয়, তেন্তে ঈশ্বৰে পাচৰ আন দিন। কথা নকলেহেঁতেন । ৯ এই হেতুকে ঈশ্বৰৰ লোকৰ নিমিত্তে এক বি- শ্রাম ৰৈ আছে । কিয়নো ঈশ্বৰে আপোনাৰ কৰ্মৰ পৰা যেনেকৈ জিৰালে, তেনেকৈ যি জনে তেওঁৰ বিশ্রমিত সোমাইছে, সেই জনেও অ- পোনাৰ কৰ্মৰ পৰা জিৰাইছে । ১১ এই হেতুকে কোনেও সেই অবিশ্বাসৰ অহিৰ নিচিনা যেন পতিত নহয়, এই নিমিত্তে অহঁ, আমি সেই বিশ্রাম পাবলৈ যতন কৰোহঁক। ১২ ঈশ্বৰৰ বাক্য জীয়া, শক্তিমন্ত, আৰু দুৰীয়া তৰোৱালতকৈয়ো চোকা, প্রাণ আৰু অত্য, গাঠি অৰুি মঝা, এই সকলোকে খুঁচি ছিতো, আৰু মনৰ ভাবনা মতিকে। চিনাওঁতা হৈছে । ১৩ অাৰু যি জনাৰ অগিত আমি অাপোন অাপােন কথা কব লগা হয়, তেওঁলৈ একো বস্তু অদৃশ্য নাই, কিন্তু তেওঁৰ দষ্টিতে সকলো উদঙ্গ অাৰু প্ৰকাশ হৈ আছে । ১৪ এয়েইে স্বর্গত সোমোৱা ঈশ্বৰৰ পুত্ৰ যি যীশু, তেওঁ আমাৰ মহা প্রধান পোৰোহিত হোৱাতে, অাহ, আমি স্বীকাৰ কৰা ধর্ম দৃঢ় ৰূপে ধৰোহঁক। ১৫ আমাৰ দুৰ্ব্বলৰ নিমিত্তে হোৱা যি দুঃখ, তাৰ ভাগী হব নোৱাৰা আমাৰ এনে মহা পোৰোহিত নহয়; তেওঁ নিষ্পাপী হৈয়ো সকলো ভাৱে আমাৰ নিচিনাকৈ পৰীক্ষা পোৱা হৈছিল । ১৬ এই হেতুকে আহা, আমি কৃপাৰ পাত্ৰ হৈ প্রয়োজনৰ কালত উপকাৰৰ নিমিত্তে অনুগ্রহ পাবলৈ নির্ভয়ে অনুগ্রহৰ সিংহাসনলৈ যাওঁক । ৫ অধ্যায়। উচৰগ আৰু পাপৰ প্রায়শ্চিত্ত বলিদান কৰিবলৈ মানুহৰ মাজৰ পৰা নিয়া যি কোনো প্রধান পোৰোহিত মানুহৰ অর্থে ঈশ্বৰৰ কৰ্মত নি- যোজন কৰা হৈছে, ২ সেই জনাই অপুনি দুৰ্ব্বলেৰে অাবৃত হােৱাত