পৃষ্ঠা:New Testament in Assamese.djvu/৪০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৯৮ ইব্রীলৈ পত্র । অজ্ঞানী আৰু অপথে যোৱা লোকক দায়া কৰিব পাৰে । হেতুকে কেৱল লোকৰ নিমিত্তে নহয়, অপোনাৰ নিমিত্তেও বলিদান দিয়া তেওঁৰ প্ৰয়োজন আছে । ৪ হাৰেণিৰ নিচিনাকৈ ঈশ্বৰে নিযেজন কৰা নহলে, কোনো মানুহে আপোনালৈ এই মৰ্যতা নলয়; ৫ সেই ৰূপে খ্রীষ্টেও প্রধান পোৰো- হিতৰ বীৰ লবলৈ আপুনি আপোনাক এই মত নকৰিলে; কিন্তু যি জনাই কৈছে, তুমি মোৰ পুত্র, অজি ময় তোমাক জন্মালো, সেই জন- য়ে এই মৰ্যতা কৰিলে । ৬ অনি ঠাইতে। কৈছে, মক্কীছেদকৰ মত দৰে তুমি নিত্য পোৰোহিত হৈছা । ৭ অৰু খীষ্ট অৱতাৰ হােৱা কালত মৃত্যুৰ পৰা ৰাখিবৰ সমৰ্থ হোৱা যি জনা, তেওঁৰ আগত অতি শয় ক্রন্দন অাৰু চকুৰ লোএৰে প্রার্থনা আৰু মিনতি কৰি, যিহলৈ ভয় কৰিলে, তাৰ পৰা মুকুত হল । ৮ আৰু পুত্র হলেও, তেওঁ দুঃখ ভোগৰ দ্বাৰাই অজ্ঞৰি বশ হবলৈ শিক্ষা পালে । এই ৰূপে তেওঁ সিন্ধি হৈ আপোন অজ্ঞ। মনা সকলোৰে পৰিত্ৰাণ কত্ত। হৈ, ১০ মল্কীছেদক বাবৰ দৰে প্রধান পোৰােহিত ঈশ্বৰৰ পৰা নিৰূপণ কৰা হৈছে । ১১ সেই জনাৰ অর্থে আমাৰ অনেক কথা কবলৈ আছে, কিন্তু তো- মোলাকৰ কাণ গধুৰ হোৱতি তাক বুঝাবলৈ কঠিন । ১২ কিয়নো যি কালত তোমোলাক শিক্ষক হবলৈ উচিত অছিল, ইমান কালৰ পচিতে। কোনোএ যেন পুনৰ তোমোলাকক ঈশ্বৰৰ বাক্যৰ প্ৰথম মূল কথা শিকাই, আৰু কঠিন অহাৰ নুখুৱাই গাখীৰ যেন খুৱাই, তোমোলাকৰ এনে প্রয়োজন অাছে। ১৩ গাখীৰ খোৱা যি জন, সি লৰা হোৱা হেতুকে ধৰ্মৰ বাক্যত নিপুণ নহয়, ১৪ কিন্তু যিবিলাক বয়সীয়া হল, অর্থাৎ জ্ঞান শক্তি অচিৰাৰ দ্বাৰাই ভাল আৰু বেয়া চিনিবলৈ সমর্থ আছে , কঠিন অহাৰ সিবিলাকলৈহে হয় । ৬ অধ্যায়। অমি মৰা কৰ্মৰ পৰা মন পালটন, আৰু ইশ্বৰত বিশ্বাস, বুৰ দিও- বাৰ শিক্ষা, হাত দিয়া, মৰা লোকৰ উঠান আৰু অনন্ত দণ্ড, ২ এই সকলোৰে পুনৰ মূল থপিন নকৰি, কিন্তু খীষ্টৰ উপদেশৰ মূলতে লাগি নেথাকি সিন্ধি হবৰ অৰ্থে অগ বহি যাবলৈ যতন কৰোহঁক। ঈশ্বৰে যদি কৰিবলৈ দিএ, আমি তাক কৰিম । ৪ যিবিলাকে এবেলি পহৰ পোৱা হল, আৰু পবিত্র আত্মাৰ ভাগী হৈ স্বর্গীয় দান, ঈশ্বৰৰ উত্তম বাক্য, আৰু ভবিষ্যত কালৰ শক্তিৰ ভোগ কৰিলে, ৫ সিবিলাকে আপােনালৈ যদি ঈশ্বৰৰ পুত্ৰক নতুনকৈ পেৰেঙ্গ-