পৃষ্ঠা:New Testament in Assamese.djvu/৪০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইব্ৰীলৈ পত্ৰ। কাৰ বাবে বিশ্বাসী হৈছে। আমি অশিৰি সাহ আৰু আনন্দ শেষলৈকে যদি থিৰে ৰাখো, তেন্তে অমিএই তেওঁৰ সেই ঘৰ। ৭ এই হেতুকে, পবিত্ৰ আত্মাই কোৱাৰ দৰে, অজি যদি তোমোলাকে তেওঁৰ কথা শুনিবলৈ ইচ্ছা কৰা, * তেন্তে বিবাদ থানত অৰুি তাৰণ্যৰ মাজত পৰীক্ষাৰ দিনত তোমোলাকৰ ওপৰ পিতৃবিলাকে যেনেকৈ মোৰ পৰীক্ষা কৰি প্ৰমণি বিচাৰি দুকুৰি বছৰলৈ মোৰ কৰ্ম সকল দেখিলে, ১ সেই ৰূপে তোমোলাকে মন কঠিন নকৰিবা। ১০ তেতিয়া ময় সেই কালৰ পুৰুষত বেঝাৰ পাই কলে , সিহঁতে মনেৰে সদাই ভুম হয়, মোৰ পথ জনাই নাই। ১১ এই কাৰণে ময় ক্ৰোধেৰে শপত কৰিলে, সিহঁতে জানে। মোৰ বিশ্ৰমিত সোমাবলৈ পাব। ১২ হে ভাইবিলাক, তামৰ ঈশ্বৰক এৰিবলৈ তোমোলাকৰ কাৰো যেন অবিশ্বাসী দুষ্ট মন নহয়, ইয়ালৈ সাৱধান হোৱা। ১৩ আৰু পাপৰ মোহেৰে তোমোলকি কোনো যেন কঠিন হৈ নেই, এই নিমিত্তে যি কাল অজি বোলা হয়, সেই কাল থাকোতে ইজনে সিজনে দিনে দিনে উপদেশ দিয়া। ১৪ কিয়নো আমি যি বিশ্বাসৰ অৰণ কৰিলোঁ, তাক শেষলৈকে যদি দৃঢ় ৰূপে ৰাখে, তেহে খ্ৰীষ্টৰ ভাগী হওঁ। ১৫ আজি যদি তোমোলাকে তেওঁৰ কথা শুনিব- লৈ ইচ্ছা কৰা, তেন্তে বিবাদৰ থানত যেনেকৈ, তেনেকৈ তোমোলাকে মন কঠিন নকৰিবা, ১৬ এই কথা যে কৈছে, কোন কোন লোকে নো কথা শুনি বিবাদ কৰিলে? মিচৰ দেশৰ পৰা মোচাৰ হতুয়াই অনোৱা সক- লোএ নকৰিলে নে? ১৭ অৰুি দুকুৰি বছৰলৈকে তেওঁ কোন লেকিত বেঝাৰ পাইছিল। পাপ কৰিলত যিবিলাকৰ শৰ অৰণ্যত পৰিল, সিবি- লাকত নহয় নে? ১৮ অৰুি সিহঁত মোৰ বিশ্ৰাম নোসোমাব, তেওঁ এই যি শপত কৰিলে, অবিশ্বাসীবিলাকৰ বাহিৰে কৰি বিৰেন্ধে কৰিলে। ১৯ এয়েৰেই অবিশ্বাসৰ দ্বাৰাই সিবিলাকে সোমাব নোৱাৰিলে, ইয়াকে আমি দেখিছো। ৪ অধ্যায়। তেওঁৰ বিশ্ৰামত সোমাবলৈ পোৱাৰ অমালৈ যি প্ৰতিজ্ঞা আছে, কিজা- নি তোমোলাকৰ কোনোএ সেই প্ৰতিজ্ঞাৰ ফল হেৰুৱাব, এই কথাত আমি ভয় কৰা উচিত। ২ কিয় না অমাৰ অগিত যেনেকৈ, সিবিলা- কৰ আগতে তেনেকৈ শুভবাত্ত। কীত্তন কৰা হৈছিল; কিন্তু শুনাবিলাকে বিশ্বাসেৰে যুগুত নোহোৱাত, সেই কীত্তন কৰা বাক্য সিবিলাকৰ হিত নহল। কিন্তু বিশ্বাস কৰা যি আমি, অমি বিশ্ৰাম সোমাবলৈ পাম; সেই বিশ্ৰমৰ কথাত তেওঁ কৈছে, ময় ক্ৰোধত এই শপত কৰিলোঁ,