পৃষ্ঠা:New Testament in Assamese.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

08 মাথি। তাত কলে, হে ঢিমোন, প্ৰিথিবিৰ বজাবিলাকে কাৰ পৰা কৰ লই। আপোনাৰ সন্তানবিলাকৰ পৰা লই নে, বিদেসি লোকৰ পৰা লই, তো- মাৰ মনে কি ধবে? ২৬ পিতৰে তেঁওত কলে, বিদেসি লোকৰহে লই। য়িচূএ বুলিলে, তেনে হলে সন্তানবিলাক মুকুত হৈ অচে। ২৭ তথাপি আমি জেন সিবিলাকক বেজাৰ নকৰাৎ, এই নিমিতে তুমি সাগৰলৈ গৈ বৰখি পাতা, তাতে পোনৰ জি মাচ উঠে, তাৰ মুখ মেলি এটকা ৰুপ পা- বা; তাকে অনি মোৰ আৰু তোমাৰ নিমিতে সিবিলাকক দিয়াগৈ। ১৮ অধj1। ৬ কিন্তু মেতি সেই কালত সিস্যবিলাকে য়িচুৰ ওচৰলৈ আহি সুধিলে, স্বগ বডিৰ মা- জত কোন ডঙ্গিৰ? ২ তীতে য়িচুএ এটি সৰু লৰা মাতি অনি, সিবিলাকৰ মাজত বহুঅইি কলে, তোমেলিকিত মই স্বৰুপকৈ কঁও, তোমেলিকে জদি মন পালটাই সৰু লৰাৰ নিচিনা নোহোঅ', তেন্তে স্বৰগ ৰাজত সোমাব নোঅৰিবা। ৪ জি কোনোএ এই সৰু লৰাৰ নিচিনাকৈ আপোনাক নম কৰে, সি স্বৰগ ৰজিত ডাঙ্গৰ হই। ৫ আৰু জি কোনোএ মোৰ নামেৰে এনে এটি সৰু লৰাক গহন কৰে, সি মোকে গ্ৰহন কৰে। বিস্বাস কৰা এই সৰুবিলাকৰ মাজৰ এজনক জি কোনো বিঘিনি কৰে, সি আপোনাৰ ডিঙ্গিত জটি সিল অৰি সাগৰৰ অগাধ পানিত পৰি মৰাই তাতকৈ তাৰ ভাল। ৭ বিঘিনিৰ নিমিতে জগতৰ সন্তাপ। বিঘিনি অৱস্যে হব; কিন্তু জি মানুহৰ দোঅৰিাই বিঘিনি হই, তাৰ সন্তাপ হব। ৮ এই হেতুকে তোমাৰ হাত বা ভৰিয়ে জদি তোমাৰ বিঘিনি কৰাই, তাক কাৰ্টি তোমাৰ পৰা দলিয়াই পেলোঅ; দুহতিয়া বা দুভৰিয়া হৈ অনন্ত জুইত পেলোআ হোআতকৈ খেৰিা বা ঘুনিয়া হৈ পৰম অয় সত সোমোঅই তোমাৰ ভাল। ৯ আৰু তোমাৰ চকুএ জদি তোমাৰ বিঘিনি কৰাই, তাকে। কাহি তোমাৰ পৰা পেলে অ; দুটা চকু থাকি নৰকৰ জুইত পেলোআ হোঅতিকৈ এচকুঅ হৈ পৰম অমুসত সোমেআই তোমাৰ ভাল। সাৱ- ধান হোআ, তোমোলাকে এই সৰুবিলাকৰ মাজৰ এজনকে অৱহেলা নকৰি- বা; কিয়নো মই তোমোলাকত কৈঠো, স্ব গত সিবিলাকৰ দূতবিলাকে মোৰ স্বৰগি পিত্ৰিৰ মুখ সদাই দেখা পাই। ১১ জি হেৰোঅ হৈচিল, তাক ৰখ্যা কৰিবলৈ মানুহৰ পুত্ৰ আহিল। ১২ তোমোলাকে ইয়াত কি ভাবা? কোনো মানুহৰ এস মেৰ চলি থকাত তাৰ মাজৰ এটা জদি হেৰাই, তেন্তে সি সেই উনস পৰ্বতৰ ওপৰত থৈ গৈ সেই হেৰোঅ মেটক নিবিচা, ৰিব নে? ১৩ আৰু তাক জদি পোকা জাই, মই তোমোলকিত স্বৰুপকৈ কৈঠো, সেই অপথে নোজোআ উনস মে ৰতকৈ সেই মেৰটত ভাৰ অধিক অনিন্দ so