পৃষ্ঠা:New Testament in Assamese.djvu/৩৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তিনৰ্থিলৈ প্রথম পত্র। ৩৭৭ নকৰিবা । ১৫ তথাপি তকি শত্ৰু বুলি হলে নেমানিব, কিন্তু ভাই বুলি চেতনা দিয়া। ১৬ সান্তনা কৰোতা প্রভুএ আপুনি সকলো ভাৱে সদাই তো- মোলাকক সান্তনা দিক। প্রভু তোমােলকি সকলোৰে সঙ্গী হওক । ১৭ সকলো পত্ৰত ময় পৌলে যি ৰূপে অাপোন হাতে চিন অক্ষ দি লিখে, সেই ৰূপে ইয়াতাে অপেন হাতেৰে নমস্কাৰ লিখি জনাই- ছে। ১৮ অমাৰ প্ৰভু যীশু খ্রীষ্টৰ অনুগ্রহ তোমোলাক সকললৈ হওক । আমেন ।] তিমথিলৈ পৌলে লিখা প্রথম পত্র । ১ অধ্যায়। আমাৰ ত্রাণ কত্ত। ঈশ্বৰ অৰুি ভাৰসা হোৱা খ্রীশু খ্রীষ্টৰ অজ্ঞাৰ দ্বাৰাই গীশু খ্রীষ্টৰ পাচনি যি পৌল, তেৱে আপোনাৰ স্বৰূপ পুত্র তিমথিলৈ পত্র লিখিছে । ২ অমিাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্রীষ্টৰ পৰা তোমালৈ অনুগ্রহ, দায়৷ অৰু কুশল হওক। ৩ ময় যেতিয়া মাকেনিয়া দেশলৈ গৈছিলোঁ, তেতিয়া কেতবােৰ লোকে যেন কোনো নতুন উপদেশ নিদিএ অৰুি সাধু কথা অশেষ বংশাৱলিত যেন মতি নকৰে, এনে অজ্ঞা সিবিলাকক দিবৰ নিমিত্তে এফেচ নগৰত থাকিবলৈ ময় তোমাক বিনয় কৰিছিলোঁ। ৪ সেই সকলো কথাই বিবাদ মাথোন জন্মাই, কিন্তু বিশ্বাসৰ দ্বাৰাই ঈশ্বৰৰ যি ধৰ্ম, তাত বিফল হৈ থাকে। ৫ নির্মল চিত্ত, শুদ্ধ মন, অৰুি অকপট বিশ্বাসৰ পৰা যি প্রেম, সেয়েই অজ্ঞাৰ শেষ । ৬ কিন্তু কেতবিলাক মানুহ ইয়াৰ পৰা এফলিয়া হৈ অনর্থক বাদ বিচাৰলৈ উলটি গল; ৭ সিবিলাকে যি কয়, অৰুি অপু- নি নিশ্চয় কৰা কথাৰি বা অর্থ কি, তাক নেজানিও বিধানৰ উপদেশক হবলৈ ইচ্ছা কৰে । ৮ কিন্তু বিধান যদি উচিত ৰূপে মনা হয়, তেন্তে সেয়ে হিত কৰা হয়, ইয়াক অমি জানো। ১ আৰু সেই বিধান কোনো ধৰমীৰ অর্থে নহয়, কিন্তু অধমী, অজ্ঞা নমনা, দুৰাচাৰী, আৰু পাপী, অপ- বিত্র আৰু অসাধু, পিতৃ বধি, মাতৃ বধি, আৰু মানুহ মৰা, ১০ বেশ্যালী কৰোতা, পুংমৈথুনী, মানুহ চুৰ কৰা, মিছলীয়া, মিছা শপত খাওঁতা, এই সকলোৰে অর্থে, ১১ আৰু মোৰ হাতত সমপীত হােৱা সৰ্বানন্দ ঈশ্বৰৰ মহিমাযুক্ত শুভবাত্তাৰ দৰে হিত উপদেশৰ বিপৰীত অন্য যদি অাছে, তাৰে৷ অর্থে সেই বিধান থিতি, হৈছে, ইয়াকে আমি জানে।। ১২ ষি