পৃষ্ঠা:New Testament in Assamese.djvu/৩৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৭৮ থেচলনীকীয়ালৈ দ্বিতীয় পত্ৰ। দ্বাৰাই যি সকল উপদেশৰ শিক্ষা তোমোলাকে পালা, সেই উপদেশ ৰাখি থিৰ হৈ থাকা। ১৬ অৰুি আমাৰ প্ৰভু যীশু খৃষ্ট অপুনি, অৰুি যি জনাই অমিক প্ৰেম কৰি অমিক অনন্ত সান্তনা অৰুি অনুগুহেৰে উত্তম অশি। দিলে, ১৭ অমাৰ সেই পিতৃ ঈশ্বৰেও তোমোলকিৰ মনত সান্তনা দি, সক- লে। সজ বাক্য আৰু কৰ্মত তোমোলাকক থিৰ কৰোক। ৩ অধ্যায়। হে ভাইবিলাক, শেষতে কৈছে, ঈশ্বৰৰ বাক্য তোমোলাকৰ মাজত যেনে, সেই ৰূপে অন ঠায়ে ঠায়ে যেন চলে আৰু মান্য পাই, ২ অঢ়ি অন্যায় দুষ্ট লোকৰ হাতৰ পৰা আমি যেন ৰক্ষা পাওঁ, অমাৰ নিমিত্তে এই প্ৰাৰ্থনা কৰ; কিয়নো সকলোৰে বিশ্বাস নাই। ৩ কিন্তু বিশ্বাসী যি প্ৰভু, তেৱেই তোমোলকিক থিৰ কৰি মন্দৰ পৰা ৰাখিব। ৪ আৰু অমি যি যি কৰ্মা কৰিবলৈ অজ্ঞা দিছো, তোমোলাকে সেই সকলো কৰ্ম কৰিছা আৰু কৰিবাও, আমি তোমোলাকৰ অৰ্থে প্ৰভূত এনে বিশ্বাস কৰিছে॥ ৰৰ প্ৰেমত আৰু খ্ৰীষ্টৰ ধৌৰ্য্যত প্ৰভু তোমোলাকৰ মন সুমাই দেখাও। হে ভাইবিলাক, আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামে আমি তোমোলকিক এই অজ্ঞা দিছো, আমাৰ পৰা যি যি বিধি পালা, তাক যদি কোনো ভাইবিলাকে নাচৰি অনিয়ম ৰূপে অচিৰে, সিবিলাক প্ৰতি জনৰে পৰা পৃথক হৈ থকা। ৭ কিয়নো যি ৰূপে তোমোলাক আমাৰ পথত যোৱা উচিত, তাক তোমোলাকে জানা। ৮ তোমোলাকৰ মাজত আমি কুব্যবহাৰ কৰা নাই, বিনামূল্যে কাৰো অহাৰ ভোজনো কৰা নাই, কিন্তু তোমোলা- কৰ কাকো কোনো ভাৰ নিদিবলৈ ৰাতিএ দিনে যতন আৰু শ্ৰমেৰে বন কৰিলে॥ ৯ সেই কথাৰ ওপৰত আমি অধিকাৰ নোহোৱাত তাকে কৰি - লো, এনে নহয়; কিন্তু তোমোলাকে আমাৰ পথত যেন চলা, এই নিমিত্তে তোমোলাকৰ আগত অমি তাপোনাকে আহি দেখাবলৈহে তাকে কৰি ১০ তোমোলাকৰ মাজত থাকোতেই আমি তোমোলকিক এই অজ্ঞ। দিছিলো, কাম কৰিবলৈ যি কোনো ইচ্ছা নকৰে, সি ভোজনো নকৰোক। ১১ কিন্তু তোমোলাকৰ কোনো কোনোএ কুব্যবহাৰ কৰে, আৰু আপোনাৰ একো কাম নকৰি লোকৰ কামত মন দিএ, ইয়াক আমি শুনিছে॥ মানুহক শান্ত ভাৱে কাম কৰি আপোনাৰ খোৱা বস্তু ভোজন কৰিবলৈ অ- মাৰ প্ৰভু যীশু খীষ্টৰ নামেৰে অমি বিনয় কৰি অজ্ঞা দিছে। ভাইবিলাক, সজ কৰ্ম কৰাত তোমোলাকে ভাগৰ নেমানিব॥ ১৪ এই পত্ৰৰ দ্বাৰাই আমাৰ কথা কোনো যদি নুশুনে, তোমোলাকে সেই মানুহক চিনি ৰাখিবা, আৰু সি লাজ পাবৰ নিমিত্তে তাৰে সৈতে অলিপি ব্যবহাৰে। এনে